Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rahul Gandhi : পদযাত্রাৰ মাজতে বিজেপিৰ দপ্তৰ দেখি হাত জোঁকাৰিলে ৰাহুল গান্ধীয়ে, ইয়াৰ প্ৰত্যুত্তৰ কি দিলে কর্মীসকলে ?

publisher by publisher
December 6, 2022
in India, News, Politics
Reading Time: 1 min read
0
Rahul Gandhi : পদযাত্রাৰ মাজতে বিজেপিৰ দপ্তৰ দেখি হাত জোঁকাৰিলে ৰাহুল গান্ধীয়ে, ইয়াৰ প্ৰত্যুত্তৰ কি দিলে কর্মীসকলে ?
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Rahul Gandhi :

সমগ্ৰ দেশক একজোঁট কৰিবলৈ পদযাত্রা ৰাহুল গান্ধীৰ । সেয়ে প্রবল প্রতিপক্ষক দেখিও কেৰেপ কৰা নাই ৰাহুলে । বৰঞ্চ আবেগ, ভালপোৱা নিগৰায় ।

ADVERTISEMENT

মঙলবাৰে পুৱা ঝালৱাৰত বিজেপিৰ দপ্তৰৰ সন্মুখেৰে যোৱাৰ সময়ত হাত জোঁকাৰিলে, চুমা দিলে কংগ্রেছ সাংসদে । দপ্তৰত ৰৈ উলোটাই হাত জোঁকাৰিলে বিজেপি কর্মীসকলেও ।

মঙলবাৰে পুৱা সাতটাৰ কিছু আগতে ঝালৱাৰত ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈছিল ৰাহুলৰ পদযাত্রা । কোটাৰ দিশে গৈছিল তেওঁ । সেই সময়ত পথৰ কাষত এখন ঘৰত প্রধানমন্ত্রী মোদী আৰু বিজেপি নেতাৰ ছবি থকা বেনাৰ লগোৱা আছিল । তাৰ কাষতে ৰৈ আছিল কেইজনমান কৰ্মী ।

তেওঁলোককেই হাত জোঁকাৰি সম্ভাষণ জনালে ৰাহুলে । চুমাও নিগৰালে । সংগীসকলো কৰিবলৈ কয় । ৰাহুলৰ পাছফালে খোজকাঢ়ি আছিল সচিন পাইলট, ৰাজস্থানৰ মন্ত্রী ৰামলাল জাট । তেওঁলোকেও নেতাক অনুসৰণ কৰি হাত জোঁকাৰে ।

তথ্য অনুসৰি, ঝালৱাৰৰ এই ঘৰখন বিজেপি নেত্রী বসুন্ধৰা ৰাজৰ পুত্ৰ, তথা বিজেপি সাংসদ দুষ্ম্যন্ত সিঙৰ দপ্তৰ । ঘৰৰ বাহিৰত ওলমোৱা বেনাৰত আছে প্রধানমন্ত্রী, বিজেপি সভাপতি জেপি নড্ডা, নেত্রী বসুন্ধৰা আ দুষ্ম্যন্তৰ ছবি ।

প্রসংগত, ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰাৰ গড় হ’ল ঝালৱাৰ । মনকৰিবলগীয়া, আগন্তুক বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই চহৰেৰে পদযাত্রা কৰিলে ৰাহুলে ।

কংগ্রেছ নেতা জয়ৰাম ৰমেশে ৰাহুলৰ এই আচৰণ দেখি কয়, ‘‘এইটোৱে ৰাহুলৰ ষ্টাইল । ইয়াত বেছি একো নিবিচাৰিব । বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলকে স্বাগত জনাইছে তেওঁ ।’’

ৰমেশে উল্লেখ কৰে যে ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ সদস্যসকলকো তেওঁ আমন্ত্রণ জনাইছে ।

পাছত ৰাহুল নিজেই সামাজিক মাধ্যমত এই ব্যৱহাৰক লৈ লিখিছে, ‘‘কোনো বিদ্বেষ নাই, কোনো ক্ষোভ নাই, কোনো বিৰক্তি নাই— ভাৰতযাত্রীসকলৰ মনত এনে একো নাই । তেওঁলোকৰ লক্ষ্য, ভাৰতক ঐক্যবদ্ধ কৰা, ভাৰতীয়সকলৰ ভোগান্তিৰ প্রতি সহানুভূতি, সকলো নাগৰিকসকলৰ ভালপোৱা ।’’

প্রসংগত, এয়ে প্রথম নহয়, ২০১৮ত সংসদত প্রধানমন্ত্রীক সাৱটি ধৰিছিল ৰাহুলে । এই কাৰ্য দেখি আচৰিত হৈছিল তেওঁৰ নিজৰ দলৰ সাংসদসকলেই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BHARAT JODO YATRACongressRahul Gandhi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d