Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Dr.Bezbaruah-২:অসমৰ ছবি জগতত আলোড়ন

দুই কোটি ক্লাৱত 'ডক্তৰ বেজবৰুৱা ২'

publisher by publisher
February 9, 2023
in Entertainment
Reading Time: 3 mins read
0
Dr.Bezbaruah-২:অসমৰ ছবি জগতত আলোড়ন
4
SHARES
40
VIEWS
ShareShareShareShare

Dr.Bezbaruah-২:

অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ডক্তৰ বেজবৰুৱা ২’-এ প্ৰৱেশ কৰিলে ২ কোটিৰ ক্লাবত ৷

ADVERTISEMENT

দীর্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত আটাইকে ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিচনে।

RelatedPosts

Himanta Viswa Sarma: এআইচিচিতো আছে এজেন্ট, ‘ৰজা’ৰ গাড়ী চালকেও খবৰ দিয়ে মোক: দাবী মুখ্যমন্ত্ৰীৰ

NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল

Dr.Hiren Gohain:জনতাৰ হাতত বন্দুক তুলি দিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত অতিকৈ হঠকাৰী:ড:হীৰেন গোঁহাই

বৃহস্পতিবাৰে এক সংবাদমেলত ডক্তৰ বেজবৰুৱা ২ৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে কয় যে ‘ডক্তৰ বেজবৰুৱা ২-এ অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে। কেবল সিমানেই নহয় book my showৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিছে ‘ডক্তৰ বেজবৰুৱা- ২’ই।

যি সময়ত ‘পাঠান ছবিখন সর্বত্র চর্চিত আছিল, সেই সময়ত ‘ডক্তৰ বেজবৰুৱা হ’ব book my showৰ ৰেটিঙে ‘পাঠান ক অতিক্ৰম কৰিলে। প্ৰতিদিনে অসমৰ ছবিঘৰত গড় হিচাপে ২০০টা দর্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটো দর্শনীয়েই ‘হাউছফুল’। ১৫০০ দর্শনী সম্পূর্ণ হাউছফুল’ অসমীয়া বোলছবিৰ আন এক অভিলেখ কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাইত ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ ছবিঘৰত দর্শক উবুৰি খাই পৰিছে। ডুবাই, অস্ট্রেলিয়া, কানাডা, ওমান আদি দেশৰ পৰা অসমীয়া দৰ্শকৰ অনুৰোধ আহিছে— যেনেতেনে সেই দেশবোৰত ছবিখন প্ৰদৰ্শন কৰিবৰ বাবে। দৰ্শকৰ এনে সঁহাৰিত আমি অভিভূত।

সেয়ে অচিৰেই আমি ছবিখন ইংৰাজী Subtitle কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। লগতে খুব সোনকালে হিন্দী ভাষাত ডাবিং হ’ব ‘ডক্তৰ বেজবৰুৱা ২’। Subtitle, Dubbingৰ উপৰি আমি ছবিখন ভ্ৰাম্যমাণ প্রদর্শনীৰ যোগেদি গাঁৱে-ভূঞে প্রদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। আমি নিশ্চিত গ্ৰামাঞ্চলৰ দৰ্শকে ‘ডক্তৰ বেজবৰুৱা ২-ক উৎসাহেৰে আঁকোৱালি ল’ব। ছবিঘৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ উপৰি ডক্তৰ বেজবৰুৱা ২’ প্রদর্শিত হ’ব PRAGPLAY নামৰ OTT প্লেটফৰ্মত। আমি এই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছো অচিৰেই বিদেশতো ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ৷

সংবাদমেলখনত উপস্থিত থাকি প্রযোজক ডাঃ অক্ষতা নাৰায়ণে কয় যে অসমীয়া ছবিলে সোণালী যুগ ঘূৰি আহিছে । যোৱা দিনকেইটাত আপোনালোক সকলোৱে দেখিছে কিদৰে ছবিগৃহত দৰ্শকে ভিৰ কৰাই নহয়, চিনেমা হল কর্তৃপক্ষই হলৰ ভিতৰত অতিৰিক্তভাৱে প্লাষ্টিকৰ চকী, চোফা আদিৰ ব্যৱস্থা কৰি দিব লগা হৈছে। ইয়ে প্ৰমাণ কৰিছে দৰ্শকে এখন ভাল ছবি পালেই চাব। এতিয়াৰে পৰা আমাৰ দায়িত্ব আৰু বাঢ়িল। এই দাযিত্ব হ’ল অসমৰ দৰ্শকক একো একোখন ভাল ছবি উপহাৰ দিবই লাগিব। আমাৰ বিশ্বাস আমি পাৰিম। দক্ষিণৰ ছবিয়ে যিদৰে নিজৰ স্বকীয়তা বজাই ৰাখি ছবি নিৰ্মাণ কৰি সফল হৈছে, ঠিক একেদৰে আমিও অসমীয়া ছবিক এটা স্তৰলৈ নিয়াৰ প্ৰয়াস কৰিম।

উল্লেখযোগ্য যে অসমৰ প্ৰতিটো ছবিগৃহতে আজিৰ দিনটোত হাউছফুল “ডক্তৰ বেজবৰুৱা ২’। বহু স্থানত দর্শকে টিকট নাপায় উভতি যাব লগা পৰিৱেশৰ সৃষ্টি হৈছে।
আনহাতে ৰাজ্যৰ যিসমূহ স্থানত ছবিগৃহ নাই, সেই স্থানৰ দৰ্শকেও যাতে ‘ডক্তৰ বেজবৰুৱা ২’ চাব পাৰে তাৰ বাবে এ এম টেলিভিছনে পৰিবহণৰ ব্যৱস্থা কৰি দিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese MovieBox Office RecordDr. BezbaruahM M TelevisionPressmeet
publisher

publisher

Related Posts

আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 
Bollywood

আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

June 4, 2025
‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 
Entertainment

May 25, 2025
সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক
News

May 23, 2025
দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘
Entertainment

দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

May 18, 2025
টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা
News

টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

May 16, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d