Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আত্মনিৰ্ভৰ শ্ল’গানৰ মাজতে ঔষধৰ কেঁচা মালৰ চীনৰ পৰা আমদানি বৃদ্ধি

এবছৰত আমদানি বাঢ়িল ১৯ শতাংশ

publisher by publisher
January 5, 2022
in International, News
Reading Time: 1 min read
0
আত্মনিৰ্ভৰ শ্ল’গানৰ মাজতে ঔষধৰ কেঁচা মালৰ চীনৰ পৰা আমদানি বৃদ্ধি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

অন্তহীন সীমান্ত বিবাদত হুংকাৰ দিলেও এতিয়াও ভাৰত দৰব প্রস্তুতৰ ক্ষেত্ৰত চীনৰ ওপৰত নিৰ্ভৰশীল হৈয়ে আছে। আত্মনিৰ্ভৰশীল ভাৰতৰ শ্ল’গান দি অহা নৰেন্দ্ৰ মােদী চৰকাৰৰ তথ্য অনুসৰিয়ে জ্বৰ-চর্দি, কাহৰ পৰা আৰম্ভ কৰি কেন্সাৰৰ দৰব প্রস্তুতৰ বাবে প্রতিবেশী চীনেই ভৰসা।

ADVERTISEMENT

ক’ভিডৰ বৰ্ষত চনৰ পৰা ভাৰতে প্রায় ১৯ হেজাৰ চাৰিশ কোটি টকাৰ দৰব প্রস্তুত ৰাসায়নিক দ্রব্য আমদানি কৰে। তাৰ পূর্ববর্তী বৰ্ষতকৈ এই পৰিমাণ ১৯ শতাংশ অধিক। মনকৰিবলগীয়া যে ক’ভিডৰ প্রথম টৌৰ সময়ৰ পৰাই চীনৰ সেনাই লাডাখৰ পৰা গালৱান উপত্যকাত ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল।

এতিয়াও বহু অঞ্চলত চীনৰ সেনাই ভাৰতীয় জোৱানৰ সীমান্তৰ টহলত বাধা দিয়ে আছে, কিন্তু এতিয়াও দৰব প্রস্তুতৰ বাবে চীনৰ পৰাই অনা ৰাসায়নিক সামগ্রীক ভৰসাই ভাৰতৰ একমাত্র সম্বল।

২০১৯-২০ত দেশত দৰব প্রস্তুতৰ বাবে আমদানি কৰা ৰসায়নিক দ্রব্যৰ পৰিমাণ ৩৬,৪৪৩ কোটি টন আৰু ইয়াৰ মূল্য ২৪,১৭১ কোটি টকা। ইয়াৰে ভিতৰত চীনৰ পৰা অনা সামগ্ৰীৰ বাবদ মূল্য হৈছে ১৬,৪৪৩ কোটি টাকা। ২০২০-২১ত আমদানিকৃত মুঠ ৩৯,০৪৭ কোটি টন সামগ্ৰীৰ মুঠ মূল্য হৈছে ২৮,৫২৯ কোটি টকা।

ইয়াৰে ভিতৰত চীনৰ পৰা অনা হয় ১৯,৪০৩ কোটি টকাৰ সামগ্রী। এই তথ্য প্রকাশ কৰে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রণালয়ে। তাৎপর্যপূর্ণ বিষয়টো যে ক’ভিডৰ বাবে চীনৰ পৰা দৰবৰ ৰাসায়নিক সামগ্রী যােগানত সমস্যাৰ সৃষ্টি হৈছিল।

তথাপি ভাৰৰ আমদানি হ্ৰাস হােৱা নাছিল। উল্লেখ্য যে ২০২০ৰ পৰা পূব লাডাখত ভাৰত আৰু চীনৰ ৫০ সহস্রাধিক সেনা নিয়ােগ কৰা হৈছিল। পূব লাডাখৰ লগতে উত্তৰ ফালে থকা ডেপচাঙৰ সমতল ভূমি আৰু সুদূৰ দক্ষিণৰ ডেমচ’ক অঞ্চলতাে এই সেনা নিয়ােগ হৈছে।

২০২০ৰ জুনত গালৱান নৈৰ অঞ্চলত দুই বাহিনীৰ হিংসাত্মক সংঘৰ্ষত ২০জন ভাৰতীয় সেনা নিহত হৈছিল। চীনৰ পৰা প্রকাশিত তথ্য অনুসৰি চাৰিজন চীনা সৈন্য নিহত হৈছিল। ইপিনে, ভাৰতৰ মতে চীনৰ নিহতৰ সংখ্যা ৪০জন। দুই দেশৰ মাজত সেনাৰ স্তৰত ১৩বাৰ বৈঠক সম্পন্ন হলেও বিবাদৰ অন্ত পৰা নাই।

ইয়াৰ পাছতাে চীনৰ পৰা দৰব বা দৰব প্রস্তুত সামগ্রী আমদানি বন্ধ কৰা সম্ভৱ হােৱা নাই। পৰিৱৰ্তে ক’ভিডৰ উপসৰ্গৰ চিকিৎসাৰ বাবে দৰবৰ চাহিদা বৃদ্ধি পাইছে। সেই হেতুকে বাঢ়িছে আমদানি। প্রসংগতে উল্লেখ্য যে গালৱানৰ সংঘৰ্ষৰ পাছত ভাৰতত অতি জনপ্রিয় চীনা এপৰ ব্যৱহাৰ বন্ধ কৰি দিছিল।

ভাৰতত অতিকৈ জনপ্রিয় হৈ পৰা টিকটক নামৰ এপটো বন্ধ কৰি দিয়াত বহু লক্ষ লক্ষ ভাৰতীয় অনুৰাগী আনকি ব্যথিত হৈছিল। তথ্য অনুসৰি ২৬৪টা এনে চীনা এপত ভাৰতে নিষেধাজ্ঞা জাৰি কৰে। ইয়াৰ লগে লগে গালৱানৰ সূত্র ধৰিয়ে আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান অধিক তীক্ষ্ণ সুৰত প্ৰচাৰ কৰে কেন্দ্ৰীয় চৰকাৰে।

ভাৰতৰ বজাৰ চীনা সামগ্রীয়ে সিংহভাগ দখল কৰি থকাৰ সময়তে ইয়াক বর্জনৰ বাবেও চৰকাৰৰ পৰা আহ্বান জনােৱা হয়। দেশ্য বিভিন্ন উৎসৱ যেনে দুর্গোৎসৱ, দীপাৱলী আদিত চীনা লাইট, চাকি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনােৱা হয়। অথচ শেহতীয়াভাৱে দৰবৰ ক্ষেত্ৰত প্রকাশিত তথ্যই এক ফোঁপােলা স্বৰূপ দাঙি ধৰিলে বুলি ক’ব পাৰি।

ইপিনে, কেন্দ্রীয় ৰসায়ন আৰু সাৰ মন্ত্রণালয়ৰ তথ্য অনুসৰি দৰব বা ফার্মাচিটিউকেল উদ্যোগত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম। কিন্তু ইয়াৰ বাবে প্রয়ােজনীয় কেঁচা সামগ্রী আদি চীনসহ বিভিন্ন দেশৰ পৰা আমদানি কৰিবলগীয়া হয়। আনকি পেৰাচিটামােলৰ দৰে সাধাৰণ দৰব প্রস্তুতৰ বাবেও চীনৰ সামগ্ৰীৰ ভৰসাতে থাকে ভাৰত।

দৰব প্রস্তুতৰ সামগ্রী উৎপাদনত বিশেষ লাভ নহয় বাবে সেই সমূহৰ ক্ষেত্ৰত দেশৰ দৰব নির্মাতা সংস্থাসমূহে নিজে প্রস্তুত নকৰি চীনৰ পৰা আমদানি কৰে। এই ৰাসায়নিক সামগ্রী উৎপাদনত বিশ্বৰ প্রথম স্থানত আছে চীন। সেয়েহে ভাৰতৰ শতকৰা ৭০ শতাংশ সামগ্ৰীয়ে চীনৰ পৰা আনিব লাগে।

প্রশ্ন উঠিছে যে চিকিৎসাৰ দৰব প্রস্তুতৰ বাবে চীনৰ ওপৰত এই নিৰ্ভৰশীলতাৰ বাবেই গালৱানত চীনৰ অনুপ্ৰৱেশৰ ক্ষেত্ৰত মােদী চৰকাৰ নীৰৱে আছে নেকি? ৰসায়ন-সাৰ মন্ত্রণালয়ৰ মতে, ক’ভিডৰ সময়ত চীনৰ পৰা কেঁচা সামগ্ৰীৰ যােগানত সমস্যা দেখা দিয়াত ভাৰতত দৰব উৎপাদন বাধাগ্রস্ত হৈছিল।

এতিয়া স্পষ্ট হৈ পৰে যে আত্মনিৰ্ভৰশীল হ’ব লাগিব ভাৰতৰ দৰব উদ্যোগ। তাৰ পাছতে মােদী চৰকাৰে ভাৰতত দৰব প্রস্তুতৰ ৪১ বিধ ৰাসায়নিক সামগ্রী উৎপাদনৰ বাবে উদগনিমূলক ভাট্টাৰ যােগান ঘােষণা কৰিছে। দৰবৰ প্রস্তুতৰ বাবে ড্ৰাগছ পার্ক গঢ়ি তােলাৰ প্রকল্পও ঘােষণা কৰাৰ লগতে দৰব প্রস্তুতৰ বাবে উদগনিমূলক ভাট্টা ঘােষণা হয়।

এই তিনি খণ্ডতে পাঁচৰ পৰা ১০ বছৰত কিমান অর্থ ব্যয় হ’ব তাৰ ৰূপৰেখা অনুমােদন দিছে ভাৰত চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chinacovid19
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d