Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

RRR : কোটি কোটি টকাৰ ক্ষতি ‘আৰআৰআৰ’ৰ নিৰ্মাতাসকল ,হতাশাত ভুগিছে ৰাম চৰণ, জুনিয়ৰ এনটিআৰ

publisher by publisher
January 5, 2022
in COVID-19, Entertainment, News
Reading Time: 1 min read
0
RRR : কোটি কোটি টকাৰ ক্ষতি ‘আৰআৰআৰ’ৰ নিৰ্মাতাসকল ,হতাশাত ভুগিছে ৰাম চৰণ, জুনিয়ৰ এনটিআৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

RRR : আৰআৰআৰ টিমক ১৮ লাখ টকাৰ সোণৰ মুদ্ৰা উপহাৰ ৰামচৰণৰ ! লগত আৰু কি আছে

পাঁচ দিনতে এশ কোটি টকাৰ ব্যৱসায় ‘আৰ আৰ আৰ’ৰ

RRR :দেশত এক দিনতে ১৫৬ কোটিৰ ব্যৱসায় ‘আৰ আৰ আৰ’

পুনৰ দেশত কৰ’নাৰ সন্ত্ৰাস। কৰ’নাৰ বাবেই পুনৰ পিছুৱাই দিয়া হ’ল এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ ৰ মুক্তিৰ দিন। বক্স অফিচ প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ আগতে কোটি কোটি টকাৰ ক্ষতি হ’ল প্ৰযোজকসকলৰ।

ADVERTISEMENT

সাত জানুৱাৰীত প্ৰেক্ষাগৃহত মুক্তি পোৱাৰ কথা আছিল ৰাম চৰণ, জুনিয়ৰ এনটিআৰ, অজয় দেৱগন আৰু আলিয়া ভট্টৰ দৰে তাৰকাক লৈ নিৰ্মান কৰা এই ছবি ।

পৰিকল্পনা অনুসৰি পূৰ্ণ গতিত চলিছিল প্ৰচাৰ । মুম্বাইৰ এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কেৱল প্ৰচাৰৰ বাবে খৰছ কৰা হৈছে ১৮-২০ কোটি টকা।

ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ অনুৰাগীসকলক অন্ধ্ৰ প্ৰদেশৰ বাহিৰৰ বিভিন্ন প্ৰচাৰ অনুষ্ঠান লৈ যোৱাৰ বাবে দুই তিনি কোটি টকা ব্যয় কৰা হৈছে।

আৰআৰআৰ তাৰকাসকলে শেহতীয়াকৈ বিগ বছ, ‘দ্য কপিল শৰ্মা শ্ব’ৰ দৰে একাধিক অনুষ্ঠানৰ প্ৰচাৰ কৰিবলৈ আহিছিল। ছবিখনৰ দুগৰাকী তাৰকাৰ ভিতৰত ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে মুখ্যতঃ দক্ষিণৰ চলচ্চিত্ৰত অভিনয় কৰে।

নিৰ্মাতাসকলে অনুভৱ কৰে যে দেশৰ সকলো চহৰতে তেওঁলোকৰ একেই জনপ্ৰিয়তা নাথাকিব পাৰে। গতিকে তেওঁলোকে প্ৰচাৰৰ সময়ত তেওঁলোকৰ অসংখ্য অনুৰাগীক লগত লৈ গৈছিল।

ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে আৰু প্ৰচাৰ অৱশেষত স্তব্ধ ৰখা হৈছে। সূত্ৰসমূহে জনাইছে যে ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ পৰিচালক আৰু প্ৰযোজকৰ দৰেই হতাশাত ভুগিছে। দক্ষিণৰ উদ্যোগৰ দুয়োজন তাৰকাই এতিয়া পৰ্যন্ত কাকো সাক্ষাৎ কৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Junior NTRRamcharan TejaRRR
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d