Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Covid 19 India : চীনত কৰ’না বৃদ্ধিৰ খবৰত উদ্বিগ্ন ভাৰত

সকলো ৰাজ্যকে সতর্ক কৰি বৈঠকৰ আহ্বান কেন্দ্রৰ

publisher by publisher
December 21, 2022
in COVID-19, India, News
Reading Time: 2 mins read
0
Covid 19 India : চীনত কৰ’না বৃদ্ধিৰ খবৰত উদ্বিগ্ন ভাৰত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Covid 19 India :

চীনত কৰ’না সংক্রমণ বৃদ্ধিয়ে উদ্বেগ বঢ়াইছে ভাৰতৰো । পুনৰ আৰম্ভ হ’ব নেকি ভাইৰাছৰ তাণ্ডৱ ? অতীতৰ পৰা শিক্ষা লৈ এইবাৰ আৰম্ভণিৰ পৰাই পৰিকল্পনা কৰি জঁপিয়াই পৰিব বিচাৰিছে নৰেন্দ্র মোদী চৰকাৰ ।

ADVERTISEMENT

ইতিমধ্যে সকলো ৰাজ্য‌ৰে কি কি কৰণীয় — তাৰ বিস্তাৰিত নির্দেশনা প্ৰেৰণ কৰিছে কেন্দ্র‌ই । লগতে, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই অতিমাৰী পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে শীর্ষকর্তা আৰু বিশেষজ্ঞসকলৰ স’তে পর্যালোচনা বৈঠকত মিলিত হ’ব ।

চীনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সকলো ৰাজ্যক নির্দেশ দিছে, তেওঁলোকে যাতে কৰ’না ভাইৰাছৰ সন্ধান পালেই নমুনা জিন’ম ছিকোৱেন্সিং-ৰ বাবে প্ৰেৰণ কৰে ‘ইনছাকগ’ত ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ অধীনস্থ ‘ইনছাকগ’এ ভাৰতত কৰ’নাৰ বিভিন্ন প্রজাতি (ষ্ট্ৰেন) সন্দৰ্ভত নিয়মিত চর্চা আৰু গৱেষণা চলাই যায় । কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে সকলো ৰাজ্যকে যি নির্দেশনা প্ৰেৰণ কৰিছে তাত কোৱা হৈছে, জাপান, আমেৰিকা, কোৰিয়া, ব্রাজিল আৰু চীনত হঠাৎ কৰ’না বৃদ্ধিৰ নিৰিখত প্ৰতিখন ৰাজ্যত জিন’ম ছিকোৱেন্সিঙৰ প্রক্রিয়া অধিক দ্রুতগামী কৰিব লাগিব ।

যাতে কৰ’নাৰ ৰূপ (ভেৰিয়েন্ট) আৰু তাৰ অগ্রগতি সম্পর্কে বিশদ ধাৰণা প্ৰস্তুত ৰখা সম্ভৱ হয় । আগন্তুক দিনত নতুন কোনো ৰূপ বা প্রজাতি ভয়ংকৰ হে উঠাৰ আগতেই যাতে প্রয়োজনীয় ব্যৱস্থা কৰি ৰাখিব পাৰি ।

ভাৰতত সম্প্ৰতি কৰ’না সংক্রমণ নায়েই বুলিব পাৰি । বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ১১২টা নতুন সংক্রমণৰ খবৰ পোৱা গৈছে । যি সোমবাৰৰ তুলনাত যথেষ্ট কম ।

সোমবাৰে ভাৰতৰ সংক্রমিতৰ সংখ্যা আছিল ১৮১ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী সম্প্ৰতি দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ৩,৪৯০ ।

বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’না আক্রান্ত হৈ তিনি জনৰ মৃত্যু হৈছে । মৃতসকলৰ ভিতৰত দুজন কেৰালাৰ বাসিন্দা, এজন মহাৰাষ্ট্রৰ । ইয়াৰ ফলত ভাৰতত কৰ’নাত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হ’ল পাঁচ লাখ ৩০ হেজাৰ ৬৭৭ ।

ইপিনে বৰ্ধিত কৰ’নাৰ বিষয় লৈ ৰাজনীতিও জড়িত হৈ পৰিছে । কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে কংগ্রেছ সাংসদ ৰাহুল গান্ধীক এখন পত্ৰ লিখিছে । তাত কংগ্রেছৰ ভাৰত জোড়ো যাত্রাত কঠোৰভাৱে কৰ’নাবিধি অৱলম্বন কৰাৰ আবেদন জনোৱা হৈছে ।

টিকা নোলোৱা ব্যক্তিসকলক যাতে যাত্রাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়, তাৰো আবেদন জনাইছে মাণ্ডব্য‌ই । লগতে লিখিছে, কৰ’না বিধি পালন যথাযথভাৱে সম্ভৱ নহ’লে যেন যাত্রা স্থগিত কৰি দিয়াৰ সিদ্ধান্ত লয় কংগ্রেছ নেতাসকলে ।

একেই পত্ৰ প্ৰেৰণ কৰা হৈছে ৰাজস্থানৰ  মুখ্যমন্ত্রী অশোক গেহলটলৈও । উলোটা প্রতিক্রিয়া দিছে কংগ্রেছৰ তৰফৰ পৰাও ।

পবন খেৰাৰ দাবী, কোনো নির্দিষ্ট ৰাজনৈতিক দলৰ কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰি যাত্রা বন্ধ কৰাৰ কৌশল গ্ৰহণ কৰিছে কেন্দ্র‌ই । এই ক্ষেত্ৰত মূল কাৰণ ক’ভিড-ভীতি নহয়, মোদীৰ কংগ্রেছ ভীতি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19indiaMInistry of Healthnew delhi
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d