Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বৃদ্ধি পাইছে আবন্টন, ৰেকৰ্ড শস্য উৎপাদন ! মোদী চৰকাৰৰ আঠ বছৰত কৃষি খণ্ডত কি পৰিৱৰ্তন হৈছে ?

publisher by publisher
May 30, 2022
in India, News
Reading Time: 1 min read
0
বৃদ্ধি পাইছে আবন্টন, ৰেকৰ্ড শস্য উৎপাদন ! মোদী চৰকাৰৰ আঠ বছৰত কৃষি খণ্ডত কি পৰিৱৰ্তন হৈছে ?
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা আঠ বছৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে কৃষকসকলৰ উন্নতিৰ বাবে কেবাটাও ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে৷ মন্ত্ৰালয়ে বিভিন্ন প্ৰকল্প লৈ উদ্ভাৱনী মূলক ধাৰণাও আগবঢ়াইছে৷

ADVERTISEMENT

বৰ্তমান, ৰাজসাহায্য সম্পূৰ্ণ স্বচ্ছতাৰে কৃষকসকলৰ বেংক একাউণ্টত উপনীত হৈছে৷ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে, তেওঁলোকে কৃষিক ব্যৱসায় হিচাপে বাছনি কৰিছে৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ মুখ্য উদ্দেশ্য হ’ল কৃষকসকলে যাতে স্বেচ্ছাই কৃষিক ব্যৱসায় হিচাপে বাছি লয় ,সেইটো নিশ্চিত কৰা ।

বিগত আঠ বছৰত কৃষিৰ বাবে বাজেট আৱণ্টন যথেষ্ট বৃদ্ধি পাইছে৷ মোদী চৰকাৰেও বিভিন্ন কৃষি-অনুকূল নীতি গ্ৰহণ কৰিছে৷ চলিত বিত্তীয় বৰ্ষত কৃষিৰ বাবে আৱণ্টন ১.৩২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ বাজেট আৱণ্টনৰ এই বৃদ্ধিয়ে কৃষকসকলৰ সামাজিক বিকাশত চৰকাৰ কিমান সক্ৰিয় তাৰ প্ৰমাণ ৷ যোৱা আঠ বছৰত কৃষিৰ বাবে আৱণ্টন প্ৰায় আঠগুণ বৃদ্ধি পাইছে ৷

কেৱল বাজেট আৱণ্টন বৃদ্ধিয়েই নহয়, খাদ্যশস্য আৰু শস্যৰ অভিলেখ উৎপাদনেও প্ৰমাণ কৰে যে ভাৰতৰ কৃষি খণ্ড সঠিক দিশত আগবাঢ়িছে৷ ২০২১-২২ বৰ্ষৰ পূৰ্বানুমান অনুসৰি খাদ্যশস্যৰ উৎপাদন ৩১৫ মিলিয়ন টনলৈ বৃদ্ধি হ’ব৷ আনহাতে, ফল আৰু পাচলি শস্যৰ উৎপাদন ৩৩৪ মিলিয়ন টন হোৱাৰ সম্ভাৱনা আছে, যি হৈছে সৰ্বকালৰ অভিলেখ ৷

ফলত, কৰ’না মহামাৰীৰ মাজতো বিভিন্ন দেশক সহজে খাদ্যশস্য যোগান ধৰিছে৷ আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো ভাৰতে খাদ্যশস্য যোগান ধৰি বিভিন্ন দেশক সহায় কৰিছে ৷

এফালে, ভাৰতত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিও যথেষ্ট বৃদ্ধি হৈ প্ৰায় চাৰি লাখ কোটি টকা হৈছে।

ইয়াৰ উপৰিও কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি খৰিফ, ৰবি আৰু অন্যান্য বাণিজ্যিক শস্যৰ সমৰ্থন মূল্যও নিৰন্তৰ বৃদ্ধি কৰা হৈছে৷ ২০১৩-১৪ বৰ্ষত ধানৰ সমৰ্থন মূল্য আছিল প্ৰতি কুইন্টালত ১৩১০ টকা৷ বৰ্তমান ই ১৯৪০ টকালৈ বৃদ্ধি পাইছে৷ ২০১৩-১৪ বৰ্ষত ঘেঁহুৰ সমৰ্থন মূল্য আছিল ১৪০০ টকা প্ৰতি কুইন্টাল, যাৰ পৰিমাণ ২০১৫ টকালৈ বৃদ্ধি হৈছে ৷

প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত এতিয়ালৈকে ১১.৫০ কোটি কৃষকে ১.৮২ লাখ কোটি টকা লাভ কৰিছে৷ ই কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি৷ এই আঁচনিখন কৃষকৰ উপৰিও কৃষকসকলৰ প্ৰতি চৰকাৰৰ আনুগত্যৰ প্ৰমাণ ৷

ইয়াৰ উপৰিও, কৃষকসকলক চয়েল হেলথ কাৰ্ড প্ৰদান কৰা হৈছে, যাৰ সহায়ত কৃষকসকলে শস্যৰ উৎপাদন কেনেদৰে বৃদ্ধি কৰিব লাগে জানিব পাৰে ।

এই বছৰৰ বাজেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা অনুসৰি প্ৰাকৃতিক কৃষি ৰ উদ্যোগৰ বিষয়েও কোৱা হৈছে৷ গঙ্গাৰ পাৰত পাঁচ কিলোমিটাৰ অঞ্চলত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত প্ৰাকৃতিক কৃষি কাৰ্য আৰম্ভ হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modi
publisher

publisher

Related Posts

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ
Assam

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

October 16, 2026
ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে
India

ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

October 16, 2026
Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d