WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

WhatsApp Image 2022 12 28 at 18.54.45

WhatsApp Update :

ছফ্টৱেৰ একে ঠাইতে ৰখি নাথাকে । প্ৰযুক্তিৰ উন্নতিৰ স’তে, বিভিন্ন এপ্পও সলনি হয় । পৰিৱৰ্তনশীল প্ৰযুক্তিৰ স’তে তাল মিলাবলৈ, বিভিন্ন ছফ্টৱেৰ কোম্পানীয়ে প্ৰতি বছৰে কে’বাটাও ফোনৰ সেৱা বন্ধ কৰি দিবলৈ বাধ্য হয় ।

হোৱাটছএপও ইয়াৰ ব্যতিক্ৰম নহয় । সেই প্ৰৱণতা অনুসৰি, মেটাৰ মালিকানাধীন হোৱাটছএপে নতুন বছৰত কেবাটাও মোবাইল সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

হোৱাটছএপ বন্ধৰ তালিকাত এপল, চেমচাং, হুৱেইৰ দৰে কোম্পানীৰ একাধিক ফোন অন্তৰ্ভুক্ত আছে । ৩১ ডিচেম্বৰৰ পৰা তালিকাভুক্ত ফোনবোৰত আৰু কোনো আপডেট নাথাকিব।

সুৰক্ষা সংক্ৰান্ত কোনো পৰিৱৰ্তন নাহে । ফলত অচল হৈ পৰিব হোৱাটছএপ । তালিকা খনত আছে ।

এপল আইফোন ৫

এপল আইফোন ৫চি

আৰ্কোছ ৫৩ প্লেটিনাম

গ্ৰেণ্ড এছ ফ্লেক্স জেডটিই

গ্ৰেণ্ড এক্স কোৱাড ভি ৯৮৭ জেডটিই

এইচটিচি ডিজায়াৰ ৫০০

হুৱেই এচেণ্ড ডি

হুৱেই এচেণ্ড ডি১

হুৱেই এচেণ্ড ডি২

হুৱেই এচেণ্ড জি৭৪০

হুৱেই এচেণ্ড মেট

হুৱেই এচেণ্ড পি১

কোৱাড এক্সএল

লেনোভো এ৮২০

এলজি আইন

এলজি লুচিড ২

এলজি অপ্টিমাচ ৪এক্স এইচডি

এলজি অপ্টিমাছ এফ৩

এলজি অপ্টিমাস এফ৩কিউ

এলজি অপ্টিমাছ এফ৫

এলজি অপ্টিমাছ এফ৬

এলজি অপ্টিমাছ এফ৭

এলজি অপ্টিমাছ এল ii

এলজি অপ্টিমাছ এল ৩ ii

এলজি অপ্টিমাছ এল ৩ ii ডুৱেল

এলজি অপ্টিমাছ এল৪ ii

এলজি অপ্টিমাছ এল৪ ii ডুৱেল

এলজি অপ্টিমাছ এল৫

এলজি অপ্টিমাছ এল৫ ডুৱেল

এলজি অপ্টিমাছ এল৫ ii

এলজিঅপ্টিমাছ এল৭

এলজি অপ্টিমাছ এল৭ ii

এলজি অপ্টিমাছ এল৭ ii ডুৱেল

এলজি অপ্টিমাছ নাইট্ৰো এইচডি

মেমো জেডটিই ভি ৯৫৬

চেমচাং গ্যালাক্সি এচিই ii

চেমচাং গ্যালাক্সি কোৰ

চেমচাং গ্যালাক্সি এছ২

চেমচাং গ্যালাক্সি এছ৩ মিনি

চেমচাং গ্যালাক্সি ট্ৰেণ্ড ii

চেমচাং গ্যালাক্সি ডুৱেল

চেমচাং গ্যালাক্সি এক্সকভাৰ ২

চনি এক্সপেৰিয়া আৰ্ক এছ

চনি এক্সপেৰিয়া মিৰো

চনি এক্সপেৰিয়া নিও এল

ভিকো চিংক ফাইভ

উইকো ডাৰ্কনাইট জেডটি

Exit mobile version