Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Senior Supreme Court Lawyer Upamanyu Hazarika :ভিত্তিবছৰ ১৯৫১ নে ১৯৭১ নে নতুনকৈ নিৰ্ধাৰিত২০১১ : জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা হাজৰিকা

publisher by publisher
January 20, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Senior Supreme Court Lawyer Upamanyu Hazarika :ভিত্তিবছৰ ১৯৫১ নে ১৯৭১ নে নতুনকৈ নিৰ্ধাৰিত২০১১ : জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা হাজৰিকা
2
SHARES
15
VIEWS
ShareShareShareShare

Senior Supreme Court Lawyer Upamanyu Hazarika :

১৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়লত সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ নে ১৯৫১ হ’ব, তাক লৈ হ’ব শুনানি৷ যি অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু সদায় তথাকথিত খিলঞ্জীয়াৰ পক্ষত থকা ৰাজ্যিক বিজেপি চৰকাৰে আৰু কেন্দ্রীয় চৰকাৰে কিন্তু স্পষ্টভাৱে ১৯৭১ ৰ পক্ষত শপতনামা দাখিল কৰিছে।

ADVERTISEMENT

ইতিমধ্যেই এই শুনানি আৰু হব লগীয়া নিৰ্ণয়কক ভিত্তিহীন কৰিবলৈ আগবাঢ়িছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই, মিছন বসুন্ধৰাৰ যোগেৰে ২০১১ চনলৈকে অহা বিদেশীক ভূমিৰ পট্টা আবন্টন কৰি । ফলত এটা নতুন ভিত্তি বর্ষ ২০১১ চন ধাৰ্য কৰিলে।
উল্লেখযোগ্য যে ভিত্তিবর্ষৰ ক্ষেত্ৰত বিজেপি,অগপ,আছু, আমছু,AIUDF সমস্বৰে ১৯৭১ৰ পক্ষত । ১৯৭১ ৰ পক্ষত প্ৰথম শপত নামা অসম চৰকাৰে দাখিল কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কৰ্যকালত, তেখেত যেতিয়া কংগ্ৰেছ চৰকাৰৰ অসম চুক্তিৰ ৰূপায়ন মন্ত্ৰী আছিল । আজি এক প্ৰেছ বিবৃতিত এই গুৰুত্বৰ অভিযোগ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷

RelatedPosts

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ

Lurinjyoti Gogoi:গুৱাহাটীৰ হোটেল গে’টৱে’ত অনুষ্ঠিত হোৱা ‘অসম’‍ মিত্ৰজোটৰ সভাত এ আই ইউ ডি এফ দলেও অংশগ্ৰহণ কৰা নাই : লুৰীণজ্যোতি গগৈ

হাজৰিকাই বিবৃতিটোত আৰু কয় যে, তাৰ পিছত ২০১৭ৰ ১মাৰ্চত বৰ্তমান বিজেপি চৰকাৰে ১৯৭১ চনৰ পক্ষত বিস্তৃত ৫১ পৃষ্ঠাৰ লিখিত মতামত দাখিল কৰিছিল AIUDF আৰু আমছুৰ লগত সুৰ মিলাই ।

তাত প্ৰথমতে,কোৱা হৈছে যে প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ উলঙ্ঘন হোৱা নাই । যদিও প্ৰভাৱ পেলাইছে সেইয়া সামান্য ,চৰকাৰৰ যুক্তি এই ধৰণৰ যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে যি ধৰণৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাই সেই একে ধৰণেৰে প্ৰব্ৰজনেও পেলাই। এইটো এটা নাভূত নাশ্ৰুত কথা ।

সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে ৰাজ্যত জনসংখ্যাৰ কোনো সালসলনি নহয়, কিন্তু প্ৰব্ৰজনৰ ফলত নতুন ভোটাৰ অন্তৰ্ভুক্ত হয় আৰু সেই ভোটাৰে নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব আৰু নিশ্চয়কৈ গুৰুতৰ প্ৰভাৱ পেলাব । যাৰ ফলশ্ৰুতিত আজি AIUDF ৰ আবিৰ্ভাৱ হৈছে।

চৰকাৰে দিয়া এই যুক্তি কিন্তু ২০০৫ চনত উচ্চতম ন্যায়ালয়ে সৰ্বানন্দ সোণোৱালৰ গোচৰত দিয়া ৰায়দানৰ বিৰুদ্ধে । সেই ৰায়দানত এইটো স্পষ্টৰূপত কোৱা হৈছে যে অবিৰত প্ৰব্ৰজনৰ ফলত খিলঞ্জীয়া নিজৰ ৰাজ্যত সংখ্যালঘু হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি যুক্তিৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাতো খিলঞ্জীয়া ৰক্ষা কৱচ বুলি ঢোল কোবাই ফুৰিছে সেই যুক্তি অবান্তৰ। এনে প্ৰক্ৰিয়াই কোনো বিদেশী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰে । কোনোবা সমষ্টিত যদি বিদেশী ভোটাৰ কমে বা হ্ৰাস পায় তেন্তে আন সমষ্টিত বিদেশী ভোটাৰৰ সংখ্যা বৃদ্ধি হব। মুঠতে বিদেশী ভোটাৰৰ সংখ্যা ৰাজ্যিক স্তৰত একে থাকিব।

দ্বিতীয়তে অসমত অবৈধ প্ৰব্ৰজনকাৰীয়ে জন্ম দিয়া লৰা ছোৱালীক নাগৰিকত্ব দিয়াটো সমৰ্থন কৰিছে। ইয়াৰ ফলত অসমৰ খিলঞ্জীয়াৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক (?) চিন আহিল।

তৃতীয়তে,এটা অদ্ভুত কথা কোৱা হৈছে যে এনে কোনো তথ্য নাই যত বিদেশী নাগৰিক ভোটাৰ হৈছে। উচ্চতম ন্যায়ালয়ে পূৰ্বৰ তিনিটা ৰায়দানত উল্লেখ কৰিছে যে বাংলাদেশী আগ্ৰাসনত অসমৰ থলুৱা মানুহ বহু কেইখন জিলাত সংখ্যালঘু হৈছে।

চৰকাৰৰ মতে এই বৃহৎ সংখ্যক বাংলাদেশীক ভোটাধিকাৰ প্ৰদান কৰাৰ ফলত অসমৰ থলুৱা মানুহৰ ৰাজনৈতিক অধিকাৰ উলংঘন হোৱা নাই ।

চতুৰ্থতে,মতামতত যুক্তি দিয়া হৈছে যে অসম চুক্তি কৰি অসমে আন ৰাজ্যৰ তুলনাত ২৩ বছৰৰ অধিক বিদেশীৰ বোজা লোৱাত ৰাজ্যলৈ শান্তি উভতি আহিলে। সেইটো স্থিতি আমছু আৰু AIUDF ৰ আছিল । তাৰ মানে অসম চৰকাৰ প্ৰব্ৰজনৰ সমৰ্থনত।

উচ্চতম ন্যায়ালয়ে শুনানিৰ পিছত ৰায়দান দিব ১৯৭১ বা ১৯৫১ ৰ পক্ষত। কিন্তু মিছন বসুন্ধৰাৰ জৰিয়তে আৰু ১১ নৱেম্বৰ ২০২২ চনৰ অধিসূচনা অনুসৰি ২০১১ চনলৈকে বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ বেদখলত থকা চৈধ্যলাখ বিঘা PGR ভূমি আবন্টন দিব।

বসুন্ধৰা আঁচনিৰ যোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নতুন নাগৰিকত্ব প্ৰদান কৰা ভিত্তিবর্ষ ২০১১ চন সৃষ্টি কৰিলে।বিজেপি চৰকাৰত মন্ত্ৰী হৈ থকাৰ অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ ১৯৫১ চনৰ পক্ষত স্পষ্ট মতামত প্ৰকাশ কৰিছিল ।

কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁক না ৫১ লাগে না ৭১ লাগে, এটা নতুন ভিত্তি বর্ষ ২০১১ চন নিজেই ধাৰ্য কৰিলে। ইয়াত বিজেপি,অগপৰ নেতাৰ ভূমিকাই কেবাটাও প্ৰশ্ন উত্থাপন কৰে।

যদি CAA প্ৰণয়ন কৰি ২০১৯ লৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিব পাৰে, তাৰ বিনিময়ত বৰ্তমান চৰকাৰে ১৯৫১ কিয় সমৰ্থন কৰিব নোৱাৰে ? ১৯৫১ চনৰ NRC টো ভিত্তি কৰি খিলঞ্জীয়াৰ বাবে ভূমি,চাকৰি,বেপাৰ, সম্পদ,ইত্যাদি সংৰক্ষিত কিয় কৰিব নোৱাৰে ?

এতিয়া অসম চুক্তি আৰু উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে গৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লুকাভাকু কৰি অতি চতুৰতাৰে পুনৰ ২০১১ চন নতুন ভিত্তিবর্ষ সৃষ্টি কৰিবলৈকে অসমৰ ৰাইজে তেওঁলোকক জনাদেশ দিছিল নেকি বুলি বিজেপি চৰকাৰ খনক তীৰ্যক মন্তব্যৰে থকাসৰকা কৰে অধিবক্তা হাজৰিকাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Press releaseSenior Supreme Court LawyerUpamanyu Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d