Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tripura Swearing-in Ceremony: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মানিক সাহাই

মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় কনৰাড চাংমা আৰু নেফিঅ ৰিঅয়ে

publisher by publisher
March 8, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Tripura Swearing-in Ceremony: প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মানিক সাহাই
1
SHARES
10
VIEWS
ShareShareShareShare

Tripura Swearing-in Ceremony:

প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত ল’লে মানিক সাহাই ৷

ADVERTISEMENT

আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মানিক সাহাই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Pm Modi Election Rally in Barpeta: বৰপেটাত বিশাল জনসভাত মোডীৰ উদাত্ত ভাষণ

WhatsApp Image 2023 03 08 at 13.06.00উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰে কংগ্ৰেছ আৰু চিপিআই(এম)ৰ নেতৃত্বত বিৰোধী দলসমূহে ৷

মনকৰিবলগীয়া যে, ত্ৰিপুৰাৰত দ্বিতীয়বাৰৰ বাবে নিৰংকুশ সংখ্যা গৰিষ্ঠা পোৱাৰ পাছতে শাসনাধিষ্ঠ বিজেপি দলটোৱে মুখ্যমন্ত্ৰী কোন হ’ব ৷

WhatsApp Image 2023 03 08 at 13.07.16ইয়াকে লৈ আগৰতলাত আৰম্ভ হৈছিল ব্যাপক জল্পনা কল্পনা ৷ মুখ্যমন্ত্ৰীৰ ৰেছত আগবাঢ়িছিল কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক ৷ আনকি দলৰ হাইকামাণ্ডেও ৰাজ্য খনৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে ভৌমিকৰ নামটোতে মোহৰ মৰাৰ সম্ভাৱনা প্ৰকট হৈছিল ৷

কিন্তু ৬ ছয় মাৰ্চত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে মানিক সাহাৰ নাম ঘোষণা কৰে ৷ তাৰ পাছতে বিজেপি বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে সাহাক নেতা হিচাপে নিৰ্বাচিত কৰে।

স্মতৰ্ৱ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দুখনকৈ উত্তৰ পূবৰ ৰাজ্যৰ নতুন চৰকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল ৷

মঙলবাৰে পুৱা ভাগত প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হৈ তাৰ পৰা হেলিকপ্তাৰৰে ৰাওনা হয় মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ ৷

WhatsApp Image 2023 03 08 at 13.06.34 1তাত দ্বিতীয় বাৰৰ বাবে এন পি পি – বিজেপি সহ কেইবাটাও দলৰ জোটবন্ধনৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহা কনৰাৰ্ড চাংমাৰ সহ কেবিনেটৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ লগতে নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

WhatsApp Image 2023 03 08 at 14.25.00তাৰ পৰা পোনে পোনে ৰাওনা হয় নাগালেণ্ডৰ ৰাজধানী কোহিমালৈ ৷ কোহিমাৰ কেপিটেল কালছাৰেল হলতেই শপত গ্ৰহণ কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু নেডাৰৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ হয় ৰিঅ চৰকাৰৰ শপত গ্ৰহণ পৰ্ব ৷

WhatsApp Image 2023 03 08 at 14.24.51

ৰাজ্যপাল লা গনেশনে শপত বাক্য পাঠ কৰাই মুখ্যমন্ত্ৰী ৰিঅক ৷ এয়া হ’ল পঞ্চম বাৰলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নেফিঅ ৰিঅৰ শপত গ্ৰহণ ৷ নাগালেণ্ড ৰিঅ চৰকাৰৰ অন্যতম সহযোগি হৈছে বিজেপি ৷

WhatsApp Image 2023 03 08 at 14.25.00 1নাগালেণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোডী গুৱাহাটীলৈ আহি নিশাটো কটায় কইনাধৰাৰ ৰাজ্যিক অতিথি শালাত ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে পুৱা প্ৰায় ১০.৩৫ বজাত গুৱাহাটীৰ পৰা আগৰতলাত উপস্থিত হৈ মাণিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লৈ তাৰ পৰাই উৰা মাৰিব নতুন দিল্লীলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP chief JP NaddaCm Himanta Viswa SarmaHome Minister Amit ShahManik SahaPM Narendra ModiTripura New CMTripura Swearing-in Ceremony
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d