Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jakir Hussain Sikdar Expelled From The House : সদনৰ পৰা বহিষ্কাৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

উপ- দলপতিৰ অনুৰোধত অধ্যক্ষই পুনৰ সদনত প্ৰৱেশৰ অনুমতি শিকদাৰক

publisher by publisher
March 14, 2023
in News, Assam
Reading Time: 2 mins read
0
Jakir Hussain Sikdar Expelled From The House : সদনৰ পৰা বহিষ্কাৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Jakir Hussain Sikdar Expelled From The House :

বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত আজি পুনৰ উত্তাল কৰি তোলে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ এম জি এনৰেগা সন্দৰ্ভত চৰকাৰক সমালোচনাৰে থকাসৰকা কৰি থকাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিয়ে বিধায়ক শিকদাৰক লগতে দিনটোৰ বাবে নিলম্বন কৰে ৷ আনহাতে অধ্যক্ষৰ এই পদক্ষেপক কংগ্ৰেছ বিধায়ক সকলে তীব্ৰ বিৰোধিতাৰে প্রশ্নোত্তৰ শিতান বৰ্জন কৰি সদন ত্যাগ কৰে ৷

ADVERTISEMENT

বিৰোধী উপ- দলপতি ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয়,চৰকাৰে এম জি এনৰেগা ৰূপায়ণৰ ক্ষেত্ৰত মন্ত্ৰীয়ে যথাযোগ্য উত্তৰ নিদি দায়সৰা মন্তব্য দি মুল বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰিছে৷

RelatedPosts

Congress triranga Yatra in Betabari: স্বাধীনতা দিৱস উপলক্ষে পাকা বেতবাৰীত কংগ্ৰেছৰ বিশাল ত্ৰিৰংগা যাত্ৰা

Zakir Hussain Shikder appeared before the CID office:চি আইডিৰ কাৰ্যালয়ত হাজিৰ জাকিৰ হুছেইন শিকদাৰ

Ankita Dutta Expelled From Congress: ছবছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়,বিৰোধীক প্ৰশ্নোত্তৰ শিতানত প্ৰশ্ন সোধাৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে ৷বিধায়কদ্বয় জাকিৰ হুছেইন শিকদাৰ আৰু ৰকিবুল হুছেইনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা পৰিপূৰক প্ৰশ্ন উত্তৰ বিচাৰিছিল বিভাগীয় মন্ত্ৰীৰ পৰা ৷ কিন্ত মন্ত্ৰীৰ উত্তৰ ইতিবাচক নাছিল ৷ প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ হৈছিল মন্ত্ৰী ৷

উল্লেখ্য যে,সদনৰ উপ দলপতি ৰকিবুল হুছেইনে জাকিৰ হুছেইন শিকদাৰৰ নিলম্বনটো উঠাই লোৱাৰ বাবে অধ্যক্ষক অনুৰোধ জনোৱাত অধ্যক্ষই নিলম্বন উঠাই লোৱা হ’ল বুলি সদনত ঘোষণা কৰে ৷ ইয়াৰ পাচতে সদনত প্ৰৱেশ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰ৷

মনকৰিবলগীয়া যে,বিধায়ক শিকদাৰক সদনৰ বহিস্কাৰৰ প্ৰতিবাদত কংগ্ৰেছী বিধায়ক সকলে সদন ত্যাগ কৰি ওলাই অহাৰ পাছতে উপ দলপতি ৰকিবুল হুছেইনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা পৰিপূৰক প্ৰশ্নৰ সম্পৰ্কত কয়, ৰাজ্যত মুঠ জৰ্বকাৰ্ড হোল্ডাৰ আছে প্ৰায় ৪১ লাখ ৩৬ হাজাৰ ৷কিন্ত দুৰ্ভাগ্যজনক কথা যে ,জব কাৰ্ড ইছ্যু কৰা হৈছে মাত্ৰ ৭০ হেজাৰ জনক ৷

আনহাতে চৰকাৰে সদৰি কৰা মতে, ৰাজ্যত সাত কোটি কৰ্মদিনৰ সূচনা কৰা হৈছে৷ কিন্ত চৰকাৰে কৰিব লাগিছিল ৪০ কোটি ৷ কিয়নো সক্ৰিয় হৈ থকা জবকাৰ্ডৰ সংখ্যা ৪০ হেজাৰ ৷ এই সকলক অন্তত এশ দিনকৈ কাম দিলেই হ’ব প্ৰায় ৪০ কোটি৷

চৰকাৰে পুঁজি অভাৱৰ দোহাই দি এনৰেগা আচঁনি খন ৰূপায়ণ পৰাত ব্যৰ্থ হৈছে ৷ আনকি কৰ্মদিন সূচনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷মাত্ৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কাম কিছু অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ কৰি বিধায়ক হুচেইনে এইবোৰ গুৰত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সোধাৰ বাবে বিৰোধীৰ ওপৰত ক্ষুন্ন শাসকীয় পক্ষ ৷যাৰবাবে সদনৰ পৰা নিলম্বন কৰি বহিস্কাৰ কৰা হৈছে জাকিৰ হুছেইন শিকদাৰক ৷

শাসক পক্ষই জনা উচিত যে,গণতন্ত্ৰত বিৰোধী বিধায়কে সদায় জণগণৰ মুল সমস্যা সমূহ সদনত ধ্যান আকৰ্ষণ কৰে চৰকাৰক ৷চৰকাৰে বিষয় সমূহ গুৰুত্বসহকাৰে লৈ তাৰ সময়োচিত পদক্ষেপ ল’ব লাগে বুলি মন্তব্য কৰে হুচেইনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ExpelledJakir Hussain Sikdar
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d