Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golaghat :গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেধাৱী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদানৰ শুভাৰম্ভ

publisher by publisher
December 14, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Golaghat :গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২
1
SHARES
5
VIEWS
ShareShareShareShare

Golaghat :

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰে ।

ADVERTISEMENT

WhatsApp Image 2022 12 14 at 19.16.40উল্লেখযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখন স্কুটি প্ৰদান কৰা হৈছে । গোলাঘাট জিলাত মুঠ ১,১৭৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে ।

RelatedPosts

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Forest officer suspended in Uriamghat:উৰিয়ামঘাটত উচ্ছেদৰ ভূমি জৰিপৰ বিষয়াক নিলম্বন

ইয়াৰে ১,০৬১ গৰাকী ছাত্ৰী আৰু ১৩৬ গৰাকী ছাত্ৰ । স্কুটি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি তথা কোনো কাৰণতে স্কুটিখনৰ অপব্যৱহাৰ নকৰি ভৱিষ্যৎ শিক্ষা জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পৰাকৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সন্মানৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক পঢ়াত সহায় হোৱাকৈ চৰকাৰে চলিত বৰ্ষৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে চিন্তা কৰিছে ।

অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে আগ্ৰহীসকলক বিদ্যালয়ৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লক্ষ্য স্থিৰ আৰু সঠিক হলে কোনো অভাৱ-অনাতন অথবা অজুহাতেই হেঙাৰ হ’ব নোৱাৰে ।

বিফলতাৰ বাবে আনক দোষ দিয়াৰ বিপৰীতে নিজক দোষাৰোপ কৰিলে আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি হ’ব বুলি তেওঁ কয় । অনুষ্ঠানত দিয়া ভাষণত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে জীৱন গঢ়াৰ বাটত কোনো চমু পথ নাই ।

কঠোৰ অনুশীলনেই সফলতা প্ৰাপ্তিৰ একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে । নিজৰ ভাষণত বিধায়কগৰাকীয়ে ডঃ বাণীকান্ত কাকতিৰ গুণৰাজিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে আৰু তেখেতৰ সৃষ্টিসমূহক অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ সমল বুলি উল্লেখ কৰে ।

নিয়মীয়া অনুশীলন সফলতাৰ একমাত্ৰ চাবিকাঠি বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক কোনো প্ৰতিকুল পৰিস্থিতিৰ ওচৰত হাৰ নামানি প্ৰয়াস অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।

সভাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । জিলা উপায়ুক্তগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে।

সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়াল, ডি কে ডি কলেজৰ অধ্যক্ষ ডঃ ৰঞ্জিত বৰদলৈ, এইচ পি বি গাৰ্লছ কলেজৰ অধ্যক্ষ ডঃ বুলবুলি বৰুৱা, জয়া গগৈ কলেজৰ অধ্যক্ষ ডঃ অমিয় কুমাৰ দাস, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰিয়া দেউৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, সমাজকৰ্মী দেৱপ্ৰতীম বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে ।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিদ্যাঞ্জলি কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনৰ আহ্বানমৰ্মে জিলাখনৰ কেইবাগৰাকীও সহৃদয় ব্যক্তি-অনুষ্ঠানে শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়োৱা ফেন আৰু ওজন তথা উচ্চতা জোখা যন্ত্ৰও প্ৰদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Devraj Ray CollegeDistributionGolaghatMinister Keshab Mahantapragyan bharti scheme
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d