Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cabinet Decision In Assam : ১.৩০ লাখ কোটিৰ ঋণৰ বোজাত পোত গৈ থকা ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত

কেন্দ্ৰই বন্ধ কৰা ভাট্টা দিলে দিছপুৰে,ৰাজ্য কেবিনেট সিদ্ধান্তৰে ইতিমধ্যে আদায় দিয়ে ২০ শতাংশ

publisher by publisher
March 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Cabinet Decision In Assam : ১.৩০ লাখ কোটিৰ ঋণৰ বোজাত পোত গৈ থকা ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত
4
SHARES
39
VIEWS
ShareShareShareShare

Cabinet Decision In Assam :

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি- অগপ মিত্ৰজোঁটৰ চৰকাৰে ইটোৰ পাছত সিটোকৈ লোৱা কিছুমান হঠকাৰী সিদ্ধান্তই ৰাজ্যবাসীক কৰি তুলিছে উদ্বিগ্ন ৷

ADVERTISEMENT

শেহতীয়াকৈ১.৩০ লাখ কোটি টকাৰ ঋণৰ বোজাত পোত গৈ থকা অসমত কার্যনির্বাহ কৰি থকা আইএএছ-আইপিএছকে ধৰি সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলক ৰাজ্য চৰকাৰে কেন্দ্ৰই কৰ্তন কৰা বিশেষ ভাট্টা প্ৰদান কৰি অতিৰিক্ত খৰচৰ বোজা বহন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ পুনৰ ৰাজ্যবাসীয়ে ল’ব লাগিব অতিৰিক্ত বোজা ৷

RelatedPosts

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল

Nalbari:নলবাৰী এনএইছ এমৰ ৬ গৰাকী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজমান হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় সেৱাৰ বিষয়াসকলে পূৰ্বৰে পৰা লাভ কৰি অহা বিশেষ ভাট্টা যোৱা ২০২২ৰ ২৩ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়ে।

নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক দেশৰ আন ৰাজ্যতকৈ পৃথকৰূপে পূৰ্বৰে পৰা গণ্য কৰি অহা নীতি প্ৰত্যাহাৰ কৰি এক ভাৰত এক নীতি ৰূপায়ণৰ পোষকতা কৰিছিল যদিও কেন্দ্ৰীয় চেৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে অসম চৰকাৰৰ কেবিনেটে অসমত কার্যনির্বাহ কৰি থকা আইএএছ, আইপিএছ আদি বিষয়াসকলক পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাৰ দৰে অতিৰিক্ত বিত্তীয় লাভ প্ৰদান কৰিবলৈ লৈছে।

উল্লেখ্য যে বিগত ২০২২ৰ ২২ ডিচেম্বৰত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে অসমত কাৰ্যনিৰ্বাহ কৰি থকা অসম-মেঘালয় যুটীয়া কেডাৰৰ সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলক তেওঁলোকেলাভ কৰা মুঠ দৰমহাৰ ২০ শতাংশ হাৰত বিশেষ ভাট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়।

ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্দেশনাটোত এই কথাও উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে অসমত কাৰ্যনিৰ্বাহ কৰি থকা আইএএছ-আইপিএছ-আইএফএছ বিষয়াসকলক পূর্বে প্ৰদান কৰা বিশেষ ভাট্টা বন্ধ কৰাৰ দিনটোৰে পৰা অৰ্থা২০২২ ৰ ২৩ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মুঠ দৰমহাৰ ২০ শতাংশ ধন অসম চৰকাৰে ৰাজ্যিক ৰাজকোষৰ পৰা প্ৰদান কৰিব।

ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তটোত এই কথাও উল্লেখ কৰা হৈছে যে অসমত কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলক অতিৰিক্তভাৱে ৰাজ্যৰ ৰাজকোষৰ পৰা প্ৰদান কৰিবলগীয়া এই বিশেষ ভাট্টা সাধাৰণ প্ৰশাসন বিভাগে প্রতিমাহে সংশ্লিষ্ট বিষয়াজনৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ফলত অসমত কাৰ্যনিৰ্বাহ কৰি থকা আইএএছ-আইপিএছ বিষয়াসকলক বকেয়াসহ অতিৰিক্তভাৱে বিশেষ ভাট্টা প্ৰদানৰ নামতে যোৱা ছেপ্টেম্বৰৰ পৰা বিগত ছমাহ ধৰি ৰাজকোষৰ পৰা আদায় দিবলগীয়া হৈছে কোটি কোটি টকা।

উল্লেখ্য যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত পূৰ্বে উগ্ৰপন্থীৰ ব্যাপক তৎপৰতাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকল আহিবলৈ অনিচ্ছুকতা প্ৰকাশ কৰিছিল। সেই সূত্ৰে কেন্দ্ৰীয় চৰকাৰে এনে বিষয়াসকলক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ অহাৰ ক্ষেত্ৰত উদগনি দিবলৈ ২০ শতাংশ অতিৰিক্ত ভাট্টা প্ৰদানৰ লগতে তেওঁলোকৰ শেহতীয়া কৰ্মস্থানত পৰিয়ালৰ বাবে চৰকাৰী আৱাসৰ সুবিধা, আয়কৰ ৰেহাই আদিকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰিছিল।

বিগত ২০২২ লৈকে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত কৰ্মৰত বহিঃৰাজ্যৰ সৰ্বভাৰতীয় বিষয়াসকলক এই অতিৰিক্ত আর্থিক সকাহ প্ৰদান কৰি আহিছিল। পৰৱৰ্তী সময়ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সামগ্রিক আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত হোৱাৰ সূত্ৰে কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰে পৰা প্ৰদান কৰি অহা ভাট্টা বন্ধ কৰিবলৈ সিদ্ধান্ত লয়।

এই প্রসংগত কেন্দ্ৰীয় চৰকাৰৰ পাৰ্ছনেল এণ্ড ট্রেইনিং বিভাগে ব্যক্ত কৰিছিল যে মহাৰাষ্ট্ৰ বা কৰ্ণাটকত কাৰ্যনিৰ্বাহ কৰা আৰু অসম বা মণিপুৰত কাৰ্যনিৰ্বাহ কৰাৰ মাজত কোনো পার্থক্য নাই। গতিকে বিষয়াসকলক অতিৰিক্ত আর্থিক সকাহ দিয়াটো প্রয়োজনহীন।

পিছে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে অসমত কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলক পূৰ্বৰ দৰে ২০ শতাংশ হাৰত অতিৰিক্ত ধন প্ৰদান কৰিবলৈ অসম চৰকাৰে নিজস্বভাৱে সিদ্ধান্ত গ্ৰহণ কৰে।

মূলতঃ অসমত কাৰ্যনিৰ্বাহ কৰি থকা বহিঃৰাজ্যৰ আমোলাসকলৰ হেঁচা আৰু মন্ত্ৰণাতে যে অসম চৰকাৰে ৰাজ্যৰ ৰাজকোষৰ পৰা অতিৰিক্ত ধন আদায় দিবলৈ সন্মত হৈছে সেই কথা স্পষ্ট হৈ উঠিছে।

উল্লেখ্য যে অসম চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে চুবুৰীয়া মেঘালয় আৰু বিজেপি শাসিত নগালেণ্ড চৰকাৰেও সংশ্লিষ্ট ৰাজ্য দুখনত কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলক ৰাজ্যিক ৰাজকোষৰ পৰা মুঠ দৰমহাৰ ২০ শতাংশ অতিৰিক্ত ধন আদায় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

যিখন ৰাজ্যত উন্নয়নমূলক কাম-কাজৰ লগতে বিভিন্ন হিতাধিকাৰী আঁচনি বৰ্তাই ৰখাৰ স্বাৰ্থত বিভিন্ন উৎসৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ ল’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে সেইখন ৰাজ্যতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নীতিকো কার্যতঃ প্রত্যাহ্বান জনাই একমাত্র বহিঃৰাজ্যৰ আমোলাসকলৰ হেঁচাত সেও মানি ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা প্ৰতিমাহে বহু কোটি টকা ভাট্টা প্ৰদান কৰিবলগীয়া হোৱা বিষয়টোৱে তাৎপর্য বহন কৰিছে।

কেন্দ্ৰক সন্তুষ্ট কৰাৰ বাবেই আওপকীয়াকৈ লৈছে নেকি বিজেপি চৰকাৰে ন ন সিদ্ধান্ত ৷ ৰাজ্য চৰকাৰৰ ধাৰাবাহিক হঠকাৰী সিদ্ধান্তবোৰে আগন্তুক দিনত ৰাজ্যবাসীৰ ওপৰত বিৰূপ প্ৰভাৱ সম্ভাৱনা আছে বুলি সচেতন মহলে মন্তব্য কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtCabinet decisionIas-ips OfficerSpecial Allowances
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d