Guwahati Double Murder Case :আদালতত হাজিৰ কৰালে ডাৰ্বল মাৰ্ডাৰৰ মুল অভিযুক্তক

আদালতত হাজিৰ কৰালে ধনটি- অৰূপকো

WhatsApp Image 2023 02 27 at 12.43.38

Guwahati Double Murder Case :

দেশ কপাই যোৱা মহানগৰীৰ নুনমাটিৰ ডাৰ্বল মাডাৰৰ মুল অভিযুক্ত বন্দনা কলিতাক হাজিৰ কৰালে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ৷
একেদৰে হাজিৰ কৰালে আন দুই অভিযুক্ত অৰূপ আৰু ধনটিকো ৷

দেওবাৰেই সাত দিনৰ আৰক্ষী জিম্মাৰ অন্ত পৰিছিল ধনটি আৰু অৰূপৰ। আৰক্ষীৰ জিম্মাৰ অন্ত পৰাত আজি তিনিওকে হাজিৰ কৰোৱা হয় আদালতত।

তিনিওকে আৰক্ষীয়ে আকৌ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে ক্ষীপ্ৰতাৰে চলিছে লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত ৷

উল্লেখ্য যে,বৰ্বৰ হত্যাকাণ্ড পাছতে আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট অংশ বিছাৰি মেঘালয়ত অভিযান চলাই কিছু অংশ উদ্ধাৰ হৈছিল যদিও অমৰজ্যোতি আৰু শংকৰী দে’ৰ মুণ্ড উদ্ধাৰ হোৱা নাই ৷ ৷

Exit mobile version