Dr.Samujjul Bhattacharya :
ৰাজ্যৰ চাৰি জিলাৰ বিলুপ্তিক লৈ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ।
কেবিনেটৰ এই সিদ্ধান্ত কোনোকাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজে বহু আন্দোলন কৰি জিলা কে’খন লাভ কৰিছিল ।
তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত কেতিয়াও মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰে উপদেষ্টাজনে ।