Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

World’s shortest man : এওঁ হৈছে বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ পুৰুষ !

ম'বাইল ব্যৱহাৰ কৰিব নোৱাৰে অফছিনে

publisher by publisher
December 17, 2022
in News, International
Reading Time: 1 min read
0
World’s shortest man : এওঁ হৈছে বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ পুৰুষ !
1
SHARES
10
VIEWS
ShareShareShareShare

World’s shortest man :

২০ বছৰীয়া এজন যুৱকক বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ ব্যক্তি আখ্যা দিয়া হৈছে । বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে অফছিন ইছমাইল গাদেৰজাদেহে (Afshin Esmaeil Ghaderzadeh) ।

ADVERTISEMENT

দুই ফুট এক ইঞ্চি উচ্চতা আৰু ৬.৫ কেজি ওজনৰ ইৰাণী যুৱক অফছিনৰ শৰীৰ অতি দুৰ্বল । সেয়ে তেওঁ ম’বাইলৰ দৰে সৰু বস্তু এটাও ব্যৱহাৰ কৰিব নোৱাৰে ।

RelatedPosts

১০২ বছৰত জীৱন্ত আগ্নেয়গিৰি ফুজিৰ শীৰ্ষত আৰোহণ

Himanta Biswa Sarma Pressmeet :বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সমুহীয়া বিহুনৃত্যৰ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Dog : বিশ্বৰ আটাইতকৈ বয়স্ক কুকুৰ জিনো

96257050

জন্মৰ সময়ত অফছিনৰ শৰীৰৰ ওজন মাত্ৰ সাতশ গ্ৰাম আছিল । তেওঁ ইৰাণৰ পশ্চিম আজাৰবাইজান প্ৰদেশৰ বুকান কাউন্টিৰ বাসিন্দা । তেওঁৰ উচ্চতা দুই ফুট এক ইঞ্চি (৬৫.২৪ চে.মি.) ।

অফছিনে কয় যে তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰকাশ পোৱাৰ পাছত মানুহে তেওঁক চিনি পাব আৰু সহায় কৰিব পাৰিব বুলি আশাবাদী । আফছিনে কয়, তেওঁ আশাবাদী যে তেওঁ তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ সক্ষম হ’ব ।

shortest man Afshin 18515912cbf original ratio

কলম্বিয়াৰ ২.৭ ইঞ্চি উচ্চতাৰ ৩৬ বছৰীয়া এডৱাৰ্ড “নিন’ হাৰ্নাণ্ডেজ”ৰ কম উচ্চতাৰ অভিলেখ ভংগ কৰিলে অফছিনে । অফছিনে কয় যে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হোৱা হেতুকে কোনোদিন বিদ্যালয়লৈও যাব নোৱাৰিলে । তেওঁক তেওঁৰ গাঁৱতো কোনো একো কাম নিদিয়ে ।

ম’বাইলো তেওঁৰ ওজনৰ তুলনাত ভাৰি । সেয়ে তেওঁ ম’বাইলো ব্যৱহাৰ কৰিব নোৱাৰে । অফছিনৰ পিতৃ ইছমাইল গাদেৰজাদেহে (Esmaeil Ghaderzadeh) কয় যে তেওঁৰ পুত্ৰ‌ই শাৰীৰিকভাৱে দুৰ্বল হোৱা বাবেই পঢ়া-শুনা কৰিব নোৱাৰিলে । কিন্তু তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ ।

https://www.instagram.com/p/Cdf6uTdIRk9/?utm_source=ig_embed&ig_rid=59723274-0112-4255-bd20-68a83e0b62fd

তেওঁ তিনি বছৰীয়া ল’ৰাৰ কাপোৰ পৰিধান কৰে । অফছিনে শেহতীয়াকৈ নিজৰ নাম লিখিবলৈ শিকিছে । অফছিনে কয় যে তেওঁ নিজৰ জোখৰ কাপোৰ নাপায় ।সেয়ে তেওঁ তিনি বছৰীয়া শিশুৰ জোখৰ কাপোৰ পিন্ধে ।

কাৰ্টুন চাই ভাল পায় :

অফছিনে তেওঁৰ অধিকাংশ সময় কাৰ্টুন চাই অতিবাহিত কৰে । তেওঁৰ প্ৰিয় কাৰ্টুন ‘টম এণ্ড জেৰী’ । শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত @mohamadghaderzadeh_official একাউণ্টো তৈয়াৰ কৰিছে ।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য সম্পাদক ক্ৰেগ গ্লেণ্ডেও অফছিন আৰু তেওঁৰ পৰিয়ালক লগ পোৱাৰ পাছত সুখ প্ৰকাশ কৰে । তেওঁ কয় যে অফছিনে তেওঁৰ আগন্তুক জীৱন চেলিব্ৰিটী হিচাপে অতিবাহিত কৰিবলৈ প্ৰস্তুত থাকক ।

আনহাতে, অফছিনে কয় যে তেওঁ ডুবাইৰ বুৰ্জ খলিফা অট্টালিকাৰ শিখৰত যাব বিচাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Afshin Esmaeil GhaderzadehGuinness World RecordsWorld's shortest man
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d