Rape Case : মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

images 1 1

Rape Case :

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ ঘটনা। লম্পটৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ এই ঘটনা সংঘটিত হৈছে বিৰুবাৰীত ৷

দিগন্ত দাস নামৰ লোকজনৰ বিৰুদ্ধে উদ্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷ ইতিমধ্যে ভূক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ফটাশিল- আমবাৰী থানাত দাখিল কৰিছে এজাহাৰ ৷

আনহাতে পলাতক অৱস্থাত আছে দিগন্ত দাস নামৰ যুৱকজন ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

Exit mobile version