Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল

কেবিনেটৰ সিদ্ধান্ত: প'ষ্ট মেলন কোন মুখ্যমন্ত্ৰীয়ে নাজানে

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Cm Pressmeet:

ডিচেম্বৰঃ অসম বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলক বিষয়ৰূপে তিনিটাশ্ৰেণীত অন্তভুৰ্ক্ত কৰিবলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্রহণ কৰে। দিছপুৰত অনুষ্ঠিত এই বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত থকা এটা পৰামৰ্শ হ’ল অসমৰ শিক্ষানুষ্ঠানত অসমৰ ভুগোল আৰু বুৰঞ্জী পাঠ্যক্রম বাধ্যতামূলক কৰা। সেই পৰামৰ্শটোৰ ভিত্তিতে যষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীত অসমৰ ভুগোল আৰু বুৰঞ্জী বাধ্যতামূলক বিষয় হ’ব। মুখ্যমন্ত্রীয়ে কয়, ‘এই তিনিটা শ্ৰেণীৰ ছাত্র-ছাত্রীসকলে পৰীক্ষাত অসমৰ ভূগোলৰ ৫০ নম্বৰ আৰু অসমৰ বুৰঞ্জীৰ ৫০ নম্বৰৰ পৰীক্ষা দিব লাগিব। তাৰ ফলত ছাত্র-ছাত্রীসকলৰ এশ নম্বৰৰ বোজা বাঢ়িব। এই পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ফলত ছাত্র-ছাত্রীসকলে অসমৰ ভূগোল আৰু ইতিহাসৰ জ্ঞানেৰে সমৃদ্ধ হ’ব।’

ADVERTISEMENT

ইয়াৰ উপৰি আজিৰ কেবিনেটত আন কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে শিলচৰৰ দলো চাহ বাগিচাত গ্রীণ ফিল্ড বিমানকোঠ নির্মাণৰ বাবে আজিৰ কেবিনেটে ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণক তিনি হেজাৰ বিঘা ভূমি হস্তান্তৰত অনুমোদন জনায়। ইয়াৰ ফলত বিমানকোঠটো নিৰ্মাণৰ বাবে কেন্দ্রীয় কেবিনেটে অনুমোদন জনোৱাৰ পথ প্রশস্ত হ’ল বুলি মুখ্যমন্ত্রীয়ে কয়। ইয়াৰ উপৰি মিছন বসুন্ধৰাৰ অধীনত ১২শ পৰিয়াললৈ ভূমি আবণ্টন, অসমক ল’জিষ্টিক হাবলৈ ৰূপান্তৰৰ বাবে ‘আছাম ল’জিষ্টিক এণ্ড বেৰ হাউচিং পলিচী-২০২৫’ আৰু ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ভূমি অধিগ্রহণ কৰা ৮৪৪টা পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াত অনুমোদন জনোৱা হয়।

অসমত দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ বাবেও দেওবাৰৰ কেবিনেটে প্রশাসনিক অনুমোদন জনায়। প্রস্তাবিত শিক্ষানুষ্ঠানখন কার্বি আংলং জিলাৰ লংভাকুত নির্মাণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, সৈনিক স্কুলখনৰ নির্মাণ ব্যয়ৰ ৮০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে আৰু ২০ শতাংশ ধন অসম চৰকাৰে বহন কৰিব। আন এক সিদ্ধান্ত অনুসৰি, অসম অভিযান্ত্রিক মহাবিদ্যালয়ত অসম চৰকাৰে ড’ছাল্ট ছিষ্টেম ইন্ডিয়া প্রাইভেট লিমিটেডৰ স’তে যৌথভাৱে এৰ’স্পেছ আৰু বৈদ্যুতিক বাহন সম্পর্কীয় এক প্রকল্প ৰূপায়ণতো আজি কেবিনেটত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্রীয়ে কয় যে পাঁচ হেজাৰ বৰ্গফুট অঞ্চলত ২৪৩ কোটি টকা ব্যয়ৰে স্থাপন হ’বলগীয়া প্রকল্পটোৰ অধীনত এৰ’স্পেছ আৰু বৈদ্যুতিক বাহন সম্পর্কীয় পাঠ্যক্রমো অন্তর্ভুক্ত হ’ব। ব্যয় হ’বলগীয়া ধনৰ ২০০ কোটি ড’ছান্টে আৰু ৪৩ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব।

#’ৰৈ ৰৈ বিনালে’ক লৈ মুখ্যমন্ত্রীৰ প্রশ্ন !

দেওবাৰে সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰসংগৰে কে’বাটাও প্রশ্ন উত্থাপনৰ উপৰি প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত বিৰোধীক সমালোচনা কৰে। মুখ্যমন্ত্রীয়ে কয় যে তেওঁ বিশেষ কাৰণত চিনেমাখন চোৱা নাই যদিও পাছত চাব। এতিয়ালৈকে নোচোৱাৰ কাৰণ দর্শাই মুখ্যমন্ত্রীয়ে কয়, ‘সাগৰলৈ আৰু জুইৰ ওচৰলৈ নাযাবলৈ জুবিন গাৰ্গক চিকিৎসকে কঠোৰভাৱে সাবধান কৰি দিছিল। অথচ চিনেমাখন কৰা হৈছে সাগৰক লৈ। অলপতে চিনেমাখনৰ প্রযোজক মোৰ ওচৰলৈ আহিছিল। মই তেওঁক সুধিছিলো- কিয় জুবিন গাৰ্গক ইমানৰ পাছতো ছিংগাপুৰলৈ নি সাগৰৰ ওচৰলৈ লৈ যোৱা হ’ল। মই সেই কাৰণে এতিয়ালৈকে চিনেমাখন চোৱা নাই। কাৰণ চিনেমাখন চাই ওলাই অহাৰ পাছত মই সেই প্রশ্নটোকে কৰিম। মুখ্যমন্ত্রী হিচাপে মোৰ বক্তব্য লিপিবদ্ধ হৈ ৰ’ব। সকলোখিনি শেষ হৈ লওঁক, তাৰ পাছত মই আৰামেৰে ছবিখন চাম।’

মুখ্যমন্ত্রীয়ে অভিযোগ কৰি কয়, ‘যিসকলে অসম চৰকাৰৰ বৰ্তমানৰ তদন্তক বিভিন্ন ধৰণে বাধা দি আহিছে, তেওঁলোকে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক বচাব খুজিছে। তেওঁলোকে অভিযোগনামা দাখিল কৰাটোও বিচৰা নাই। সেইসকলৰ এনে চেষ্টৰ বিপৰীতে সকলোখিনি ঠিকে-ঠাকে চলিবলৈ মই অভূতপূর্ব চেষ্টা কৰিছো। ছিংগাপুৰ আৰক্ষীয়ে ১৮ ডিচেম্বৰত অভিযোগনামা দিব। আমি তাৰ আগতেই অভিযোগনামা দিম। অসমৰ বুৰঞ্জীত কোন ডিজিপি, কোন উপাচাৰ্যৰ দৰে মানুহৰ ভায়েকক কোনে তিনি মাহ কাৰাগাৰত ৰাখিব পাৰিছে? কৰবী-দূবৰীৰ দৰে হত্যাকাণ্ডও হৈছিল। যিসকলে শ্যামকানু-সিদ্ধার্থহঁতক বচাব বিচাৰে, সেইসকলেই তদন্ত ভাল হোৱা নাই বুলি কৈছে। কিমান ডাঙৰ ডাঙৰ অপৰাধ অসমত হৈছে, কিবা নহয়, কিবা প্ৰকাৰে অভিযুক্তই জামিন পাবলৈ সক্ষম হৈছিল। আমাৰ চৰকাৰেই বাকেশ পালক ধৰি ৰাখিছিল, আমি শ্যামকানু-সিদ্ধার্থক ধৰি ৰাখিছো।’

মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ ভূমিকাক লৈয়ো মন্তব্য কৰে। উল্লেখ্য যে দুয়োজন নেতাই দাবী কৰি আহিছে চলিত তদন্ত ব্যৱস্থাই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চিবিআইক দিয়াৰো দাবী জনাই অখিল গগৈয়ে। সেই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়, ‘গৌৰৱ গগৈ আৰু অখিল গগৈয়ে কি বিচাৰে, মানুহে বুজি লওঁক। চিবিআইক তদন্ত দিয়াৰ দাবী জনাইছে। মই চিবিআইক তদন্ত দি দিব পাৰো; কিন্তু চিবিআইৰ তদন্তৰ দায়িত্ব লওঁতে দুমাহ লাগিব। তেতিয়া গ্ৰেপ্তাৰ কৰা সকলে ১৮ ডিচেম্বৰত জামিন লাভ কৰিব। যদি তেওঁলোকে লিখি দিয়ে যে গ্রেপ্তাৰ কৰা মানুহবোৰ জামিন পোৱাৰ বাবে হিমন্ত বিশ্ব শর্মা দায়ী নহয় দায়িত্ব ল’লেই হ’ল। আচলতে জুবিনৰ নামত সিহঁতক ভোট লাগে। মই বিচাৰো জুবিন জীয়াই থাকক গানেৰে।’

#মুখ্যমন্ত্রীয়ে নাজানে প’ষ্ট মেলন কি ?

ইপিনে, কাইলৈ গুৱাহাটীত মার্কিন সংগীত শিল্পী প’ষ্ট মেলনৰ অনুষ্ঠানক লৈ একাংশ লোকে বিৰোধ কৰা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে অনুষ্ঠানটোৰ লগত অসম চৰকাৰ জড়িতই নহয়। তদুপৰি জুবিন গাৰ্গ জীয়াই থাকোতেই প’ষ্ট মেলনৰ অনুষ্ঠান চূড়ান্ত হৈছিল। জুবিনে কিন্তু তাৰ বিৰোধ কৰা নাছিল। শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধ নকৰে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয়, ‘মই ভাবো প’ষ্ট মেলন আহিলে অসমৰ গৌৰৱ হ’ব। জুবিনৰ অধিক প্ৰসাৰ হ’ব। আমি অনুষ্ঠানটো নকৰাহেঁতেন, শ্বিলঙত হ’লহেঁতেন। আমি গুৱাহাটীক কনচার্ট অর্থনীতিৰ কেন্দ্ৰ কৰিব বিচাৰো। প’ষ্ট মেলন ইয়াৰ আৰম্ভণি। হ’লেও অসম চৰকাৰ এই কাৰ্যসূচীৰ লগত জড়িত নহয়। আমি চাবলৈয়ো নাযাওঁ। কেবিনেটটো অনুষ্ঠানটো আমি চাবলৈ নোযোৱাৰ আলোচনা হৈছে। মই নিজেই বুজি নাপাওঁ, প’ষ্ট মেলন মানেনো কি?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing PressMeetCabinet decisionHimanta Biswa SarmaJanata Bhawan
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ
Uncategorized

TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d