Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ

পুনৰ সভাপতি নির্বাচনক লৈ চৰম লজ্জাজনক কাণ্ড ক্ষোভ প্ৰকাশ কৰি কৰ্ণধাৰ সমিতিৰ পৰা পদত্যাগ ড: দয়ানন্দ পাঠকৰ, উপ-সভাপতি, প্রধান সম্পাদক পদৰ বাবে সাতজনৰ মনোনয়ন সংগ্রহ

samimsultana by samimsultana
November 4, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কংগ্ৰেছৰ প্ৰায় ২০ গৰাকী প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে ফৰ্ম ‘এ’ আৰু ফৰ্ম ‘বি’ 

তৰুণ-তৰুণী ভোটাৰৰ মন আকৰ্ষণৰ চেষ্টা শাসক-বিৰোধী উভয়ৰে

Asim Sahitya Sabha:

সভাপতিসহ শীর্ষ পদৰ বাছনিক লৈ আকৌ এবাৰ অসম সাহিত্য সভা ঘোৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নির্বাচনী কাম-কাজ আনুষ্ঠানিকভাবে আৰম্ভ হ’ল। আজি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ মুখ্য কাৰ্যালয়ৰ পৰা উপ- সভাপতি আৰু প্ৰধান সম্পাদক পদৰ সাতজন দাবীদাৰে আজি মনোনয়ন সংগ্ৰহ কৰে।

ADVERTISEMENT

উপ-সভাপতিৰ বাবে মনোনয়ন সংগ্রহ কৰাসকল হ’ল ড° অনিল শইকীয়া, পদুম ৰাজখোৱা, ডাঃ বিপিন চন্দ্ৰ কলিতা, নৰহৰি চুতীয়া আৰু অজয় সিংহ। প্রধান সম্পাদক পদৰ বাবে আবেদন সংগ্ৰহ কৰে ড° সঞ্জীৱ কুমাৰ শৰ্মা আৰু অজিত প্রসাদ শৰ্মাই। এনেদৰে নির্বাচনী তৎপৰতা আৰম্ভ হোৱাৰ সময়তে সভাত অব্যাহত থকা নির্বাচনকেন্দ্রিক খাম-খেয়ালিবোৰৰ বাবে কর্ণধাৰ সমিতিৰ পৰা পদত্যাগ কৰে বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ড° দয়ানন্দ পাঠকে।

সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকালৈ প্রেৰণ কৰা পত্রত ড° পাঠকে উল্লেখ কৰে যে সভাপতি, উপ-সভাপতি আৰু প্রধান সম্পাদকৰ নির্বাচন কেন্দ্রিক কথা কামবোৰৰ বিষয়ে প্রকাশ পোৱা খবৰবোৰে তেওঁক ব্যথিত কৰিছে। এনে কথা অবাঞ্ছিত বুলি মন্তব্য কৰি পত্রখনত ড° পাঠকে লিখে, ‘এনে পৰিৱেশে আমাক বিস্মিত আৰু হতাশগ্রস্ত কৰিছে। এনে পটভূমিত মই সভাৰ কৰ্ণধাৰ সমিতিত থাকিব বিচৰা নাই। এনে পৰিপ্ৰেক্ষিতত মই কর্ণধাৰ সমিতিৰ পৰা তাৎক্ষণিকভারে কৰিলো।’

পদত্যাগ উল্লেখ্য যে অসম সাহিত্য সভাৰ পূর্ণাংগ অধিবেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে নির্বাচন অনুষ্ঠিত হ’ব। সভাৰ ৮৪৯ খন সক্রিয় শাখাই এই নির্বাচনত ভোটদান কৰিব। সভাপতি নির্বাচনক লৈ এইবাৰ সভাই আকৌ এবাৰ সংবিধান সংশোধন কৰে। সেই অনুসৰি, সাতজনীয়া এখন উচ্চস্তৰীয়

সমিতিয়ে পাঁচ গৰাকী ব্যক্তিক নির্বাচন কৰিব। তাৰ পাছত তেওঁলোকৰ অনুমোদন লোৱা হ’ব। অনুমোদনৰ পাছত শাখা সাহিত্য সভালৈ বেলট পেপাৰ প্ৰেৰণ কৰা হ’ব। শাখাবোৰে সেই বেলটত ভোটদান কৰিব। মনোনীত ব্যক্তিসকলৰ পৰিচয় গোপনে বথা হ’ব বুলিও সভাৰ নেতৃত্বই সদৰী কৰিছে; কিন্তু এই গোপনীয়তা কিমান সেয়া এক ডাঙৰ প্রশ্ন হৈছে। ছদ্মবেশী একাংশ সাহিত্যিক আৰু তথাকথিত সাহিত্য সংগঠকৰ কৰাল গ্রাসত পৰা অসম সাহিত্য সভাক ব্যক্তিগত লাভালাভৰ অংকতহে অধিকাংশই ব্যৱহাৰ কৰিছে। এনে কাৰণতে তথাকথিত উচ্চস্তৰীয় সমিতিৰ সদস্যই সভাপতি পদত নিজেই নিজৰ নাম প্রক্ষেপ
কৰিছে। সেই দুজন সদস্য হ’ল নাহেন্দ্র পাদুন আৰু গিৰীশ সন্দিকৈ। পশু চিকিৎসক সন্দিকৈ পশুপালন আৰু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক পদৰ পৰা অৱসৰপ্ৰাপ্ত। চর্চা অনুসৰি, সন্দিকৈৰ সাহিত্যৰ ক্ষেত্ৰখনত কছৰৎ কি পৰ্যায়ৰ, সেয়া সভাৰে নেতৃত্ব দিয়া বহুতৰে জ্ঞাত । বৰ্তমানৰ প্রধান সম্পাদক উপেন্দ্রজিৎ শর্মাই সন্দিকৈ সভাপতি নির্বাচিত হোৱাটো বিচাৰিছে। কিয় বিচাৰিছে সেয়াও সভাৰ মঞ্চত এক ডাঙৰ প্রশ্ন হৈ আছে। নাহেন্দ্র পাদুনৰ বয়স বর্তমান ৮৫ বছৰ। তেওঁ বিভিন্ন ৰোগত আক্রান্ত হৈ আছে। গতিকে স্বাস্থ্যৰ দিশেৰে সভাপতি পদৰ বাবে পাদুন উপযুক্ত হৈ থকা নাই।

পাঁচজনীয়া তালিকাৰ আন তিনিটা নাম হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° লীলাৱতী শইকীয়া, বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতা আৰু প্রাক্তন উপাচার্য ড° হিতেশ ডেকা। ড° শইকীয়া গুৰুতৰভাৱে অসুস্থ। তেওঁ একপ্ৰকাৰ শয্যাশায়ী অবস্থাত আছে। অৰূপা পটংগীর কলিতাই অসম সাহিত্য সভাক বিভিন্ন সময়ত সমালোচনা কৰি আহিছে। গতিকে তেওঁলোক দুয়োগৰাকী সভাপতি হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। গতিকে সন্দিকৈ আৰু ড° ডেকাৰ মাজতে খুঁজখন হ’ব। সন্দিকৈক যিদৰে উপেন্দ্রজিৎ শর্মাই বিচাৰিছে, ড: ডেকায়ো বিগত দিনৰ অভিজ্ঞতাবোৰক ব্যৱহাৰৰ চেষ্টা অব্যাহত ৰখা বুলি চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asim Sahitya SabhaCONTROVERSYElection
samimsultana

samimsultana

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d