Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Loksabha Election 2024:দেশৰ ১২ ৰাজ্যৰ ৯৪ সমষ্টিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ

আহমেদাবাদত ভোটদান সাব্যস্ত প্ৰধানমন্ত্ৰী মোদী,গৃহমন্ত্ৰী আৰু সপত্নীক গৌতম আদানীৰ

publisher by publisher
May 7, 2024
in India, News
Reading Time: 3 mins read
0
Loksabha Election 2024:দেশৰ ১২ ৰাজ্যৰ ৯৪ সমষ্টিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ
1
SHARES
9
VIEWS
ShareShareShareShare

Loksabha Election 2024:

দেশৰ ১০ ৰাজ্য আৰু ২ কেন্দ্রীয়শাসিত অঞ্চলৰ ৯৪ সমষ্টিত অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ হয় । একেদৰে অসমৰ ৪ সমষ্টি ক্ৰমে গুৱাহাটী,কোকৰাঝাৰ ধুবুৰী আৰু বৰপেটাত অন্তিম পৰ্যায়ৰ ভোটগ্রহণ পুৱাৰে পৰা আৰম্ভ হৈছে ৷

ADVERTISEMENT

আনহাতে, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮ , মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ , জন্ম-কাশ্মীৰৰ ১, দাদৰা-নগৰ হাৱেলী তথা দামানৰ ১,বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ ২ ,গুজৰাটৰ ২৬টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত হয় ভোটদান ৷উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী হাই প্ৰফাইল ৰথী- মহাৰথীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

আনহাতে আজি অনুষ্ঠিত হোৱা নিৰ্বাচনী ৰণত নমা হেভিয়েট প্ৰাৰ্থী সকল হ’ল বিজেপিৰ চানক্য তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইয়ে ৷ তেওঁৰ বিপক্ষে নিৰ্বচনী ৰণত অৱতীৰ্ণ হৈছে কংগ্ৰেছৰ সোনাল পেটেল ৷

কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্রতিদ্বন্দ্বিতা মধ্যপ্ৰদেশৰ গুণা সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া,এম পিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশৰ বিদিশাত, মধ্যপ্ৰদেশৰে ৰাজগড় সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ দিগ্বিজয় সিঙে ৷

amit shah 1আনহাতে মহাৰাষ্ট্ৰৰ বাৰামতিত প্ৰতিদ্বন্দ্বিতা কৰিছে এন চিপিৰ শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া শূলে৷ তেওঁ শাৰদ পাৱাৰৰ জীয়ৰী ৷ মনকৰিবলগীয়া এই সমষ্টিত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে শাৰদ পাৱাৰৰ ভতিজা , মহাৰাষ্ট্ৰৰ উপ- মুখ্যমন্ত্ৰী তথা এনচিপিৰ সভাপতি অজিত পাৱাৰৰ পত্নী সুনীতা পাৱাৰে ৷ দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী সমন্ধত নবৌ – ননদ ৷

ইপিনে,উত্তৰ প্ৰদেশৰ মেইনপুৰী সমষ্টিত পুনৰ দ্বিতীয় বাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে সমাজবাদী পাৰ্টিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱে ৷ কংগ্ৰেছ শাসিত কৰ্ণাটকৰ ধাৰোৱাৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী,পশ্চিমবংগৰ বহৰমপুৰ সমষ্টিত কংগ্ৰেছৰ শীৰ্ষ নেতা অধিৰঞ্জন চৌধুৰীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

mallikajurnaআনহাতে, আজি পুৱাতে আহমেদাবাদত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,সপত্নীক অমিত শ্বাহ আৰু বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে ৷কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে পত্নীসহ ভোটদান কৰে কৰ্ণাটকৰ বাচাভাংগাৰু ভোট কেন্দ্ৰত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 12 StateLoksabha Election 2024Third Phase Poll
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d