Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

School : চৰকাৰী উদযাপন দিনৰ ভৰত ৰাজ্যৰ শিক্ষাখণ্ডত অচলৱস্থা

আঠমাহত মাথোঁ ৪০ দিনহে পাঠদান

publisher by publisher
November 28, 2022
in News, Assam
Reading Time: 1 min read
0
School : চৰকাৰী উদযাপন দিনৰ ভৰত ৰাজ্যৰ শিক্ষাখণ্ডত অচলৱস্থা
1
SHARES
12
VIEWS
ShareShareShareShare

School :

চৰকাৰী উদ্যাপনৰ সংখ্যাধিক্যৰ বাবে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডত কাৰ্যতঃ স্তব্ধ হৈ পৰিছে শৈক্ষিক পৰিৱেশ।আশ্চৰ্যকৰ হ’লেও এয়াই সত্য যে যোৱা পহিলা এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হোৱা ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত বিগত আঠমাহত ৪০ দিনো হোৱা নাই পাঠ্যক্ৰমৰ পাঠদান।

ADVERTISEMENT

প্ৰায় প্ৰতিটো দিনতে বিভিন্ন চৰকাৰী উদযাপনৰ অজুহাতত হয়তো ছাত্ৰ-ছাত্ৰী অন্যথাশিক্ষকসকলক চৰকাৰী নিৰ্দেশনাৰে ব্যস্ত কৰি ৰখা হৈছে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ লাচিত দিৱসলৈকে সর্বত্র নতুন নতুন উদযাপন দিন অন্তৰ্ভুক্তিৰে কোঙা কৰি তোলা হৈছে চৰকাৰী বিদ্যালয়সমূহক।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

এক কথাত উদযাপনৰ ভৰত ৰাজ্যৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে অচলাবস্থা। এছচিইআৰটিৰ শৈক্ষিক দিনপঞ্জী মতে, যোৱা পহিলা এপ্ৰিলৰ পৰা আজিলৈকে মুঠ শ্রেণী দিন আছিল ১৪০ দিন। এই নির্দিষ্ট শ্রেণী দিনৰ ভিতৰত আকৌ এছচিইআটিয়ে ২৩ দিন উদযাপনৰ বাবে ধার্য কৰি দিছিল।

নির্দিষ্ট এই উদযাপন দিনকেইটাৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিগত আঠটা মাহত অতিৰিক্তভাৱে চৰকাৰী বিদ্যালয়সমূহত জাপি দিছিল বিভিন্ন ধৰণৰ দিৱস উদ্‌যাপনৰ নতুন নতুন নির্দেশনা। পৰিণতিত প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহত এতিয়ালৈকে ছাত্ৰ-ছাত্ৰীক মূল পাঠ্যক্রম পঢ়ুৱাবই পৰা নাই বুলি প্ৰকাশ কৰিছে শিক্ষক সমাজে।

উল্লেখ্য যে চলিত শিক্ষাবর্ষৰ আৰম্ভণিতে আয়োজিত গুণোৎসৱ আৰু বানপানীৰ বাবে জুনৰ মাজভাগলৈ বিদ্যালয়সমূহত নির্বাচিত পাঠ্যক্ৰম ভিত্তিত পাঠদান কৰিব পৰা নাছিল। ৰাজ্যৰ বিভিন্ন স্থানত বিদ্যালয়সমূহ বানত ডুবি থকাৰ বাবেও বিঘ্নিত হৈছিল পাঠদান। আকৌ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱৰ বাবেও প্ৰস্তুতি আৰু প্ৰশিক্ষণ আদিসহ মুঠতে সাতদিন পাঠদান সম্পূৰ্ণৰূপে বন্ধ আছিল।

উল্লেখ্য যে এছচিইআৰটিৰ শৈক্ষিক দিনপঞ্জীত উল্লেখ নাছিল গুণোৎসৱ বা আজাদী কা অমৃত মহোৎসৱৰ দৰে কাৰ্যসূচী দীঘলীয়াকৈ পালন কৰাৰ নিৰ্দেশনা। অতিৰিক্তভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এনেবোৰ উদ্‌যাপন দিন সংযোজনেৰে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অধোগতিত অৰিহণা যোগাইছিল।

উল্লেখ্য যে গুণোৎসৱৰ উপৰি শক্তি সঞ্চয়ৰ ৰাষ্ট্ৰীয় সজাগতা দিৱস, স্বচ্ছ পষেকৰ দিন ভিত্তিত নিৰ্ধাৰিত কাৰ্যসূচী, ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন, পোষণ মাহৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আৰু শেহতীয়াকৈ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ৰচনা লিখা বা অন্যান্য কার্যসূচীসমূহকে ধৰি উদ্‌যাপন কৰা দিনৰ সংখ্যা ইতিমধ্যে ৫০ৰ ঘৰ অতিক্ৰম কৰিছে।

শৈক্ষিক দিনপঞ্জীত অন্তর্ভুক্ত নির্দিষ্ট উদযাপন দিন আৰু ইয়াৰ অতিৰিক্তভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্ত সূত্রে বিগত আঠটা মাহতচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্রেণী কোঠাত পাঠগ্রহণ বাদ দি প্রায় ৭৫টা দিন কেৱল বিভিন্ন দিৱস উদ্যাপনতে ব্যস্ত থাকিবলগীয়া হয়।

ছাত্র-ছাত্রীসকলক বিভিন্ন দিৱস উদ্যাপন কৰাত অধিকাংশ সময় ব্যস্ত কৰি ৰখাৰ বিপৰীতে শিক্ষকসকলৰ ওপৰতো চৰকাৰীভাৱে পাঠদানতকৈ অধিক হাৰত আন কামৰ বোজা জাপি দিয়া পৰিলক্ষিত হৈছে।

চৰকাৰী নির্দেশনা অনুসৰি, এফএলএন, গুৰুশালা আৰু অন্যান্য অনলাইন প্রশিক্ষণ, বন্ধু বিদ্যালয়ত পাঠদান, বেংকৰ লেন-দেনৰ প্ৰশিক্ষণ, ইউডাইছত তথ্য আপলোড কৰাৰ প্ৰশিক্ষণ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ, গুণোৎসৱৰ ফলাফল, মূল্যায়নৰ পর্যালোচনা আদি বিভিন্ন সভা-সমিতিৰ বাবেও চলিত শিক্ষা বৰ্ষত মূল পাঠ্যক্ৰমৰ পাঠদান প্ৰকৃততে দিনপঞ্জী অনুসৰি আগবঢ়া নাই।

এই প্রসংগত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে আজি অভিযোগ কৰে যে শিক্ষকসকলে বিভিন্ন উৎসৱ উদ্‌যাপনৰ সমান্তৰালকৈ অনলাইনযোগে বিভিন্ন তথ্য আপলোড কৰাৰ কামত ঘণ্টাৰ পাছত ঘণ্টা ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ বাবেও পাঠদান প্রক্রিয়া ব্যাহত হৈছে।

সন্মিলনীৰ সভাপতি-সম্পাদকে এই কথাও জনায় যে বিদ্যালয়সমূহত বিহু, পূজা, ঈদ আদি উৎসৱৰ বন্ধৰ দুদিন পূৰ্বৰে পৰা বন্ধ খোলাৰ দুদিন পাছলৈকে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ আগমনৰ সংখ্যা হ্রাস পোৱাৰ বাবেও শৈক্ষিক পাঠ্যক্রম আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি হয়।

সংগঠনটোৰ নেতৃত্বই এই অভিযোগো কৰে যে এনেবোৰ কাম-কাজৰ উপৰি চৰকাৰে শিক্ষকসকলক আন বিভিন্ন কাম-কাজতো নিয়োজিত কৰে। জিলা ভিত্তিত অনুষ্ঠিত জিলা দিৱস উদ্‌যাপন বা আন তেনে কাৰ্যসূচীৰ কাম-কাজতো শিক্ষকসকলকে বিভিন্ন দায়িত্ব জাপি দিয়া হয়। এনে পৰিস্থিতিত শিক্ষাৰ্থীয়ে প্রকৃত শিক্ষা লাভৰ পৰিৱেশ নোহোৱা হৈ পৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

প্ৰাথমিক শিক্ষাখণ্ডই সন্মুখীন হোৱা এই প্ৰত্যাহ্বানৰ পৰা শিশু ছাত্র-ছাত্রীসকলক মুক্তি দি নিৰ্ধাৰিত শৈক্ষিক দিনপঞ্জী অনুসৰি পাঠ্যক্ৰমৰ আধাৰত পাঠদানৰ সুযোগ প্ৰদানৰ বাবে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে যোৱা ২৫ নৱেম্বৰত শিক্ষামন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।সন্মিলনীয়ে শিক্ষামন্ত্রীক অনুৰোধ জনাইছে যাতে নির্বাচিত পাঠ্যক্ৰমৰ ভিত্তিত তেওঁলোকক পাঠদান কৰাৰ সুযোগ দিয়া হয়। স্মাৰকপত্ৰখনত শিক্ষক সন্মিলনীৰ সভাপতি নাথ আৰু প্ৰধান সম্পাদক গোস্বামীয়ে শিক্ষামন্ত্রীক এইবুলি অনুৰোধ জনাইছে এইদৰে— ‘শিক্ষাদান প্ৰক্ৰিয়াৰ দুটা স্তৰ আছে, এটা পঢ়িবলৈ শিক্ষা আৰু আনটো শিকাৰ কাৰণে পঢ়া।

পঢ়িবলৈ শিকিব লোৱা শিকাৰুসকলক পাঠভিত্তিক্ৰম ৰক্ষা কৰি আগুৱাই নিয়াৰ স্বাৰ্থত উৎসৱৰ পাছে পাছে আয়োজিত বিভিন্ন উদ্যাপনকেন্দ্ৰিক কামৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহক ৰেহাই দি পাঠ্যক্ৰমৰ আধাৰত পাঠদানৰ সুযোগ প্ৰদানৰ চিন্তা কৰাৰ বাবে আবেদন জনালো।’ উল্লেখ্য যে প্রাথমিক শিক্ষাখণ্ডৰ উপৰি মাধ্যমিক স্তৰতো সৃষ্টি হৈছে অনুৰূপ পৰিস্থিতিৰ। স্বাভাৱিকতে উদ্‌যাপনৰ দিন বৃদ্ধিয়ে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে চূড়ান্ত প্রত্যাহ্বান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamSCERTSchool
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d