Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tortoise : বিলুপ্ত, বিস্ময়কৰ কাছৰ প্ৰজাতিয়ে কলিয়াবৰ-কাজিৰঙালৈ হাত বাউল দিছে পৰ্যটকক

samimsultana by samimsultana
December 15, 2022
in News, Assam
Reading Time: 1 min read
0
Tortoise : বিলুপ্ত, বিস্ময়কৰ কাছৰ প্ৰজাতিয়ে কলিয়াবৰ-কাজিৰঙালৈ হাত বাউল দিছে পৰ্যটকক
4
SHARES
44
VIEWS
ShareShareShareShare

Tortoise :

1671011897085’শীতাৰ্ত পুৱা পিঠিৰ চলং খনত যেন জিলিকি ৰয় উদিত সূৰ্য্য৷ একেলগে ঘহনি খাই কটকটাই উঠে শ-শ কাছৰ চলঙৰ কোমল শব্দ৷’ কবিতা কবিতা ল’গা কথাখিনি বাংলা ভাষাতে আওৰাই গ’ল কাজিৰঙা সৌন্দৰ্যসুধা পান কৰিবলৈ অহা কলিকতাৰ ৰবীন্দ্ৰ বেনাৰ্জীয়ে৷ এতিয়া পৰ্যটনৰ বতৰ ৷

ADVERTISEMENT

1671011897057বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈয়ো বৈছে দেশ বিদেশৰ পৰ্যটকৰ লানি নিচিগা সোঁত৷ এশিঙিয়া গঁড়, ঢেকীয়াপতীয়া বাঘ, হৰিণ, ম’হ আদি নানা বৈচিত্ৰ্য্যময় বন্যপ্ৰাণীৰ লগতে এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে শ-শ ভিন্ন প্ৰজাতিৰ কাছৰ জাক৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

কাজিৰঙাৰ বন্যপ্ৰাণীৰে বিশেষভাৱে জড়িত সংবাদকৰ্মী ইমৰান আলিয়ে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ডিফলু বিলকে ধৰি বিভিন্ন জলাশয়, খাল বিলত পৰিলক্ষিত হয় ১৭ টাকৈ প্ৰজাতিৰ সৰু-বৰ কাছ৷

ইয়াৰ ভিতৰত ইয়াত চকৰি কাছ, বৰ কাছ, লাওমুৰা কাছ, বাঘিয়া কাছ, হালধীয়া ফুটুকী কাছ, শালিকা ডুৰা কাছ, ফুটুকী শালিকী কাছ, মুগা ডুৰা, নল ডুৰা, বৰ ডুৰা, পাহাৰী ডুৰা, শিল ডুৰা, জাপ ডুৰা, ছেপেটা ডুৰ আদি কৰি বহুকেইটা প্ৰজাতিৰ কাছ দেখা যায়৷

কলিয়াবৰৰ কলং সুঁতিৰ বিভিন্ন স্থানৰ লগতে ঐতিহাসিক জয়সাগৰ দলনি, ভৰালীবৰুৱা পুখুৰী আদিত বিভিন্ন প্ৰজাতিৰ কাছই প্ৰাণীপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে৷

জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষভাৱে কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই বিভিন্ন প্ৰজাতিৰ কাছৰ বাবে বিশেষভাৱে চৰ্চিত।

এই স্থানৰ বিভিন্ন কাছই আকৰ্ষিত কৰে পৰ্যটকক৷ এই ডিফলু নদীৰ পাৰত পৰি থকা মৰা গছৰ লগতে ডালত কাছই ৰ’দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰে পৰ্যটকক‌। যি কাৰণে এই ঠাই টুকুৰাই নাম পাইছে কাছ ওলোৱা ঠাই বা কাছমাৰী হিচাপে।

সৰু বৰ কাছবোৰৰ নান্দনিক দৃশ্যই অভিভূত কৰে প্ৰতিগৰাকী দেশ বিদেশৰ পৰ্যটকক৷ উল্লেখ্য যে, বৰ কাছ, ডুৰা কাছকে আদি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ১৭ বিধ প্ৰজাতিৰ কাছ।ইয়াৰে ১৩ বিধ প্ৰজাতি দুষ্প্ৰাপ্য।অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত।

ভাৰতত উপলব্ধ ২৯ বিধ প্ৰজাতিৰ কাছৰ ভিতৰত কেৱল উত্তৰ পূৰ্বাঞ্চলতে ২১ বিধ প্ৰজাতিৰ কাছ পোৱা যায়। আনহাতে তথ্য অনুসৰি কাজিৰঙাত ১৭ বিধ প্ৰজাতিৰেই কাছৰ বিচৰণ দেখা যায়৷

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত কাছক লৈও ইতিমধ্য কৰা হৈছে বহু গৱেষণা। বিষ্ময়কৰ আৰু প্ৰাণীজগতৰ এক সুকীয়া জীৱনশৈলীৰ জীৱ কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে।

ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম।

বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, তাৰে কিছুমান প্ৰজাতি বিলুপ্তিৰ পথত। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়।

কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। ই কেই চেণ্টিমিটাৰৰ পৰা দুই মিটাৰ পৰ্যন্ত হব পাৰে। ইহঁত ঘাইকৈ দিনত সক্ৰিয় থাকে কিন্তু তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি গধূলিতো সক্ৰিয় হব পাৰে।

কাছ এবিধ অকলশৰীয়াকৈ থাকি ভাল পোৱা প্ৰাণী। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়।

কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। মাইকী কাছয়ে কণীৰ বাবে গাঁত খান্দে আৰু তাত একৰ পৰা ৩০টা পৰ্যন্ত কণী পাৰে।

ইহঁতে সাধাৰণতে ৰাতি কণী পাৰে আৰু কণীবোৰ মাটি, বালি বা অন্য জৈৱ পদাৰ্থ দি ঢাকি দিয়ে আৰু কণী পৰাৰ পাছত যেন প্ৰকৃতিক ৰখীয়া কৰি আঁতৰি যায়।

কণী ফুটি পোৱালি ওলাবলৈ প্ৰজাতি বিশেষে ৬০ ৰ পৰা ১২০ দিন সময় লাগে। কণীৰ আকাৰ মাকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। পোৱালি কাছয়ে ভ্ৰণথল লৈ জন্মগ্ৰহণ কৰে যি সিহঁতক তিনিৰ পৰা সাত দিন পৰ্যন্ত পুষ্টি যোগান ধৰে।

পোৱালি কাছয়ে সিহঁতৰ প্ৰয়োজনীয় পুষ্টি উপাদানৰ বাবে ভিন্ন ধৰণৰ খাদ্য খায়। কাছৰ চলঙৰ ওপৰৰ অংশত সমকেন্দ্ৰ বিশিষ্ট ৰিং থাকে। এইবোৰৰ পৰা ইহঁতৰ বয়স গণনা কৰিব পাৰি। কাছ বহু বৰ্ষজীৱী প্ৰাণী।

ইহঁত প্ৰায় ৩০০ বছৰ জীয়াই থাকিব পাৰে। অধিকাংশ স্থলত বসৱাসকাৰী কাছ তৃণভোজী। ইহঁতে ঘাঁ, পাত, ফুল আৰু কিছু ফল খায়। যদিও কিছু সৰ্বভক্ষী কাছও এই পৰিয়ালত আছে। কিছু প্ৰজাতিয়ে কীটপতংগ আৰু মৃতদেহও খায়।

তৃণভোজী কাছবোৰে অতিৰিক্ত আমিষ খালে স্বাস্থ্যৰ বাবে ক্ষতিকৰ আৰু চলঙত বিকৃতিসহ অন্যান্য স্বাস্থ্যগত জটিলতা সৃষ্টি কৰে।

যিহেতু প্ৰত্যেক প্ৰজাতিৰ কাছৰ পুষ্টিৰ চাহিদা ভিন্ন সেয়ে এই ক্ষেত্ৰত গৱেষণা কৰা দৰকাৰ বুলি ভাবিব পাৰি৷ কলিয়াবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পৰ্যটনৰ বতৰত জাক জাক কাছৰ জলকেলি এতিয়া দেশবিদেশৰ পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণৰ আকৰ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKazirangatortoise
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d