Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kheroni : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ

publisher by publisher
December 17, 2022
in India, Assam, News
Reading Time: 1 min read
0
Kheroni : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ
3
SHARES
25
VIEWS
ShareShareShareShare

Kheroni :

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ । খেৰণি চাৰিআলীৰ জামপাথাৰ, মাজবস্তি, ৰানাইমা আদি গাঁওসমূহত বন্যহস্তীয়ে কে’বাটাও বাসগৃহ, দোকান আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই বিঘাই কুঁহিয়াৰ, ধান খেতি, ৰবি খেতি আদি খাই, গচকী বিনষ্ট কৰিছে ।

ADVERTISEMENT

WhatsApp Image 2022 12 17 at 18.44.13

RelatedPosts

শোৱাপাটীতে বনৰীয়া হাতীৰ আক্রমণত প্রাণ গ’ল মাতৃ-পুত্ৰৰ

Tamulpur :তামুলপুৰৰ ভূটান সীমান্তৰ দেৱীনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

বৃহস্পতিবাৰে নিশা জামপাথাৰ গাঁৱত প্ৰায় এশ জনীয়া এটা বন্যস্তীৰ জাকে গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কামাখ্যা শাহু নামৰ লোকজনৰ তিনিটা ঘৰ আৰু কামাখ্যা ষ্টোৰ নামৰ এখন দোকান ভাঙি চাউল, আতা, দালি আদি খাই দোকানখনৰ বহু টকাৰ সামগ্ৰী নষ্ট কৰে ।

WhatsApp Image 2022 12 17 at 18.44.13 1

ইয়াৰ পাছতে পুনৰ যোৱা নিশা পুৰানাবস্তি, মাজবস্তি, ন-ঘৰবা গাঁৱত বন্যস্তীৰ প্ৰায় ৪০ জনীয়া এটা জাকে গাঁওখনৰ বহুকেইজন লোকৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় ।

WhatsApp Image 2022 12 17 at 18.44.15 1 e1671288771657

বন্যহস্তীৰ জাকটোৱে লালচান্দ ঠাকুৰ, অমৰ যাদৱ, শিৱপূজন চৌহান আৰু হাৰেৰাম যাদৱ, পূজা চৌহানৰ ঘৰ ভাঙি চাউল, ডালি, ঘেঁহু, বেঙেনা আদি খায় তহিলং কৰে ।

WhatsApp Image 2022 12 17 at 18.44.14 1

উল্লেখ্য যে বিগত কিছু দিনৰ পৰা এই বন্যহস্তীৰ জাকটোৱে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বিভিন্ন ক্ষয়ক্ষতি কৰা পৰিলক্ষিত হৈছে যদিও ব্যৰ্থ বন বিভাগৰ পৰা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ভুক্তভোগী পৰিয়ালে বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছে ।

WhatsApp Image 2022 12 17 at 18.44.14 e1671288743221

লগতে বৃহত্তৰ খেৰণি অঞ্চলত এতিয়া হাতীৰ জাকটোৱে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গঞা আৰু কৃষক ৰাইজৰ নিদ্ৰা হৰণ আৰু শংকিত কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: elephant attackKheroni
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d