Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

    Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰতিকুল বতৰকো নেওচি বিহপুৰীয়াত অগপৰ বৃহৎ জাতীয় ঐক্য সমাৰোহ

publisher by publisher
January 11, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
প্ৰতিকুল বতৰকো নেওচি বিহপুৰীয়াত অগপৰ বৃহৎ জাতীয় ঐক্য সমাৰোহ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

প্ৰতিকুল বতৰকো নেওচি মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিহপুৰীয়া বিধান পৰিষদৰ উদ্যোগত আজি আয়োজিত বৃহৎ জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি সভাপতি বৰাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ লগতে নাম উল্লেখ নকৰাকৈ নতুন ৰাজনৈতিক দলৰ বিৰুদ্ধেও তীব্ৰ আক্ৰমনাত্মক বাক্যবাণ নিক্ষেপ কৰে ।

ADVERTISEMENT

উপস্থিত হেজাৰ হেজাৰ জনতাৰ মাজৰ পৰা ভাহি অহা জয় আই অসম ধ্বনিৰ মাজতে সভাপতি বৰাই কয় : ক্ষমতাত নাথাকিলে কংগ্ৰেছ শান্তিৰে থাকিব নোৱাৰে । সেয়েহে এদিন ” হু ইজ বদৰুদ্দিন” বুলি কোৱা কংগ্ৰেছে এতিয়া আজমলৰ হাতত হাত ধৰি দিছপুৰৰ বিজেপি-অসম গণ পৰিষদৰ মিত্ৰ জোটৰ চৰকাৰখন এইবাৰ ক্ষমতাচ্যুত কৰিব বিচাৰিছে ।

কিন্তু কংগ্ৰেছ-আজমলৰ এই আশা চিৰদিন অলীক কল্পনা হৈ ৰ’ব । বিটিচি নিৰ্বাচনত দুয়োটা দলৰ এই অপবিত্ৰ মিত্ৰতাক ৰাইজে এটা ডাঙৰ শূন্য উপহাৰ দি থৈছে । আগন্তুক বিধান সভাৰ নিৰ্বাচনতো তাৰেই পুনৰাবৃত্তি হ’ব । একালৰ অসম গণ পৰিষদৰ দুৰ্গ হিচাপে বিহপুৰীয়াক অভিহিত কৰি এইটো সমষ্টিৰ পৰাই বিধান সভা নিৰ্বাচনত দলটোৱে দুবাৰকৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল বুলিও সভাপতি বৰাই মন্তব্য কৰে ।

অসমৰ মাটিত অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ সুদৃঢ় স্তম্ভ বুলি সগৌৰবে দোহাৰি সভাপতি বৰাই পুনৰাই কয় যে আমাৰ দলটো দুদিনৰ আন্দোলন কৰি একে ৰাতিতে জন্ম হোৱা নাই । কংগ্ৰেছৰ জাতিধ্বংসী কাৰ্যৰ বিৰুদ্ধে এক দীঘলীয়া ঐতিহাসিক সংগ্ৰামৰ অন্তত অসমৰ ৰাইজে অসম গণ পৰিষদ দলৰ জন্ম দিছিল । সেয়েহে এই দলৰ শিপা কোনেও উভালিব নোৱাৰে ।

বৰং এতিয়া দলটোৰ নতুন- পুৰণি সকলোৱে দিন ৰাতি একাকাৰ কৰি প্ৰবল উদ্যম, নিষ্ঠা, সততা আৰু ঐকান্তিকতাৰে কাম কৰি দলটোৰ শিপা অধিক গভীৰতালৈ শিপাইহে নিছে । ৰাইজৰ সীমাহীন আৰ্শীবাদ, সাহস আৰু শক্তিৰে অসম গণ পৰিষদ দলে নতুনকৈ প্ৰাণ পাই ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশৰ বুকুলৈ ধাবমান হৈছে । দলটোৰ এই অমোঘ-অনিৰুদ্ধ যাত্ৰা কোনো অপশক্তিয়ে ৰুধিব নোৱাৰে ।

সাময়িক বিপৰ্যয়ৰ পৰা দেখি-ঠেকি অভিজ্ঞতা আহৰণ কৰি সকলো পৰ্যায়ৰ নেতা-কৰ্মীয়ে নতুন জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে নীলিম আকাশৰ বুকুত অসম গণ পৰিষদ দলৰ ৰঙীন পতাকাখন উৰুৱাবলৈ সংকল্পবদ্ধ হৈছে বুলিও সভাপতি বৰাই ভাষণ প্ৰসংগত উল্লেখ কৰে । অসম গণ পৰিষদ দলক অসমৰ সকলো জাতি- জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা- ভাষী, সম্প্ৰদায়ৰ আপোন ঘৰ হিচাপে অভিহিত কৰি সভাপতি বৰাই দলটোৰ একাংশ সমালোচকক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে ।

কাৰো নাম নোলোৱাকৈ এনে সমালোচকৰ বিৰুদ্ধে চৰম ক্ষোভ উজাৰি সভাপতি বৰাই কয় : অসম গণ পৰিষদ দলক বহুতে ৰাজহুৱা ডবা বুলি ভাবে । মন গ’লেই এনে লোকে এই ডবাটোত এছাট মাৰিব খোজে । অসম গণ পৰিষদৰ পিঠিত এছাট মাৰিয়েই এনে এচাম বুদ্ধিজীবী , নিবন্ধকাৰে টিভিৰ টক শ্ব’ত (Talk Show) ত সময় পাৰ কৰে । পিছে এইবোৰ দেখি শুনি অসম গণ পৰিষদৰ দলীয় সতীৰ্থই বেজাৰ কৰাৰ কোনো প্ৰয়োজন নাই । সোণ পুৰিলেহে উজ্বল হয় । অসম গণ পৰিষদ খাটি সোণ, সেয়েহে আমাৰ দলটোৰ সঁচা উজ্বলতা ৰাইজে দেখিবলৈ পাবই ।

দিছপুৰৰ বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰে ৰাইজক সুশাসন উপহাৰ দিছে বুলি দাবী কৰি সভাপতি বৰাই পুনৰাই কয় যে এপিএছচিৰ অকল্পনীয় সংস্কাৰ ইয়াৰ সামান্য এটা উদাহৰণহে । ঘোচ নিদিলেই চাকৰি নোহোৱা এপিএছচিত এতিয়া মেধাই একমাত্ৰ মাপকাঠি হৈ পৰিছে । ইপিনে, প্ৰতিকুল বতৰ স্বতেও বিহপুৰীয়াৰ ৰাইজ অসম গণ পৰিষদৰ সভালৈ ওলাই অহা দেখি অত্যন্ত আনন্দিত হৈ পৰে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত ।

শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ অসম গণ পৰিষদৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজে দেখুওৱা এনে অভূতপূৰ্ব মৰম চেনেহে দলটোৰ ভেটি অধিক মজবুত কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে কেশৱ মহন্তৰ।এটা সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ দল হিচাপে অসম গণ পৰিষদৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকৰ বাবে খোলা আছে বুলি সদৰি কৰি কাৰ্যকৰী সভাপতি মহন্তই কয় : এইবাৰো দিছপুৰত অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ হ’বই ,ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে ।

অসম গণ পৰিষদে ৰাইজক অলীক বা নাভূত নাশ্ৰুত প্ৰতিশ্ৰুতি দিয়াৰ সলনি বাস্তবৰ সৈতে সম্ভৱপৰ কথাহে কয় । উল্লেখযোগ্য যে আজিৰ এই বৃহৎ জাতীয় ঐক্য সমাৰোহত দলটোৰ অন্যতম জ্যেষ্ঠ উপসভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰা, উপসভাপতি মহেশ দলে, সাধাৰণ সম্পাদক তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, সম্পাদক জয়ন্ত খাউণ্ড, অসম যুব পৰিষদৰ সভাপতি জিতু বৰগোহাঞি, মুখপাত্ৰ তথা দলৰ সাংস্কৃতিক কোষৰ সভানেত্ৰী কল্পনা পাটোৱাৰী, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, সিদ্ধেশ্বৰ হাজৰিকা, অনন্ত বৰা জিলা সভাপতি দীপক বৰদলৈ প্ৰমুখ্যে দলটোৰ ভাতৃ-ভগ্নী সংগঠন, বিধান পৰিষদৰ আন আন বিষয়ববীয়া উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAtul Borabihpuria assam
publisher

publisher

Related Posts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

September 24, 2026
Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d