Minister Pijush Hazarika : নাহিদৰ বঁটা বিতৰ্ক সম্পৰ্কত মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য

যদি গান গোৱা নাছিল নাহিদ আফ্ৰিনেও আগুৱাই গৈ বঁটাতো ল'ব নালাগিছিল

168f51ae 2c2a 4817 a664 ee79837aed3b

Minister Pijush Hazarika :

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ অব্যাহত আছে নানান বিতর্ক । জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ বঁটা বিতৰ্কৰ মাজতে আজি অসম বিধানসভা চৌহদত মন্ত্ৰী পীযূষ হাজৰিকাই কয়-যদি গান গোৱা নাছিল ,নাহিদ আফ্ৰিনেও আগুৱাই গৈ বঁটাতো ল’ব নালাগিছিল ৷

আনহাতে বঁটাৰ মনোনয়ন সম্পৰ্কত জুৰিৰ ভূল আছিল নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মন্ত্ৰী গৰাকীয়ে কয়,জুৰীৰ সদস্য সকল সন্মানীয় গতিকে তেওঁলোকৰ ওপৰত কথা ক’বলৈ মই অপৰাগ ৷

Exit mobile version