Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ ভিতৰত প্ৰথম দৃষ্টিহীনৰ ওপৰত ৰচনা কৰা বুদ্ধিনাথ কলিতাৰ গ্ৰন্থ উন্মোচন

publisher by publisher
January 4, 2022
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যৰ ভিতৰত প্ৰথম দৃষ্টিহীনৰ ওপৰত ৰচনা কৰা বুদ্ধিনাথ কলিতাৰ গ্ৰন্থ উন্মোচন
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দৃষ্টিহীন সকলৰ ওপৰত ৰচনা কৰা ৰাজ্যৰ ভিতৰতে প্ৰথমখন গ্ৰন্থ “পোহৰ বিচাৰি“ আজি উন্মোচিত কৰা হয় ৷ নগাঁও জিলাৰ পুৰনিগুদামৰ ঐতিহাসিক কলঙৰ বাকৰি পাৰঘাটত গ্ৰন্হখনি উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ , বিশিষ্ট গল্পকাৰ ফণীন্দ্ৰ নাথ গায়নে ৷

ADVERTISEMENT

লেখক, অভিনেতা বুদ্ধিনাথ কলিতাই ৰচনা কৰা পোহৰ বিচাৰি গ্ৰন্থখনি উন্মোচন কৰি সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নে কয় যে ,পোহৰ বিচাৰি গ্ৰন্হখনি এখন তত্ব গধুৰ গ্ৰন্থ৷ দৃষ্টিহীন সকলৰ ওপৰত ৰচিত এই গ্ৰন্থ খন ৰাজ্যৰ ভিতৰত প্ৰথম খন গ্ৰন্থ ৷

য’ত সন্নিবিষ্ট হৈছে দৃষ্টিহীন সকলে সমাজত কেনেকৈ আগবাঢ়ি গৈছে বা কেনেকৈ আগবাঢ়ি যাব লগতে তেওঁ লোকৰ সুখ দুখৰ কথা ৷ শিক্ষকতাৰ জীৱনৰ অভিজ্ঞতাৰে লেখকে বিভিন্ন সময়ত ৰচনা কৰা লিখনি একত্ৰিত কৰি গ্ৰন্হখনি প্ৰকাশ কৰিছে ৷

ভবিষ্যতে ইংৰাজীলৈ গ্ৰন্থখন অনুবাদ হ’লে দৃষ্টিহীন সকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব ৷ পাৰঘাট নাট্যমন্দিৰ প্ৰাঙ্গনত অঙ্গাভিনয় নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱসৰ সন্ধ্যাৰ কাৰ্যসূচীত বুদ্ধিনাথ কলিতাৰ পোহৰ বিচাৰি গ্ৰন্থখনৰ লগতে অন্বেষা নামৰ আন এখন গ্ৰন্হও উন্মোচন কৰা হয় ৷

গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত উন্মোচক ফণীন্দ্ৰ নাথ গায়নৰ লগতে দীজেন্দ্ৰ মোহন শইকীয়া, দুলাল বৰা, দ্বীপেন বৈৰাগী , উজ্জল জ্যোতি দাস , তপন কটকী, নিলৰঞ্জন শৰ্মা, দুৰ্লভ বৰুৱা আদি উপস্থিত থাকে ৷

উন্মোচনী সভাত লেখক বুদ্ধি নাথ কলিতাই উন্মোচিত গ্ৰন্হ পোহৰ বিচাৰি আৰু অন্বেষাক পঢ়ুৱৈ ৰাইজে আকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে ৷ ইফালে অঙ্গাভিনয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰন্হ উন্মোচনৰ পাছতে কেলি গোপাল নাট খনি অভিনীত কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBook ReleasesPuranigudam
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d