Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Climate Change  : ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকটৰ আগজাননী

publisher by publisher
December 22, 2022
in India, News
Reading Time: 2 mins read
0
Climate Change  : ব্ৰহ্মপুত্ৰলৈ গভীৰ সংকটৰ আগজাননী
3
SHARES
29
VIEWS
ShareShareShareShare

Climate Change  :

কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন জলবিদ্যুৎ প্ৰকল্প , গৱেষণাত উদ্বেগজনক তথ্য হিন্দুকুশ পর্বতমালাত ব্যাপক হাৰত বৰফ গলিবলৈ ধৰা আৰু মৌচুমীৰ প্ৰভাৱত আগতীয়াকৈ অভাৱনীয় হাৰত বৃষ্টিপাতে হিমালয়ৰ পাদদেশীয় অঞ্চলত স্থাপিত জলবিদ্যুৎ প্রকল্পসমূহলৈ কঢ়িয়াই আনিছে ভয়াৱহ প্রত্যাহ্বান।

ADVERTISEMENT

বিশেষকৈ তিব্বতত উৎপত্তি হৈ ভাৰতীয় ভূখণ্ডলৈ নামি অহা চীনত য়াৰ্লং চাংপ’ আৰু ভাৰতত ব্ৰহ্মপুত্ৰ বেচিনক লৈ স্থাপিত জলবিদ্যুৎ প্রকল্পসমূহে নৈপৰীয়া সভ্যতালৈ বিপদ মাতিব বুলি সকীয়াই দিছে গৱেষকসকলে।

RelatedPosts

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

Dhubri:ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন !

KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন

শেহতীয়াকৈ ইউৰোপীয়ান আৰু চীনৰ এদল গৱেষকে যুটীয়াভাৱে চলোৱা এক গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে হিন্দুকুশ হিমালয় অঞ্চলত প্ৰতি দশকত ০.৩২ ডিগ্ৰী ছেলছিয়াছকৈ উষ্ণতা বৃদ্ধি পাইছে।

সমীক্ষা প্রতিবেদনত প্রকাশিত তথ্য মতে, হিমালয়ৰ পাৰ্লং নম্বৰ চাৰি হিম শৃংগটোক চিহ্ন হিচাপে লৈ বৰফ আৰু বৃষ্টিপাতৰ উঠা-নমা নির্ণয় কৰা হয়। এই হিম শৃংগৰ ব্যাপক সালসলনিয়ে প্ৰমাণ কৰিছে প্ৰতিটো দশকতে গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱৰ্তনৰ ফলত ক্রমান্বয়ে তাপমাত্রা বৃদ্ধিৰ পাৰ্শ্বক্ৰিয়া৷

পাৰ্লং নম্বৰ চাৰিত গৱেষকসকলে কৰা অধ্যয়নত এই কথা স্পষ্ট হৈছে যে ১৯৯০ৰ পাছত প্ৰতিটো দশকত ০.৩৯ ডিগ্ৰী ছেলছিয়াছকৈ তাপমাত্রা বৃদ্ধি পাই আহিছে।

গৱেষক দলটোৰ অন্যতম এচিলে জুবাৰ্টনে এই প্রতিবেদনৰ প্ৰসংগত সংবাদ সংস্থাৰ আগত প্ৰকাশ কৰিছে যে ১৯৭৫ৰ পৰা ২০১৯লৈ এই সময়ছোৱাত প্রতি বছৰত এই হিম ভাণ্ডাৰ ০.৩২ মিটাৰকৈ গলিবলৈ আৰম্ভ কৰিছে।

একেদৰে বিগত ২০০০ৰ পৰা মৌচুমী প্ৰৱাহিত কালত হিমালয়ৰ হিম ভাণ্ডাৰত বৰফৰ বৰষুণ ২৬ শতাংশলৈ হ্ৰাস পাইছে। এয়া অতি উদ্বেগজনক বুলি আখ্যা দি প্রতিবেদনত উল্লেখ কৰা হৈছে যে আন বহু গৱেষণাত কৃত্রিম উপগ্ৰহৰ জৰিয়তে সংগৃহীত আলোকচিত্ৰৰ ভিত্তিত প্রতিবেদন যুগুত কৰা হয় যদিও এই সমীক্ষকসকলে হিম ভাণ্ডাৰৰ পৃষ্ঠলৈ গৈ অধিক সুনিশ্চিত তথ্যৰ ভিত্তিত প্রতিবেদনখন প্রস্তুত কৰিছে।

প্ৰতিবেদনত স্পষ্টভাৱে কোৱা হৈছে যে হিমালয়ৰ বক্ষত যিটো হাৰত বৰফ গলিবলৈ ধৰিছে এই ধাৰা অব্যাহত থকাৰ ফলত অদূৰ ভৱিষ্যতে সর্বাধিক ক্ষতিগ্রস্ত হ’ব ব্ৰহ্মপুত্ৰ নৈ। উল্লেখ্য যে হিমালয়ৰ হিন্দুকুশ হিম ভাণ্ডাৰক উৎস হিচাপে লৈ পানী আৰু শক্তিৰ ওপৰত নিৰ্ভৰশীল চীন, ভাৰত, পাকিস্তান আৰু নেপালকে ধৰি ১০ খন ৰাষ্ট্ৰই অনাগত দিনত জলবায়ু পৰিৱৰ্তনৰ কুফল ভোগ কৰিব লাগিব।

বিশেষকৈ এই বৰফৰ ভাণ্ডাৰৰ পৰা প্ৰৱাহিত নৈৰ পানীৰ পৰা জলবিদ্যুৎ উৎপাদন কৰা ৰাষ্ট্ৰসমূহে অধিক মূল্য ভৰিব লাগিব। লক্ষ্যণীয় যে চীন আৰু ভাৰতবৰ্ষই এছিয়াৰ ভিতৰতে সর্বাধিক জলবিদ্যুৎ উৎপাদন কৰে।

২০২১ৰ তথ্য মতে, চীনে জলশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰে ১,৩০০ টেৰাৱাট আৱাৰ্ছ বিদ্যুৎ। ইয়াৰ বিপৰীতে, ভাৰতবৰ্ষই চীনতকৈ এক দশমাংশহে জলবিদ্যুৎ উৎপাদন কৰে। দুয়োখন ৰাষ্ট্ৰই কাৰ্বনমুক্ত ৰাষ্ট্ৰৰূপে নিজকে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি থকাৰ প্ৰসংগ উনুকিয়াই প্রতিবেদন কোৱা হৈছে যে চীনে ২০৬০ৰ ভিতৰত আৰু ভাৰতে ২০৭০ৰ ভিতৰত কাৰ্বনমুক্ত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য লৈছে।

ইয়াৰ অংশৰূপে দুয়োখন ৰাষ্ট্ৰই জলবিদ্যুৎ উৎপাদনত অধিক গুৰুত্ব আৰোপ কৰিছে। চীনে ২০৫০ৰ ভিতৰত বিদ্যুৎ উৎপাদনৰ হাৰ বৰ্তমানৰ তুলনাত দুগুণলৈ অর্থাৎ ১৪,৮০০ ট্ৰোৱাট আৱাৰ্ছলৈ বৃদ্ধিৰ লক্ষ্য লৈছে, ইয়াৰ ভিতৰত ১৪ শতাংশই হ’ল জলবিদ্যুৎ।

আকৌ বিশ্বৰ বৃহত্তম হাইড্ৰ’পাৱাৰ পাইপলাইন ভাৰতেও ২০৩২ৰ ভিতৰত বৰ্তমানৰ ৫২ গিগাৱাট জলবিদ্যুৎ প্রায় দুশ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে। স্বাভাৱিকতে জলবিদ্যুৎ উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ বাবে মূল উৎসৰূপে চিহ্নিত হৈছে চীনৰ য়ালুং চাংপ’ আৰু ভাৰতৰ ব্ৰহ্মপুত্ৰ নৈ।

প্রতিবেদনখনৰ মতে, ভাৰতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক উৎস হিচাপে লৈ মুঠতে ১৭০ টাকৈ ক্ষুদ্ৰ আৰু বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ প্ৰস্তাৱ লৈছে। ইয়াৰে ভিতৰত কেৱল অৰুণাচলতে এই পর্যন্ত ১১১৫ মেগাৱাট শক্তি উৎপাদনক্ষম কে’বাটাও প্ৰকল্পৰ উৎপাদন কার্য চলি আছে আৰু প্ৰায় ২০০০ মেগাৱাট উৎপাদনৰ বাবে প্ৰকল্প নির্মাণ কার্য চলাই আছে।

জলবিদ্যুৎ প্রকল্পৰ সংখ্যা বৃদ্ধিৰ লগে লগে জলবায়ু পৰিৱৰ্তনৰ ফলত এফালে বৰফ অধিক হাৰত গলিবলৈ ধৰা আৰু মৌচুমীৰ প্ৰভাৱত স্বাভাৱিক হাৰতকৈ অধিক হাৰত বৰষুণ পৰাৰ পৰিণতিত সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু চীনৰ নামনি তিব্বত অংশলৈ ভয়াৱহ ভৱিষ্যৎ কঢ়িয়াই আনিছে এইসমূহ বৃহৎ প্রকল্পই।

গৱেষকসকলৰ মতে, ভাৰত আৰু চীনত স্থাপন কৰা বা স্থাপনৰ লক্ষ্য লোৱা জলবিদ্যুৎ প্রকল্পসমূহ এফালে যিদৰে ধন-জনৰ প্ৰতি ভাবুকি স্বৰূপ ঠিক তেনেদৰে দুয়োখন ৰাষ্ট্ৰৰ বাবেও সমানে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিব। জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱত এই অঞ্চলটো জলবিদ্যুৎ প্রকল্প স্থাপনৰ বাবে মুঠেও অনুকূল নহয় প্রতিবেদনখনতউল্লেখ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: brahmaputra riverClimate ChangeHindu Kush HimalayaMountains
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d