Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc President Gaurav Gogoi: মোদী-শৰ্মাৰ কাৰ্যকালৰ জৰুৰীকালীন অৱস্থাহে আটাইতকৈ ভয়াৱহ : গৌৰৱ

ভোটাৰ তালিকাত বৃহৎ অনিয়মৰ অভিযোগ কংগ্ৰেছ সভাপতিৰ, সময়ৰ বিপৰীতে দৌৰিছে কংগ্ৰেছ, আমাৰ বাবে সময় কম

publisher by publisher
June 27, 2025
in Assam, News
Reading Time: 2 mins read
0
Gaurav Gogoi: মন্ত্ৰীৰ ঘৰ চলিবলৈ ৫০ লাখ টকা, সাধাৰণ মানুহৰ বাবে ১২৫০ টকা !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Apcc President Gaurav Gogoi:

দেশত বর্তমান অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে। ভোটাৰ তালিকা গণতন্ত্ৰৰ মূল অস্ত্র। এয়া অতি গুৰুত্বপূর্ণ বিষয়; কিন্তু আজি অঘোষিত জৰুৰীকালীন অৱস্থা চলিছে য’ত আমাৰ নিৰপেক্ষ নির্বাচন আয়োগ বা ভোটাৰ তালিকা নাই। আয়োগে আজি এখন শুদ্ধ ভোটাৰ তালিকাই দেখুৱাব পৰা নাই। ইয়ে প্রমাণ যে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ জৰুৰীকালীন অৱস্থা আটাইতকৈ ভয়াৱহ।’

ADVERTISEMENT

তেওঁ চৰকাৰে ভোটাৰ তালিকাত বৃহৎ অনিয়ম কৰা বুলি অভিযোগ কৰি কয় যে ভোটাৰ তালিকাত বৃহৎ খেলি-মেলি আছে। যাৰ বাবে এইবাৰ পঞ্চায়তত বহু ডেকা ল’ৰাই ভোট দিব নোৱাৰিলে বুলি গগৈয়ে অভিযোগ কৰে। তেওঁ কয়, ‘যিসকল তৰুণ প্রজন্মই লোকসভা নির্বাচনত এটা নির্দিষ্ট অঞ্চল বা ভোটগ্রহণ কেন্দ্রত ভোট দিছিল তেওঁলোকে সেই একেটা স্থানতে পৰৱৰ্তী বিধানসভাৰ উপ-নির্বাচন বা পঞ্চায়ত নিৰ্বাচনত ভোটাৰ তালিকাত নাম বিচাৰি নাপালে। ফলত বহু ডেকা ল’ৰাই ভোট দিব নোৱাৰিলে।

বৃহস্পতিবাৰে সাংবাদিকৰ স’তে হোৱা এক বার্তালাপত এইদৰে কয় অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। ভোটাৰ তালিকাত বিজেপি চৰকাৰে অনিয়ম কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে বহু ভোটাৰে সেইবাবেই তালিকাত নাম বিচাৰি নাপালে। গণতন্ত্রক হেয় কৰাৰ ই এক ভয়াৱহ প্ৰৱণতা বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ত দলে তথ্য-প্রমাণ সংগ্রহ কৰি আছে আৰু বিষয়টো ৰাইজৰ মাজলৈ লৈ যাব।

প্রধানমন্ত্রী মোদী আৰু মুখ্যমন্ত্রী শর্মাই অঘোষিত জৰুৰীকালীন অৱস্থা জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মোদীয়ে কেন্দ্ৰত স্বেচ্ছাচাৰী চৰকাৰ আৰু মুখ্যমন্ত্রী শৰ্মাই ৰাজ্যত স্বেচ্ছাচাৰী চৰকাৰ চলাইছে। বিৰোধীক ভীতিগ্রস্ত কৰিবলৈ চেষ্ট কৰা হৈছে আৰু প্ৰতিবাদী কণ্ঠক ৰোধ কৰাৰ লগতে গণতান্ত্রিক প্রতিষ্ঠানসমূহক পদ্ধতিগতভাবে দুর্বল কৰা বুলিও তেওঁ কয়।

ইপিনে, দলৰ পুনৰুত্থানৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে ৮৮ জন পর্যবেক্ষকক তৃণমূলত নিয়োগ কৰা হৈছে। এইসকলে তৃণমূল পর্যায়ত বিতং তথ্য সংগ্ৰহ কৰিছে। বিগত এমাহত তেওঁৰ দলীয় সভাপতিত্বৰ মূল্যায়ন যথেষ্ট ইতিবাচক বুলি গগৈয়ে উল্লেখ কৰে। দলৰ সন্মুখত সময় কম আৰু এতিয়া কংগ্ৰেছৰ বাবে সময়ে শত্রু বুলি তেওঁ কয়।

তেওঁ কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলক পুনৰ সংগঠিত আৰু পুনৰুজ্জীৱিত কৰিবলৈ সম্প্ৰতি কংগ্ৰেছে সময়ৰ বিপৰীতে দৌৰিব লগা হৈছে। দলৰ সংগঠন শক্তিশালী কৰিব লাগিব আৰু বুথ পৰ্যায়ত সংগঠন শক্তিশালী হ’লে যুঁজ দিব পাৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিজনে কয়। গগৈয়ে কয়, ‘সময় আমাৰ শত্রু। সময় আজি অতি চমু।

আমি এই কম সময়ৰ ভিতৰতে আমাৰ লক্ষ্য সাধনৰ বাবে কাম কৰিব লাগিব। খৰতকীয়াকৈ কাম কৰোতে কেতিয়াবা লক্ষ্যভ্রষ্ট হোৱাৰ আশংকাও থাকে। সেয়েহে আমি সাবধানো হ’ব লাগিব।’ তেওঁ কয় যে দলৰ প্ৰতিটো শাখাকে শক্তিশালী কৰি তোলা হৈছে আৰু ব্যৱধানসমূহ দূৰ কৰা হৈছে। গগৈয়ে কয়, ‘আমি সকলোৱে একেলগে কাম কৰি আছো আৰু আমাৰ মাজত সুসমন্বয় আছে।’ বিগত সময়ছোৱাত কংগ্ৰেছৰ উত্থানত বিজেপি অস্বস্তিৰ মুখত পৰিছে।

তেওঁ কয়, ‘বিজেপি চৰকাৰে সংবাদ মাধ্যমক যিদৰে দোষাৰোপ কৰিবলৈ লৈছে, ইয়ে প্রমাণ যে কংগ্ৰেছৰ জনপ্রিয়তা বৃদ্ধি পাইছে।’ আজি ইয়াত একাংশ সাংবাদিকৰ স’তে হোৱা বার্তালাপত তেওঁ কয় যে বিগত এটা মাহ যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। তেওঁ সভাপতিৰূপে দায়িত্ব গ্ৰহণৰ আজি এমাহ সম্পন্ন হ’ল।

বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজত বান-গৰাখহনীয়া, ছিণ্ডিকেট, কেন্দ্রীয় আঁচনি ৰূপায়ণত অনিয়ম, দুর্নীতি, জাতিগণনা দলৰ মূল ইছ্যু হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কিদৰে অনুসূচিত জাতি, জনজাতি, অন্যান্য পাছ পৰা শ্ৰেণীৰ লোকসকলক সহায় কৰিব পাৰি এই বিষয়েও গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হৈছে।

তদুপৰি ৰাজ্যত স্বায়ত্তশাসিত পৰিষদৰ সমস্যাসমূহো অন্যতম গুৰুত্বপূর্ণ বিষয়। ভোটাৰৰ সংখ্যা বৃদ্ধি আৰু শক্তিশালী জয় হস্তগত কৰিবলৈ ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিলৈ যাব বুলিও তেওঁ কয়। তেওঁ কয়, ‘নীতিগতভাবে আমি প্ৰতিটো সমষ্টিৰ পৰাই যুঁজ দিবলৈ প্ৰস্তুতি চলাইছো।

কিন্তু এয়া কেৱল জয়লাভৰ কথা নহয়, আমি শক্তিশালী জয়লাভ কৰিব লাগিব। তেওঁ কয়, ‘বিগত এমাহত তৃণমূল পর্যায়ৰ পৰা যথেষ্ট ভাল সঁহাৰি আহিছে আৰু সেয়েহে মুখ্যমন্ত্ৰীৰ অস্থিৰতা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

বিজেপি চৰকাৰে কৰা অসমৰ স্বাৰ্থবিৰোধী কামবোৰৰ বিৰুদ্ধে জনজাগৰণ আনিবলৈ চেষ্ট কৰা হৈছিল আৰু এই কামত আমাৰ দল সফল হৈছে। যুঁজ এখন হ’ব এই মনোভাবৰে কংগ্ৰেছৰ মনোবল এতিয়া দৃঢ় কৰা হৈছে।’ তেওঁ কয় যে গণতন্ত্র চতুর্থ স্তম্ভৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ কংগ্ৰেছ দল সংঘবদ্ধ। আজি সংবাদ মাধ্যমে তীব্র হেঁচাৰ মাজত কাম কৰিব লগা হৈছে বুলিও গগৈয়ে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing PressMeetapcc president gaurav gogoiGuwahati
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d