Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home India

Top Leaders Quit Congress:হিমন্ত বিশ্বৰ পৰা সিন্ধিয়া, আজাদ !

এতিয়া মনপ্ৰীত বাদললৈকে জ্যেষ্ঠ নেতাসকল ইজনৰ পিছত সিজনকৈ কিয় কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে !

publisher by publisher
January 19, 2023
in India, News, Politics
Reading Time: 5 mins read
0
Top Leaders Quit Congress:হিমন্ত বিশ্বৰ পৰা সিন্ধিয়া, আজাদ !
1
SHARES
11
VIEWS
ShareShareShareShare

Top Leaders Quit Congress:

পঞ্জাৱৰ প্ৰাক্তন বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদলে বুধবাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ মাজত “দায়বদ্ধতা”ক দলত্যাগৰ কাৰণ হিচাপে উল্লেখ কৰিছে। দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত যোড়ো যাত্ৰা’ পঞ্জাৱৰ পৰা হিমাচল প্ৰদেশলৈ ৰাওনা হোৱাৰ এদিন পাছতে মনপ্ৰীত সিং বাদলে কংগ্ৰেছ ত্যাগ কৰে।

ADVERTISEMENT

ৰাহুল গান্ধীলৈ লিখা এখন পত্ৰত মনপ্ৰীত সিং বাদলে কয় যে, দিল্লীত বহি থকা নেতাসকলৰ এটা গোটে পঞ্জাৱত কাম-কাজ চলাই আছে আৰু ইয়াৰ ফলত কেৱল দলীয়কৰণ হৈছে। তেওঁ কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে আৰু বুধবাৰে বিজেপি সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেওঁ লগতে কয়, শীৰ্ষ কেইবা গৰাকী কংগ্ৰেছীয়েও শীৰ্ঘেই দলত্যাগ কৰি বিজেপিত যোগ দিব ৷

RelatedPosts

Bharat Jodo Yatra : তুষাৰপাতৰ মাজতে ৰাহুলৰ ‘ ভাৰত জোড়ো যাত্ৰা ‘ৰ সমাপ্তি অনুষ্ঠান

Congress Mp Candidate Barsha Rani: Barasharaniকংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থীত্ব তালিকাত গুৱাহাটীৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম !

Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ

এই নেতাসকল কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈছে কিয় ?

কংগ্ৰেছ ত্যাগ কৰা শীৰ্ষ নেতাসকলৰ তালিকাত ড:হিমন্ত বিশ্ব শৰ্মা (যি ২০১৫ চনত দল ত্যাগ কৰিছিল), গোলাম নবী আজাদ (যি যোৱা ছেপ্টেম্বৰত কংগ্ৰেছ ত্যাগ কৰি নতুন আঞ্চলিক দল গঠন কৰে), জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে প্ৰাক্তন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত আছে ৷ কপিল চিবাল, অশ্বিনী কুমাৰ, আৰ পি এন সিং, জিতেন প্ৰসাদ, সুস্মিতা দেৱ, সুনীল জাখৰ, হাৰ্দিক পেটেল, এন বীৰেন সিং, প্ৰেমা খাণ্ডু, পিচি চাকো আৰু জয়বীৰ শ্বেৰগিল। কংগ্ৰেছ দলৰ হাত পৰিত্যাগ কৰি যোৱা শীৰ্ষ নেতাসহ এই তালিকাত থকা সকলোৱে দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। কিছুমানে গান্ধী পৰিয়ালক  উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু কিছুমানে দলত এককেন্দ্ৰীক গোট কৰাৰ অভিযোগ কৰিছিল। একেদৰে দলত্যাগি সকলে ৰাহুল গান্ধীক স্বেচ্ছাচাৰীতা বুলিও পোনপটীয়াকৈ দোষাৰোপ কৰিছিল।

কিয় হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিছিল ?

২০১৫ চনত ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত শৰ্মাই ৰাহুল গান্ধীক অহংকাৰী বুলি বৰ্ণনা কৰিছিল আৰু কৈছিল যে দলটোৱে গান্ধী পৰিয়ালৰ স্বৈৰাচাৰী ৰাজনীতিক প্ৰচাৰ কৰে যিয়ে অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে। তেওঁ ৰাহুল গান্ধীৰ ওপৰত মুখ্যমন্ত্ৰী সলনি কৰাৰ অধিকাৰ থকাৰ অভিযোগ উত্থাপন কৰিছিল আৰু কৈছিল যে তেওঁ আৰু তেওঁৰ পত্নীক অপমান কৰা হৈছিল। যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত(২০১৫) শৰ্মাই বিজেপিত যোগদান কৰিছিল আৰু আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী।

পাঁচ দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত গোলাম নবী আজাদে কিয় কংগ্ৰেছ ত্যাগ কৰিছিল ?

গোলাম নবী আজাদে ২০২২ চনৰ ছেপ্টেম্বৰত কংগ্ৰেছৰ সৈতে সম্পৰ্ক চিন্ন কৰে। তেওঁ ছোনিয়া গান্ধীলৈ পাঁচ পৃষ্ঠাযোৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল ৷এই পত্ৰ খনে বিশেষ চৰ্চা লাভ কৰিছিল ৰাজনৈ মহলত ৷ পৰৱৰ্তী সময়ত তেওঁ ডেমক্ৰেটিক আজাদ পাৰ্টি গঠন কৰে৷ নতুন দলটোত জম্মু আৰু কাশ্মীৰ বহু ৰাজনীতিকে যোগদান কৰে।

উল্লেখ্য যে তেওঁৰ পদত্যাগ পত্ৰত অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে ৰাজনীতিত যোগদান কৰাৰ পিছত কংগ্ৰেছৰ সমগ্ৰ পৰামৰ্শ প্ৰণালীটো ধ্বংস কৰিছিল ৷বিশেষকৈ ছোনিয়া গান্ধীয়ে তেওঁক দলৰ উপ-সভাপতি কৰাৰ পিছত। ৰাহুল গান্ধী ২০১৭ চনৰ পৰা ২০১৯ চনলৈ কেৱল দুবছৰৰ বাবে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি আছিল।

দেশৰ প্ৰখ্যাত অধিবক্তা, জ্যেষ্ঠ কংগ্ৰেছী কপিল চিবালে দল এৰা সন্দৰ্ভত কি কৈছিল :

কপিল চিবালে অভিযোগ কৰিছিল যে সৰঞ্জিত সিং চান্নীক পঞ্জাৱৰ মুখ্যমন্ত্ৰী কৰাৰ দৰে সকলো সিদ্ধান্ত ৰাহুল গান্ধীয়ে লয় ৷এই মনোভাৱৰ বাবে সুনীল জাখৰে দল ত্যাগ কৰে ৷ আনকি এই সময়ছোৱাত ৰাহুল ৰাষ্ট্ৰীয় সভাপতিও নহয়।

আনহাতে চাৰি দশকৰো অধিক সময় ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ থকা অশ্বিনী কুমাৰে অভিযোগ কৰে যে দলটোৱে মাটিৰ বাস্তৱতাৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছে। তেওঁ অমৰিন্দৰ সিঙক পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাই দিয়াৰ বাবে গান্ধী পৰিয়ালক তীব্ৰ সমালোচনা কৰে। পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে অমৰিন্দৰ সিঙৰ চিৰ প্ৰতিদ্বন্দী নৱজ্যোত সিং সিদ্ধুক ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী বনোৱাটো ৰাহুল গান্ধীৰ ভূল সিদ্ধান্ত হিচাপে বিবেচিত হৈছিল। যাৰফলস্বৰূপে পঞ্জাৱৰ ৰাইজে কংগ্ৰেছক বিদায় দি আপক শাসনলৈ আনে ৷

জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ এৰি যোৱাৰ কাৰণ কি আছিল ?

২০২০ ত জ্যোতিৰাদিত্য সিন্ধিয়াই তদানীন্তন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাটোক দলৰ সৈতে তেওঁৰ হতাশাৰ কাৰণ বুলি উল্লেখ কৰিছিল ৷ কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকসকলে কৈছিল যে শীৰ্ষ নেতৃত্বই সিন্ধিয়াক উপেক্ষা কৰিছে ৷ সিন্ধিয়াই দিল্লীলৈ যাব বিচাৰিছিল কিন্তু ৰাজ্যসভাৰ আসনৰ বাবে কোনো স্পষ্ট প্ৰতিশ্ৰুতি দিয়া নাছিল দলটোৱে। একে সময়তে আন এক ৰাজনৈতিক বিশেষজ্ঞ মহলে কয় যে, মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী নোহোৱাৰ বাবে সিন্ধিয়া অসন্তুষ্ট হৈছিল।

এনে বহুবোৰ কাৰণৰ অচিলা লৈ সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰিছিল ৷ তেওঁৰ স’তে কিছুমান বিধায়কেও দলত্যাগ কৰিছিল ৷ পৰৱৰ্তী সময়ত সিন্ধিয়াৰ স’তে বিধায়ক সকলেও যোগদান কৰিছিল বিজেপিত । ইয়াৰ পাছতে মধ্য প্ৰদেশৰ শাসনত থকা কমল নাথ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰৰ বাবে এক অশুভ সংকেত হিচাপে চিহ্নিত হয় ৷ সিন্ধিয়াৰ স’তে যোৱা বিসম্বাদী কংগ্ৰেছী বিধায়কে কমল নাথৰ বিৰুদ্ধে অৱস্থান কৰাৰ পিছতে পট পৰিৱৰ্তন হয় কমল নাথ চৰকাৰৰ ৷ বিজেপিয়ে পুনৰ শিৱৰাজ সিং চৌহানৰ নেতৃত্বত গঠন কৰে চৰকাৰ ।

আনহাতে বিজেপিয়ে দলটোক পুনৰ মধ্য প্ৰদেশৰ শাসনৰ বাঘজৰী লোৱাৰ ক্ষেত্ৰত সিন্ধিয়াই লোৱা অগ্ৰণী ভূমিকাৰ পুৰস্কাৰ স্বৰুপে ৰাজ্যসভাৰ সদস্য পদ দিয়াই নহয় একেকোবে তেওঁক কেন্দ্ৰীয় অসামৰিক বিমান দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰী পদত অধিস্থিত কৰে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: CongressJoin BjpMonprit BadalPanjab Ex. MnisterTop Leaders Quit
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: