Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati GMDA : গৃহ নিৰ্মাণৰ ওপৰতো দুই শতাংশ কৰ

publisher by publisher
December 14, 2022
in Assam, News
Reading Time: 1 min read
0
Guwahati GMDA : গৃহ নিৰ্মাণৰ ওপৰতো দুই শতাংশ কৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Guwahati GMDA :

নির্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যৰ সমান্তৰালকৈ এইবাৰ ৰাজকোষ টনকিয়াল কৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া প্ৰতিটো ঘৰৰ নিৰ্মাণ ব্যয়ৰ ওপৰত অতিৰিক্তভাৱে দুই শতাংশ খনিজ কৰ আৰোপৰ সিদ্ধান্ত লৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (জিএমডিএ)য়ে।

ADVERTISEMENT

জিএমডিএৰ অধীনস্থ অঞ্চলত নিৰ্মাণ কৰিবলগীয়া প্ৰতিটো অট্টালিকাৰ সৰ্বমুঠ নির্মাণ ব্যয়ৰ ওপৰত আৰোপ কৰিবলগীয়া দুই শতাংশ হাৰৰ খনি আৰু খনিজ কৰ আৰু পূৰ্বৰ পৰা অব্যাহত থকা এক শতাংশ শ্রমিক কল্যাণ উপ-কৰসহ মহানগৰবাসীয়ে এতিয়াৰে পৰা আদায় দিব লাগিব মুঠতে তিনি শতাংশ অতিৰিক্ত কৰ।

লক্ষ্যণীয় যে বিগত ২০২০ তে গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া অট্টালিকাসমূহত ব্যৱহৃত শিল আৰু বালিৰ দৰে বনজ সম্পদৰ ওপৰত জিএছটিৰ অতিৰিক্তভাৱে দুই শতাংশকৈ কৰ আৰোপ কৰিবলৈ প্ৰস্তাৱত অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে।

কিন্তু ক’ভিডকালীন পৰিস্থিতিৰ বাবে সেই মুহূৰ্তত এই অতিৰিক্ত কৰ আৰোপ কৰিলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকাত বিষয়টো তল পেলাই থোৱা হৈছিল।

পিছে শেহতীয়াকৈ যোৱা ন অক্টোবৰত জিএমডিএ কর্তৃপক্ষই ইয়াৰ অধীনত পঞ্জীয়নকৃত সকলো অভিযন্তালৈ, স্থপতিবিদলৈ এখন পত্ৰ প্ৰেৰণ কৰি এতিয়াৰে পৰা গুৱাহাটীত নতুনকৈ গৃহ নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা সকলো প্রাক্কলনত মুঠ নিৰ্মাণ ব্যয়ৰ ওপৰত দুই শতাংশ হাৰত ‘মাইন এণ্ড মিনাৰ্লেছ’ কৰ আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে জিএমডিএই নতুনকৈ আৰোপ কৰা গৃহ নির্মাণ সামগ্ৰীৰ অন্যতম শিল আৰু বালিৰ ওপৰত দুই শতাংশকৈ কৰ সংগ্ৰহ কৰিবলৈ দিয়া নির্দেশনা ৫০ লাখ বা তাতকৈ অধিক ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া ঘৰৰ ওপৰত প্রযোজ্য
হ’ব।

উল্লেখ্য যে গুৱাহাটীত ন্যূনতম দুমহলীয়া অট্টালিকা এটা নিৰ্মাণ কৰিবলৈ হ’লে ন্যূনতম ৫০ লাখ টকাৰ ওপৰত খৰচ পৰে। তেনেস্থলত নতুনকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা বৃহৎসংখ্যক লোকৰ পৰা এই কৰৰ জৰিয়তে এক বৃহৎ অংকৰ কৰ সংগ্ৰহৰ পথ প্ৰশস্ত হ’ল।

লক্ষ্যণীয় যে মহানগৰবাসীৰ মূৰত এই বৰ্ধিত কৰৰ বোজা জাপি দিবলৈ জিএমডিএই গ্ৰহণ কৰা সিদ্ধান্তক লৈ এতিয়া গুৱাহাটী উন্নয়নৰ আন এটা সংস্থা গুৱাহাটী পৌৰ নিগম (জিএমচি) ক্ষুণ্ন হৈ পৰিছে।

গুৱাহাটীত গৃহ নিৰ্মাণৰ ওপৰত জিএমডিএৰ অতিৰিক্ত কৰ আৰোপৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জিএমচি কর্তৃপক্ষই।

ইতিমধ্যে নগৰ উন্নয়ন বিভাগলৈ জিএমচি কর্তৃপক্ষই এই প্ৰসংগত এখন পত্ৰ প্ৰেৰণ কৰি গুৱাহাটীত গৃহ নিৰ্মাণৰ ওপৰত জিএমডিএই আৰোপ কৰিব বিচৰা কৰৰ বিৰোধিতা কৰিছে।

জিএমচি কর্তৃপক্ষই পত্ৰখনত এইবুলিও প্ৰস্তাৱ দিছে যে গুৱাহাটীবাসীক আৰু অধিক কৰৰ বোজা জাপি দিলে নতুনকৈ সৃষ্টি হ’ব পৰা প্রতিক্রিয়াই সামগ্রিকভাৱে জিএমচিৰ ওপৰতো প্ৰভাৱ পেলাব।

গতিকে হয় নতুন কৰৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰক নহ’লে অন্ততঃ ব্যক্তিগত গৃহ নির্মাণকাৰীক এই কৰৰ পৰা ৰেহাই দিব লাগে বুলি জিএমচি কৰ্তৃপক্ষই ৰাজ্য চৰকাৰক দাবী জনাইছে।

জিএমচিৰ এই অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সদ্যহতে দুই শতাংশ হাৰৰ কৰ কাৰ্যকৰীকৰণ কিছুদিনৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল।

সেই সূত্রে যোৱা অক্টোবৰৰ পৰা জিএমডিএই জাননী জাৰি কৰিও এই কৰ প্রযোজ্য কৰাৰ পৰা বিৰত আছে যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰাৰ সূত্রে এই কৰ কাৰ্যকৰী কৰিবলৈ সকলো প্রস্তুতি সম্পূর্ণ কৰিছে জিএমডিএ কৰ্তৃপক্ষই।

ৰাজ্য চৰকাৰে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰি শীঘ্ৰেই নির্মাণ খণ্ডত প্রযোজ্য হোৱাকৈ এই কৰ আৰোপত অনুমোদন জনাব। তেনেস্থলত গুৱাহাটীবাসীয়ে নতুনকৈ গৃহ নিৰ্মাণ কৰিলেই নির্মাণ ব্যয় আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত।

জিএমডিএৰ এক শীর্ষ সূত্ৰই সদৰী কৰা মতে, দুই শতাংশ হাৰৰ কৰ প্ৰযোজ্য হোৱাৰ লগতে এহেজাৰ বৰ্গফুটৰ এটা গৃহ নিৰ্মাণৰ বাবে অনুমতি লোৱাৰ সময়ত প্ৰতি বৰ্গফুটত অতিৰিক্তভাৱে দুহেজাৰ টকাকৈ কৰ আদায় দিব লাগিব।

এফালে, নির্মাণ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত প্রতি বর্গফুটত নিৰ্মাণ ব্যয় পূৰ্বৰ তুলনাত প্রায় সাতশ টকাকৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ অতিৰিক্ত কৰ আৰোপৰ বাবে প্রতি বর্গফুটত দুহেজাৰ টকাকৈ নির্মাণ ব্যয় বৃদ্ধিয়ে মধ্যবিত্ত লোকক মাধমাৰ শোধোৱাটো নিশ্চিত।

লক্ষ্যণীয় যে চৰকাৰী নিয়ন্ত্ৰণ নথকাৰ বাবে ইতিমধ্যে ৰাজ্যৰ নিৰ্মাণ সামগ্ৰীৰ বজাৰত কাৰ্যত জুই লাগিছে। প্রতিবেগ চিমেণ্টৰ মূল্য দৈনিক ঊর্ধ্বমুখী হোৱাৰ সময়তে জিএমডিএই কৰ আৰোপ কৰি মাধমাৰ শোধাবলৈ লোৱা সিদ্ধান্তই পুনৰ বিতৰ্কৰ সৃষ্টি কৰাটো নিশ্চিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGmdaGuwahatiGuwahati Metropolitan Development Authority
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d