Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Arjun Nayanmoni Saikia:হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত

ভাগ ল'লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে,অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰিলে অৰ্জুন নয়নমনি শইকীয়াই

publisher by publisher
January 12, 2023
in India, Assam, Sports
Reading Time: 3 mins read
0
Arjun Nayanmoni Saikia:হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত
1
SHARES
11
VIEWS
ShareShareShareShare

Arjun Nayanmoni Saikia

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে ।

ADVERTISEMENT

বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত “সমৰ্থনম ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা”ত ভাগ লৈ উন্নত খেল প্ৰদৰ্শন কৰিলে অসমৰ দলটোৱে ।

RelatedPosts

ULFA (I) member Girish Bora arrested in Bangalore:বেংগালুৰুত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ সদস্য গিৰিশ বৰা

Bangalore tops the list as the ‘Vegetarian City’ভেজিটেৰিয়ান চিটি’ হিচাপে শীর্ষস্থানত বাংগালুৰু

Kanaksen Deka:মহানগৰীৰ ৰেডিশ্বল ব্লু’ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান

মুঠ ১৬ খন ৰাজ্যই অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ চাৰিটা দল উন্নীত হয় । অসমে তিনিখন খেলতে পৰাজিত হ’লেও কেৰালাৰ বিৰুদ্ধে ১৮ অভাৰৰ খেলখনত অতি উন্নত প্ৰদৰ্শনেৰে চাৰিটা উইকেটৰ বিনিময়ত ১১৭ ৰাণ কৰে ।

WhatsApp Image 2023 01 12 at 6.49.45 PMদৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত অতি শক্তিশালী দিল্লী আৰু তামিলনাডুৰ বিৰুদ্ধেও অসম অৱতীৰ্ণ হয় যদিও পৰাজিত হ’বলগীয়া হয় ।

প্ৰয়োজনীয় সা-সুবিধা অবিহনে, উপযুক্ত অনুশীলনৰ বাবে সুবিধা নোপোৱাকৈয়ো তথা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত প্ৰথমবাৰলৈ খোজ দিয়া অসম দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা উন্নত খেলক লৈ বাংগালুৰুত দলটো উচ্চ প্ৰশংসিত হয় ।

দিল্লীৰ হাতত ১৭৯ ৰাণত আৰু তামিলনাডুৰ হাতত ১১১ৰাণত পৰাজিত হ’লেও দলটোৱে আপ্রান চেষ্টা কৰি কেৰালাৰ বিৰুদ্ধে ১১৭ ৰাণ কৰাক লৈ অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক, ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি আৰু শুভাকাংক্ষীসকলে সন্তুষ্টি প্ৰকাশ কৰে ।

অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে “খেলত জয়-পৰাজয় থাকেই । আচলতে অসমৰ হৈ দৃষ্টিহীন ছোৱালীৰ দল এটাই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে এক বৃহৎ জয় ।

দৃষ্টিহীন ছোৱালী খেলুৱৈ এগৰাকীৰ বাবে অসমৰ বাহিৰত গৈ খেলত অংশ লোৱাটো সহজ কথা নহয় । তাতে আকৌ অসম দলৰ অধিকাংশ খেলুৱৈ সম্পূৰ্ণৰূপে দৃষ্টিহীন ।

নিশ্চিতভাৱে এইখন খেলে তেওঁলোকক আৰু অধিক উন্নত প্ৰদৰ্শন কৰাৰ বাবে উৎসাহিত কৰিব ।” চৰকাৰী সহায় আৰু পৃষ্ঠপোষকতা পালে নিশ্চয় অসম দলটোৱে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলন লাভ কৰি ভাল ফল প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে অসম দলটোৰ বাবে আপ্ৰাণ চেষ্টা কৰা দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দলৰ অধিনায়ক ৰাজদ্বীপ ডাকুৱাই ছোৱালীৰ দলটোৰ প্ৰশিক্ষক হিচাপে অংশ লয় ।

দলটোৰ নেতৃত্ব দিছিল ৰঞ্জিনা বেগম আৰু উপ অধিনায়ক আছিল প্ৰেৰণা বৰুৱা । টিম মেনেজাৰ হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ ৰ সুশীল পৌৰেল । ছোৱালী দলটোৰ উপদেষ্টা আছিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিবেন বৰুৱা আৰু ছোৱালী দলটোৰ তত্বাৱধায়ক হিচাপে গৈছিল সংস্থাৰ সদস্য প্ৰিয়ংকা কাকতি ।

এই প্ৰতিযোগিতাত ভাগ লোৱাৰ পূৰ্বে গুৱাহাটী ঈদগাহ ফিল্ড, নগাঁও আৰু গুৱাহাটীৰ নুনমাটি ফিল্ডত খেলুৱৈসকলৰ প্ৰশিক্ষণ হৈছিল ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ৰীড়া আৰু যুৱকল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা কমিটীৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে দৃষ্টিহীন ক্ৰিকেটলৈ চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।

লগতে অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰে অৰ্জুন নয়নমনি শইকীয়া, সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ দৰে বহু বিশিষ্ট ব্যক্তিয়ে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arjun Nayanmoni SaikiaAssam Cricket TeambangaloreCare U365Visually Impaired Women's
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d