Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court of India : চিনাক্ত কৰিব লাগিব ‘বেড টাচ’ ‘গুড টাচ’, শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কত বার্তা দেশৰ মুখ্য ন্যায়াধীশৰ

publisher by publisher
December 11, 2022
in India, News
Reading Time: 1 min read
0
Supreme Court of India : চিনাক্ত কৰিব লাগিব ‘বেড টাচ’ ‘গুড টাচ’, শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কত বার্তা দেশৰ মুখ্য ন্যায়াধীশৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Supreme Court of India :

চিনাক্ত কৰিব লাগিব স্পর্শৰ ভাষা । সৰুৰ পৰাই শিশুসকলক সতর্ক কৰিব লাগিব যৌন নিৰ্যাতনৰ বিষয়ে । বুজাব লাগিব ভাল স্পর্শ আৰু বেয়া স্পর্শৰ মাজত প্রভেদ । বার্তা দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ (DY Chandrachur) ।

ADVERTISEMENT

বর্তমান কেৱল দেশতে নহয়, সর্বত্রই শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা বৃদ্ধি পাইছে আৰু সেয়া ৰোধ কৰিবলৈ বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণৰ বিষয়ে কয় উচ্চতম ন্যায়ালয়ৰ (Supreme Court) মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে ।

RelatedPosts

Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক

তেওঁৰ পৰামর্শ, সৰুৰ পৰাই অভিভাৱকসকলে ‘নিৰাপদ স্পর্শ’ আৰু ‘বিপজ্জনক স্পর্শৰ’ মাজত পার্থক্য চিহ্নিত কৰিবলৈ আৰু বুজিবলৈ শিশুক সচেতন কৰা উচিত ।

তেওঁ কয়, “বহু সময়ত পৰিয়ালৰ সদস‌্যসকলৰ দ্বাৰাই যৌন নির্যাতনৰ বলি হ’বলগীয়া হয় শিশুৱে । নির্যাতিত আৰু নির্যাতনকাৰী যদি একেই পৰিয়লৰ সদস্য হয় তেতিয়াও অভিযোগ দাখিল কৰিব লাগিব । কাৰণ পাৰিবাৰিক সন্মান এই সমস্ত ঘটনাৰ ঊর্ধ্বত নহয় ।”

এনেকি এই বিষয়ত চৰকাৰেই যি প্রচাৰ চলাব লাগিব তাৰ ওপৰতো জোৰ দিয়ে মুখ্য ন্যায়াধীশগৰাকী‌য়ে । শনিবাৰে শিশুৰ ওপৰত যৌন নির্যাতন প্রতিৰোধ আইন ‘পকছো’ বিষয়ক আলোচনাসভাত অংশগ্ৰহণ কৰে শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ।

এই আলোচনাসভাত তেওঁ কয়, “বহু ঠাইত শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা গোপন কৰাৰ চেষ্টা কৰা হয় । এই প্রৱণতা দুর্ভাগ্যজনক । নীৰৱতাই অপৰাধীসকলক প্ৰৰোচনা দিয়ে । যি শিশু নির্যাতনৰ বলি হৈছে তাৰ সুৰক্ষাৰ ব‌্যৱস্থা কৰিব লাগিব চৰকাৰে ।”

যোৱা ছেপ্টেম্বৰত গর্ভপাত সন্দৰ্ভত বৃহৎ ৰায় দিছে শীর্ষ আদালতে । দেশৰ সকলো মহিলা নিৰাপদ আৰু আইনী গর্ভপাতৰ (Abortion) অধিকাৰী, এই বিষয়ত বিবাহিত আৰু অবিবাহিত মহিলাৰ মাজত কোনোধৰণৰ পার্থক্য কৰা অসাংবিধানিক, বৃহস্পতিবাৰে ঐতিহাসিক ৰায় দিলে উচ্চতম ন্যায়ালয়ে ।

লগতে শীর্ষ আদালতে মন্তব্য কৰে, ‘বৈবাহিক ধর্ষণ’ৰ (Marital Rape) বাবেও গর্ভপাতৰ প্রয়োজন হ’ব পাৰে । ‘বৈবাহিক ধর্ষণ’ আৰু ‘ধর্ষণ’ গর্ভপাতৰ ক্ষেত্রত । শীর্ষ আদালতে ‘বৈবাহিক ধর্ষণ’ সংক্রান্ত গোচৰৰ নিষ্পত্তি নোহোৱা স্বত্ত্বেও আদালতৰ এনে মন্তব্য উল্লেখযোগ্য বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Child EducationDY ChandrachurSexual HarrassementSupreme Court of India
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d