Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi-Himachal Election : হিমাচল-দিল্লীৰ নিৰ্বাচনী ব্যৰ্থতাত ক্ষুণ্ণ মোদী

publisher by publisher
December 16, 2022
in India, News, Politics
Reading Time: 1 min read
0
Delhi-Himachal Election : হিমাচল-দিল্লীৰ নিৰ্বাচনী ব্যৰ্থতাত ক্ষুণ্ণ মোদী
0
SHARES
4
VIEWS
ShareShareShareShare

Delhi-Himachal Election :

গৃহ ৰাজ্য হিমাচল প্রদেশত শেহতীয়া বিধানসভাৰ নিৰ্বাচনত পৰাজয়ৰ পাছত পাখি কটা গ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ । সূত্ৰৰ প্ৰকাশ যে নড্ডাৰ ক্ষমতা সংগোপনে কৰ্তন কৰা হৈছে ।

ADVERTISEMENT

আগন্তুক সময়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ দৰে বিষয়ৰ পৰা তেওঁক আঁতৰি থাকিবলৈ কোৱা হৈছে যে উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ যে দিল্লী পৌৰসভা নিৰ্বাচনৰ দায়িত্বত থকা দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ ভূমিকাতো ক্ষুণ্ণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

চলিত ডিচেম্বৰত যি তিনিটা নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত জল্পনা-কল্পনা অব্যাহত আছিল, তাৰ ভিতৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন কঠিন হ’ব বুলি ধাৰণা কৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব‌ই ।

ইয়াৰ বিপৰীতে গুজৰাট আৰু হিমাচল প্ৰদেশত বিজয় নিশ্চিত বুলিয়ে ধৰি লৈছিল বিজেপিয়ে । হিমাচল প্ৰদেশত সামান্য ব্যৱধানত দলৰ পৰাজয়ত ভীষণ ক্ষুব্ধ প্ৰধানমন্ত্ৰী মোদী ।

২০২৪ৰ লোকসভাৰ নিৰ্বাচনত বিজয়ী হৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ এতিয়াৰে পৰা মনোনিবেশ কৰিছে মোদীয়ে । এই সপোন পূৰণত কোনো ধৰণৰ আপোচ কৰিবলৈ তেওঁ সন্মত নহয় ।

দলৰ কেন্দ্ৰীয় নেতাৰ সূত্ৰত প্ৰকাশ যে লোকসভা পৰ্যন্ত এটা বিধানসভাৰ নিৰ্বাচনতো পৰাজিত হোৱা মানে মোদীয়ে স্বপ্ন পূৰণত বাধাৰ সৃষ্টি হোৱা । যোৱা আঠ ডিচেম্বৰত নিৰ্বাচনী ফলাফল প্ৰকাশৰ পাছত দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী ।

তাত উপস্থিত থকা সমৰ্থকসকলক উদ্দেশ্যি চমু ভাষণ দিয়াৰ পাছত তেওঁ দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰাজয়ৰ কাৰণ বিচাৰি বৈঠকত মিলিত হয় । এই বৈঠকত অমিত শ্বাহৰ উপৰি আছিল নড্ডা আৰু সন্তোষ ।

দলীয় সূত্ৰত প্ৰকাশ যে বৈঠকত প্ৰথমতে ভোটপ্ৰাপ্তিৰ পৰিসংখ্যাক লৈ আলোচনা হয় । ইয়াত দেখা যায় যে হিমাচলত মাত্ৰ ০.৯ শতাংশ ভোট কমকৈ পাইছে বিজেপিয়ে । একেদৰে দিল্লীত আম আদমি পার্টিতকৈ তিনি শতাংশ ভোট কম পাইছে বিজেপিয়ে ।

বৈঠকত মোদীয়ে কয় যে এই পৰিসংখ্যাই স্পষ্ট কৰিছে যে দলীয় সংগঠনে ভালদৰে কাম কৰিছে । সাংগঠনিক দিশৰ পৰা প্ৰস্তুতিৰ কোনো অভাৱ নাছিল ।

ইপিনে, হিমাচলৰ নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ মাত্ৰাৰ স’তে বিৰোধীয়ে সুৰ মিলাব পৰা নাছিল । সূত্ৰটোৱে কয় যে মোদীয়ে এই ধাৰণা কৰিছে যে দিল্লী আৰু হিমাচলত দলৰ সংগঠনে ভালদৰে কাম কৰিলেও পৰাজয়ৰ মূল কাৰণ হ’ল টিকট আবণ্টনত বিসংগতি । হিমাচলত টিকট দিয়াৰ দায়িত্বত আছিল নড্ডা ।

দলীয় সূত্ৰত প্ৰকাশ যে প্ৰায় ২০ জন বিধায়কৰ এইবাৰ টিকট কৰ্তন কৰা হৈছিল । প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা মনত ৰাখি নতুন মুখ দিছিল নড্ডাই । আৰম্ভণিৰে পৰাই বিক্ষুব্ধসকলে প্ৰাৰ্থীৰূপে থিয় দিব বুলি বিজেপি নেতৃত্বই জানিছিল । ইয়াৰ পাছতো নড্ডায় কিয় তেওঁলোকক কাষলৈ চপাই অনাৰ চেষ্টা নকৰিলে তাকে লৈ বৈঠকত প্ৰশ্ন উঠে ।

একাংশ কেন্দ্ৰীয় নেতাৰ মতে, নিজৰ ৰাজ্যত নিৰ্বাচন বুলিয়ে কিছু হ’লেও আত্মতুষ্টিত ভুগিছিল নড্ডাই । প্ৰধানমন্ত্ৰী মোদীয়ে সকলোখিনি চম্ভালি পেলাব বুলি তেওঁ আশা কৰিছিল । বাস্তৱত তেনে নহ’ল । কে’বাখনো আসনত বিক্ষুব্ধসকলে ভোট কৰ্তন কৰাৰ ফলত দলীয় প্ৰাৰ্থী পৰাজিত হোৱা বুলি ‌দলৰ সূত্ৰত প্ৰকাশ ।

নড্ডাৰ এই ধৰণৰ গা এৰা দি‌য়া মনোভাৱত প্ৰধানমন্ত্ৰী ক্ষুব্ধ হৈছে । সেয়েহে যোৱা আঠ ডিচেম্বৰৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষত নিৰ্বাচন হ’বলগীয়া নখন ৰাজ্যত টিকট আবণ্টনৰ দায়িত্বত নড্ডাৰ কোনো পোনপটীয়া ভূমিকা নাথাকিব ।

তেওঁ কেৱল সাংগঠনিক দিশ শক্তিশালী কৰাৰ কামত গুৰুত্ব আৰোপ কৰিব । ইপিনে, আৰম্ভণিৰে পৰা দিল্লী পৌৰ নিৰ্বাচনত দলীয় টিকট আবণ্টনক লৈ বি এল সন্তোষৰ বিৰুদ্ধে অভিযোগ আছিল যদিও তাক আঁতৰ কৰাত গুৰুত্ব প্ৰদান কৰা নহ’ল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHIElectionHimachal PradeshJP NaddaNarendra Modi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d