Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bare Sahariya Bhaona:বাৰেচহৰীয়া ভাওনাকলৈ বিতৰ্কৰ সৃষ্টি কৰা ইছমাইল হুছেইনক বিতৰ্ক এৰাই চলিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ

বিতৰ্ক বন্ধ নকৰিলে আইনগত ব্যৱস্থা লব বাৰেচহৰীয়া ভাওনা সমিতিয়ে,অনধিকাৰ ভাৱে হুছেইনৰ প্ৰবেশ ১৪নং খলাত

publisher by publisher
March 11, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Bare Sahariya Bhaona:বাৰেচহৰীয়া ভাওনাকলৈ বিতৰ্কৰ সৃষ্টি কৰা ইছমাইল হুছেইনক বিতৰ্ক এৰাই চলিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

Bare Sahariya Bhaona:

“বাৰেচহৰীয়া ভাওনা এক সম্বনয়ৰ ক্ষেত্ৰ । ইয়াত হিন্দু-মুছলমান বুলি কোনো ভেদাভেদ নাই । সেইবাবেই ভাওনা উদযাপনৰ বিভিন্ন দিশত কাম কৰিছিল মুছলমান ৰাইজে । কিন্তু ভাওনা মহোৎসৱ সু-শৃংখলিত ভাৱে উদযাপন কৰিবৰ বাবে কিছু নীতি নিয়ম বন্ধা থাকে ।

ADVERTISEMENT

সেই নীতি নিয়ম উলংঘা কৰিলে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে সহ্য নকৰে । ইছমাইল হুছেইনকো ধৰ্মীয় দৃষ্টিৰে চোৱা নাই বাবেই তেওঁৰ লেখনি বাৰেচহৰীয়া ভাওনাৰ স্মৃতি গ্ৰন্থত দিয়া হৈছে । লেখা তেওঁক বিচৰা হৈছে । তেওঁ অতি সোনকালে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ বিৰুদ্ধে নেতিবাচক চিন্তা আৰু বিতৰ্ক ত্যাগ কৰক ।

RelatedPosts

Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল

Apcc President Gaurav Gogoi: মোদী-শৰ্মাৰ কাৰ্যকালৰ জৰুৰীকালীন অৱস্থাহে আটাইতকৈ ভয়াৱহ : গৌৰৱ

Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ

অন্যথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব ।”—-এই মন্তব্য বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ ।

আজি বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্হলীত আয়োজিত এক সংবাদ মেলত হাজৰিকাই ইছমাইল হুছেইন কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কয় যে ২১ খন খলাত অনুষ্ঠিত ২১ খন ভাওনাৰ বাবে নিৰ্দিষ্ট ভাৱৰীয়া আজি দুমাহ পূৰ্বেই থিক কৰা আছিল । আখৰা কৰিছে । খলা উপসমিতিৰ হাতত নিৰ্দিষ্ট ভাৱৰীয়াৰ তালিকা আছে ।

উক্ত তালিকা ১১ জনকৈ নিয়োজিত বিচাৰকৰ হাতত আছে । গতিকে ১৪ নং খলাত যেতিয়া এজন ভাৱৰীয়া বেছিকৈ ওলাল তেতিয়া ইছমাইল হুছেইনক আবিষ্কাৰ কৰা হয় । আৰু তেওঁৰ ভাওনা উপসমিতিৰ সভাপতি গৰাকীয়ে হুছেইনেক আঁঁতৰি আহিবলৈ কয় ।

ইয়াতে হুছেইনে সংবাদ মাধ্যমৰ আগত অনাহকত বিতৰ্কত লিপ্ত হোৱাযেন অনুভৱ হৈছে । তেওঁ কয়– হুছেইনক মূল উদযাপন সমিতি, ভাওনা উপসমিতি তথা খলা উপ সমিতি কোনোৱে ভাও দিবলৈ আমন্ত্ৰণ দিয়া নাছিল । তেওঁ অনধিকাৰ ভাবে ভাওনা মঞ্চত প্ৰবেশ কৰি এক অস্বস্তিত পেলাই সকলোকে ।

কাৰোঁ অনুমতি নোলোৱাকৈ ইছমাইল হুছেইনে ভাও দিয়ে বুলি উদযাপন সমিতিৰ সভাপতি গৰাকীয়ে পুনৰ সংবাদ মেলত স্পষ্ট কৰে । সংবাদ মেলত হাজৰিকাই কয় যে বাৰেচহৰীয়া ভাওনা হিন্দু মুছলমান, শিখ জৈন বড়ো, মিছিং সকলোৰে মিলন ভূমি বাৰেচহৰীয়া ভাওনাক কোনো শক্তিয়ে বদনাম কৰিব বিচাৰিলে জামুগুৰিয়া ৰাইজে সহ্য নকৰে ।

সম্প্ৰতি ভাওনাকলৈ সংৱাদ মাধ্যমৰ আগত যি বক্তব্য ৰাখিছে তাৰ পৰা হুছেইনক বিৰত থাকিবলৈ সংবাদমেলত আহ্বান জনাই উদযাপন সমিতিৰ সভাপতি গৰাকীয়ে । ইফালে আজি সংবাদ মেলত পদ্ম হাজৰিকাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মহোৎসৱলৈ আহি বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশ কৰি বিশ্বৰ বিভিন্ন ভাষাত প্ৰকাশ কৰাৰ যি আশ্বাস প্ৰদান কৰে তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ বিশেষ ভাৱে ধন্যবাদ জনায় ।

তদুপৰি সংবাদ মেলত বাৰেচহৰীয়া ভাওনাৰ হিচাপ এসপ্তাহৰ ভিতৰত ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰি তেওঁ লগতে বাৰেচহৰীয়া ভাওনা মহোৎসৱ সকলো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং, ৰাজ্য খনৰ ভাওনা স্হলীত অংশগ্ৰহণ কৰা মন্ত্ৰী বিধায়ক, আন্তঃৰাষ্ট্ৰীয় শিল্পী অংগৰাগ পাপন মহন্ত, সত্ৰাধিকাৰ সকল, উদযাপন সমিতি, উপসমিতি, বিভিন্ন ক্ষেত্ৰত জৰিত লোক তথা হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজলৈ বিশেষ ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে বাৰেচহৰীয়া ভাওনা প্ৰকল্পস্হলীতে উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকা, কাৰ্যকৰী সভাপতি ভৱ গোস্বামী, সম্পাদক জয়ন্ত বৰাৰ উপস্থিতি ভাওনা মহোৎসৱৰ ওপৰত এক পৰ্যালোচনা সভাও অনুষ্ঠিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing PressMeetBare Sahariya BhaonaCONTROVERSYIsmail HussainMLA Padma Hazarika
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d