Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Illegal smuggling of wood : মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লোৱা নাই মেঘালয়ৰ বনদস্যুয়ে

অসম-মেঘালয় সীমান্তত অব্যাহত অবৈধ কুণ্ডা সৰবৰাহৰ

publisher by publisher
December 23, 2022
in News, Environment
Reading Time: 2 mins read
0
Illegal smuggling of wood : মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লোৱা নাই মেঘালয়ৰ বনদস্যুয়ে
2
SHARES
24
VIEWS
ShareShareShareShare

Illegal smuggling of wood :

মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লাভ কৰা নাই মেঘালয়ৰ বনদস্যুয়ে । অসম-মেঘালয় সীমান্তত আজিও অব্যাহত আছে অবৈধ কুণ্ডা সৰবৰাহৰ কাৰ্য ।

ADVERTISEMENT

যোৱা ২২ নৱেম্বৰত কুণ্ডা সৰবৰাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ গৈ অসম-মেঘালয় সীমান্তৰ মুক্ৰত খাছী দুৰ্বৃত্ত আৰু আৰক্ষী-খেৰণি বন বিভাগৰ বনকৰ্মীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ আৰু গুলিচালনাৰ দৰে ঘটনা, য’ত পাঁচজনকৈ খাছী লোক নিহত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙৰ বিদ্যাছিং লেকথে নামৰ এজন গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছিল ।

RelatedPosts

অসম-মেঘালয় সীমান্তৱৰ্তী আপাৰ তাৰাবাৰী পৰিদৰ্শন কামৰূপ আয়ুক্তৰ

Assam-Meghalaya border tensions resumed অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা

Cm Conrad Sangma:মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল’: মুখ্যমন্ত্ৰী কনৰাড চাংমা

b85113f6 7acc 47fe b417 20e76defb684আনকি ইয়াৰ পূৰ্বেও অসম-মেঘালয় সীমান্ত অঞ্চলৰ পৰা ২৮ খনকৈ কুণ্ডা সৰবৰাহ কৰা মেঘালয়ৰ বাহন জব্দ কৰিছিল খেৰণি বন বিভাগে । কিন্তু ইমানৰ পাছতো শিক্ষা লাভ কৰা নাই মেঘালয়ৰ বনদস্যুয়ে ।

এইবাৰ সৰবৰাহৰ পথ সলনি কৰি মকৈলুম-মুক্ৰ সংযোগী পথৰ পৰিৱৰ্তে নিশা হ’লেই জেৰিকীণ্ডিং-দুৰ্বিনটিলা-ৰংচিজেং-ডিনাৰ সংযোগী পথেৰে মেঘালয় ৰাজ্যলৈ চোৰাংভাৱে কুণ্ডা সৰবৰাহ কৰিবলৈ লৈছে মেঘালয়ৰ বনদস্যুয়ে ।

3b7c0717 1316 4ad1 b4f4 e66c9b5f2f2cইফালে, মুক্ৰ ঘটনাৰ পাছত ভীতিগ্ৰস্ত হোৱা খেৰণি বন বিভাগেও পুনৰ অনাকাংক্ষীত ঘটনা সৃষ্টি হোৱাৰ ভয়ত এই ক্ষেত্ৰত সৰবৰাহকাৰীক বাধা আৰোপ কৰিবলৈ সাহস কৰা নাই ।

যাৰ পৰিপ্ৰেক্ষিতত বনদস্যুয়ে পশ্চিম কাৰ্বি আংলঙৰ পৰা নিৰ্বিঘ্নে ট্ৰাকে ট্ৰাকে মেঘালয়লৈ কুণ্ডা সৰবৰাহ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ বন ধ্বংসৰ এনে কাৰ্য্য এতিয়া জিলাখনৰ সচেতন মহলত এক চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Forest DepartmentAssam Meghalaya border
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d