Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Arjun Nayanmoni Saikia:হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত

ভাগ ল'লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে,অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰিলে অৰ্জুন নয়নমনি শইকীয়াই

publisher by publisher
January 12, 2023
in Assam, India, Sports
Reading Time: 3 mins read
0
Arjun Nayanmoni Saikia:হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ULFA (I) member Girish Bora arrested in Bangalore:বেংগালুৰুত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ সদস্য গিৰিশ বৰা

Bangalore tops the list as the ‘Vegetarian City’ভেজিটেৰিয়ান চিটি’ হিচাপে শীর্ষস্থানত বাংগালুৰু

Kanaksen Deka:মহানগৰীৰ ৰেডিশ্বল ব্লু’ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান

Arjun Nayanmoni Saikia

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে ।

ADVERTISEMENT

বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত “সমৰ্থনম ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা”ত ভাগ লৈ উন্নত খেল প্ৰদৰ্শন কৰিলে অসমৰ দলটোৱে ।

মুঠ ১৬ খন ৰাজ্যই অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ চাৰিটা দল উন্নীত হয় । অসমে তিনিখন খেলতে পৰাজিত হ’লেও কেৰালাৰ বিৰুদ্ধে ১৮ অভাৰৰ খেলখনত অতি উন্নত প্ৰদৰ্শনেৰে চাৰিটা উইকেটৰ বিনিময়ত ১১৭ ৰাণ কৰে ।

দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত অতি শক্তিশালী দিল্লী আৰু তামিলনাডুৰ বিৰুদ্ধেও অসম অৱতীৰ্ণ হয় যদিও পৰাজিত হ’বলগীয়া হয় ।

প্ৰয়োজনীয় সা-সুবিধা অবিহনে, উপযুক্ত অনুশীলনৰ বাবে সুবিধা নোপোৱাকৈয়ো তথা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত প্ৰথমবাৰলৈ খোজ দিয়া অসম দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা উন্নত খেলক লৈ বাংগালুৰুত দলটো উচ্চ প্ৰশংসিত হয় ।

দিল্লীৰ হাতত ১৭৯ ৰাণত আৰু তামিলনাডুৰ হাতত ১১১ৰাণত পৰাজিত হ’লেও দলটোৱে আপ্রান চেষ্টা কৰি কেৰালাৰ বিৰুদ্ধে ১১৭ ৰাণ কৰাক লৈ অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক, ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি আৰু শুভাকাংক্ষীসকলে সন্তুষ্টি প্ৰকাশ কৰে ।

অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে “খেলত জয়-পৰাজয় থাকেই । আচলতে অসমৰ হৈ দৃষ্টিহীন ছোৱালীৰ দল এটাই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে এক বৃহৎ জয় ।

দৃষ্টিহীন ছোৱালী খেলুৱৈ এগৰাকীৰ বাবে অসমৰ বাহিৰত গৈ খেলত অংশ লোৱাটো সহজ কথা নহয় । তাতে আকৌ অসম দলৰ অধিকাংশ খেলুৱৈ সম্পূৰ্ণৰূপে দৃষ্টিহীন ।

নিশ্চিতভাৱে এইখন খেলে তেওঁলোকক আৰু অধিক উন্নত প্ৰদৰ্শন কৰাৰ বাবে উৎসাহিত কৰিব ।” চৰকাৰী সহায় আৰু পৃষ্ঠপোষকতা পালে নিশ্চয় অসম দলটোৱে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলন লাভ কৰি ভাল ফল প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে অসম দলটোৰ বাবে আপ্ৰাণ চেষ্টা কৰা দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দলৰ অধিনায়ক ৰাজদ্বীপ ডাকুৱাই ছোৱালীৰ দলটোৰ প্ৰশিক্ষক হিচাপে অংশ লয় ।

দলটোৰ নেতৃত্ব দিছিল ৰঞ্জিনা বেগম আৰু উপ অধিনায়ক আছিল প্ৰেৰণা বৰুৱা । টিম মেনেজাৰ হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ ৰ সুশীল পৌৰেল । ছোৱালী দলটোৰ উপদেষ্টা আছিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিবেন বৰুৱা আৰু ছোৱালী দলটোৰ তত্বাৱধায়ক হিচাপে গৈছিল সংস্থাৰ সদস্য প্ৰিয়ংকা কাকতি ।

এই প্ৰতিযোগিতাত ভাগ লোৱাৰ পূৰ্বে গুৱাহাটী ঈদগাহ ফিল্ড, নগাঁও আৰু গুৱাহাটীৰ নুনমাটি ফিল্ডত খেলুৱৈসকলৰ প্ৰশিক্ষণ হৈছিল ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ৰীড়া আৰু যুৱকল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা কমিটীৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে দৃষ্টিহীন ক্ৰিকেটলৈ চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ।

লগতে অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰে অৰ্জুন নয়নমনি শইকীয়া, সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ দৰে বহু বিশিষ্ট ব্যক্তিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arjun Nayanmoni SaikiaAssam Cricket TeambangaloreCare U365Visually Impaired Women's
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d