Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Digital Rupee : চৰকাৰী নিয়ন্ত্রণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা হৈছে নেকি ডিজিটেল মুদ্রা ?

কেনেদৰে কাম কৰিব, কিমান নিৰাপদ

publisher by publisher
November 30, 2022
in India, News
Reading Time: 2 mins read
0
Digital Rupee : চৰকাৰী নিয়ন্ত্রণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা হৈছে নেকি ডিজিটেল মুদ্রা ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ডিজিটেল বিত্তীয় প্রৱঞ্চনা প্ৰতিৰোধৰ চিন্তা-চৰ্চা আৰবিআইৰ

Rupee Falls:ভাৰতীয় টকাৰ বিপৰ্যয় অব্যাহত !

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে পুণৰ ল’ব ঋণ !

Digital Rupee :

নোট আৰু খুচুৰা ক‌ইনৰ বিকল্প হিচাপে ‘ডিজিটেল ৰুপি’ বা ‘ই-ৰুপি’ আৰম্ভ কৰিব ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই (আৰবিআই) । আৰবিআইৰ তৰফৰ পৰা মঙলবাৰে এই ঘোষণা কৰা হৈছে ।

ADVERTISEMENT

এক ডিচেম্বৰ অর্থাৎ বৃহস্পতিবাৰৰ পৰা পৰীক্ষামূলকভাৱে ভাৰতত এই ডিজিটেল মুদ্রা আৰম্ভ কৰা হ’ব । ইয়াৰ পূৰ্বে আৰবিআইৰ তৰফৰ পৰা ডিজিটেল মুদ্রাত লেনদেনৰ কোনো ব্যৱস্থা নাছিল ।

‘ডিজিটেল ৰুপি’ সেৱা আৰম্ভ কৰাৰ বাবে সম্প্ৰতি চাৰিটা বেংক আৰবিআইৰ অংশীদাৰ হৈছে । এই বেংকবোৰ হ’ল, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), আইচিআইচিআই বেংক, ইয়েছ বেংক আৰু আইডিএফচি ফাৰ্ষ্ট বেংক ।

প্রাথমিকভাৱে আৰবিআইৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল, কেৱল মাত্র নির্দিষ্ট কিছু গ্রাহক আৰু ব্যৱসায়ীসকলৰ মাজত পৰীক্ষামূলকভাৱে ই-ৰুপি লেনদেন আৰম্ভ হ’ব । সফল হ’লে পৰৱর্তী পদক্ষেপ নিৰ্ধাৰণ কৰা হ’ব ।

‘ডিজিটেল ৰুপি’ বা ‘ই-ৰুপি’ আৰম্ভৰ বিষয়ত আৰবিআইৰ ঘোষণাৰ পাছতো অনেকেই নাজানে যে এই ডিজিটেল ৰুপি প্ৰকৃততে কি ?

ক্রিপ্ট’কাৰেন্সিৰ দৰেই ‘ই-ৰুপি’ এটা ডিজিটেল টকেন । অৱশ্যে ভাৰতত এই ডিজিটেল ৰুপিক আইনি স্বীকৃতি দিয়া হ’ব ।

ক্রিপ্ট’কাৰেন্সিৰ দৰে ডিজিটেল ৰুপিৰ দৰ উঠা-নমা নকৰে । কাগজৰ নোট আৰু খুচুৰা ক‌ইনৰ সমান দামতেই আৰম্ভ হ’ব ডিজিটেল ৰুপি ।

কেনেদৰে কাম কৰিব ‘ডিজিটেল ৰুপি’এ ? তাক লৈও সংশয় আৰম্ভ হৈছে অনেকৰ মনত । বর্তমান অনলাইন জালিয়াতি আৰু টকা আত্মসাতৰ ঘটনা বৃদ্ধি পোৱাত ডিজিটেল টকা ব্যৱহাৰ কিমান নিৰাপদ হ’ব সেই সন্দৰ্ভতো একাধিক প্রশ্ন উত্থাপন হৈছে ।

আৰবিআই-য়ে ব্যাখ্যা কৰিছে, এই ডিজিটেল মুদ্রা গ্রাহক আৰু ব্যৱসায়ীসকলৰ ‌মাজত বেংকৰ জৰিয়তে বিতৰণ কৰা হ’ব । ব্যৱহাৰকাৰীসকলে নির্দিষ্ট বেংকে দিয়া ডিজিটেল ৱালেটৰ মাধ্যমত আৰু মোবাইল ফোন বা ডিভাইচত ৰখা ডিজিটেল মুদ্রাৰ মাধ্যমত এই লেনদেন কৰিব পাৰিব ।

আৰবিআই-য়ে নিশ্চিত কৰিছে, ‘ডিজিটেল ৰুপি’ত লেনদেন দুজন গ্রাহক আৰু এজন গ্রাহক আৰু ব্যৱসায়ীৰ মাজত হ’ব পাৰে ।

অনলাইনত বিভিন্ন এপৰ লেনদেনৰ দৰেই সুবিধা আছে ‘ডিজিটেল ৰুপি’ৰ ব্যৱহাৰতো । ব্যৱসায়ীসকলৰ তাত থকা কিউআৰ ক’ড স্কেন কৰি এই ডিজিটেল মুদ্রা দিব পাৰিব গ্ৰাহকে । এই ডিজিটেল মুদ্রা ব্যৱহাৰ কৰা যথেষ্ট নিৰাপদ হ’ব বুলিও আৰবিআই-ৰ দাবী ।

আৰবিআই-ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে ‘নগদ টকাৰ যি যি বৈশিষ্ট্য আছে, ‘ডিজিটেল ৰুপি’তো একেই বৈশিষ্ট্য আছে । নগদ টকাৰ দৰেই ‘ই-ৰুপি’য়ে মানুহক টকাৰ লেনদেনত সহায় কৰিব । অৱশ্যে বেংকত নগদ জমা ৰাখিলে যিদৰে সুদ পোৱা যায়, এই ক্ষেত্রত সেই ধৰণয কোনো সুদ পোৱা নাযাব । বেংকবোৰত এই ডিজিটেল মুদ্রা সম্পত্তি ৰূপেও জমা থ’ব পাৰিব ।

আৰবিআই-য়ে আৰু জনাইছে ‘ডিজিটেল ৰুপি’ প্ৰস্তুত, বিতৰণ আৰু ব্যৱহাৰৰ সম্পূর্ণ প্রক্রিয়া সঠিকভাৱে পৰীক্ষা কৰি চোৱা হৈছে । ভৱিষ্যতেও ডিজিটেল ৰুপি বিভিন্ন পৰীক্ষাৰ মাধ্যমত আৰু উন্নত কৰাৰ চেষ্টা চলিব । মানুহে যাতে অতি সহজে ই-ৰুপি ব্যৱহাৰ কৰিব পাৰে সেই দিশতো বিশেষ দৃষ্টি ৰখা হৈছে । লগতে ‘ডিজিটেল ৰুপি’ ব্যৱহাৰত নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিছে আৰবিআই-য়ে ।

এতিয়াই সকলো ঠাইতে ‘ডিজিটেল ৰুপি’ দি লেনদেনৰ সুযোগ নাপাব । প্রথমে দিল্লী, মুম্বাই, বেংগালুৰু আৰু ভুৱনেশ্বৰত এই সেৱা আৰম্ভ কৰিছে আৰবিআই-য়ে ।

সম্প্ৰতি চাৰিটা চহৰত পৰীক্ষামূলকভাৱে আৰম্ভ হ’লেও পাছত আহমেদাবাদ, ইন্দৌৰ, হায়দৰাবাদ, লক্ষ্ণৌ, কোচি, গেংটক, পটনা, গুৱাহাটি আৰু ছিমলাত এই সেৱা আৰম্ভ কৰা হ’ব । পাছত ক্রমশ সমগ্ৰ দেশতে মুকলি কৰা হ’ব এই সেৱা ।

চাৰিটা বেংকক সম্প্ৰতি ‘ডিজিটেল ৰুপি’ বিতৰণত অংশীদাৰ কৰা হৈছে । অৱশ্যে পৰৱর্তী কালত বেংক অৱ বৰোদা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এইচডিএফচি বেংক আৰু কোটাক মাহিন্দ্রা বেংকৰ পৰাও ডিজিটেল ৰুপি বিতৰণৰ কথা ভাবিছে আৰবিআই-য়ে ।

প্রয়োজন আৰু ব্যাৱহাৰৰ পৰিসৰ অনুযায়ী আৰু বেংক এই সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব বুলিও আৰবিআই-ৰ তৰফৰ পৰা জনোৱা হৈছে ।

দীর্ঘ দিন ধৰি ডিজিটেল মুদ্রা আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে আৰবিআই-য়েঢ়। দেশত ক্রিপ্ট’ৰ দপদপনি হ্ৰাস কৰিবলৈ বিকল্প কোনো ব্যৱস্থাৰ কথা চিন্তা কৰিছিল শীর্ষ বেংকে । তাৰেই ফলস্বৰূপ এই ডিজিটেল মুদ্রা । প্রয়োজনত লেনদেনৰ ওপৰত চৰকাৰে দৃষ্টিও ৰাখিব পাৰিব সহজে । খুচুৰা টকাৰ লেনদেনত যি কৰা অসম্ভৱ ।

ক্রিপ্ট’কাৰেন্সিক দেশত বৈধ কৰাৰ সিদ্ধান্তক ৰঙা পতকা প্ৰদৰ্শন কৰি আহিছে আৰবিআই-য়ে । আৰবিআই-ৰ দাবী আছিল, ক্রিপ্ট’কাৰেন্সিৰ ব্যৱহাৰ আৰম্ভ হ’লে ভাৰতীয় অর্থনীতি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

সম্প্ৰতি আৰবিআই-ৰ তৰফৰ পৰা পৰীক্ষামূলকভাৱে এই ডিজিটেল মুদ্রা আৰম্ভ হ’লেও কেন্দ্রীয় বেংক অতি শীঘ্রে দেশজুৰি এই সেৱা মুকলি কৰিবলৈ সক্ষম হ’ব বুলি আৰবিআই আশাবাদী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crypto CurrencyDigital RupeeRBIReserve Bank of India (RBI)State Bank Of India
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d