Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sualkushi Tatsilpa Unnayan Samiti :পাৱাৰলুম উৎপাদিত মেখেলা চাদৰ বিক্রীত অব্যাহত থকা নিষেধাজ্ঞা প্রত্যাহাৰ নকৰিব

বণিয়াৰ ওচৰত শিৰ নত নকৰিবলৈ আহ্বান ,শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিৰ

publisher by publisher
March 11, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Sualkushi Tatsilpa Unnayan Samiti :পাৱাৰলুম উৎপাদিত মেখেলা চাদৰ বিক্রীত অব্যাহত থকা নিষেধাজ্ঞা প্রত্যাহাৰ নকৰিব
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Sualkushi Tatsilpa Unnayan Samiti:

পাৱাৰলুমৰ মেখেলা- চাদৰ গামোচা বিক্রীত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে গুজৰাটৰ ব্যৱসায়ী গোষ্ঠীয়ে অসম চৰকাৰক হেঁচা দিয়াৰ সময়তে কোনোপধ্যে পুঁজিপতি বণিয়াৰ ওচৰত শিবনত নকৰিবলৈ আজি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে।

ADVERTISEMENT

উল্লেখ্য যে যোৱা পহিলা মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে অসমত পাৱাৰলুমৰ উৎপাদিত বস্ত্ৰৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে।

এই ঘোষণাৰ পাছতে গভীৰ অস্বস্তিত পৰা গুজৰাটৰ চুৰাটৰ ব্যবসায়ীসকলে ৰাজ্যিক বিজেপিৰ জৰিয়তে অসম চৰকাৰক এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।

সমান্তৰালকৈ ছুৰাটৰ বস্ত্ৰ ব্যৱসায়ীসকলে কেন্দ্রীয় হস্ততাঁত বস্ত্রশিল্প মন্ত্রীকো সাক্ষাৎ কৰি অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ হেঁচা দিয়াৰ বাবে অনুৰোধ জনাইছে।

ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো এতিয়া পাৱামৰ ব্যৱসায়ী মহলৰ ওচৰত অসম চৰকাৰে শিৰনত কৰাৰ ইংগিত পৰিস্ফুট হোৱাৰ লগে লগে শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে আজি এক সংবাদমেলত অসম চৰকাৰৰ এই পদক্ষেপ ক্ষণস্থায়ী নহৈ দীর্ঘকালীনআৰু স্থায়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

আজি ইয়াত এক সংবাদমেলত শুৱালকুছিৰ তাঁতশিল্প উন্নয়ন সমিতিৰ যুটীয়া সম্পাদক ড° নিহাৰ ৰঞ্জন কলিতাই কয় যে শুৱালকুছিত প্ৰায় ১৫ হেজাৰ তাঁতশালত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কমেও ৩০ হেজাৰ লোকে জড়িত হৈ আছে; কিন্তু পাৱাৰলুমৰ আগ্ৰাসনৰ লগে লগে শুৱালকুছিৰ তাঁত শিল্পই চৰম প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হৈছে।

এফালে কেঁচামালৰ দাম বাঢ়িছে আৰু আনফালে কৰ-কাটলৰ বাবে কাপোৰৰ দাম বৃদ্ধি পোৱাৰ সূত্ৰে বিক্ৰী হ্ৰাস পাইছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বজাৰত কম দামতে উভৈনদী হাৰত মেলি দিয়া হৈছে ছুৰাটত উৎপাদিত মেখেলা-চাদৰ ৷

শুৱালকুছিত উৎপাদিত বুলি আভুৱা ভাঁৰি চুৰাটৰ ব্যৱসায়ীসকলে অসমত প্ৰৱঞ্চনাৰে ব্যৱসায় অব্যাহত ৰখাত তাঁতশিল্প তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমৰ তাঁতশালত বোৱাৰ দৰেই অসমৰে চানেকিৰে বিদ্যুৎচালিত শালত কম খৰচী মেখেলা-চাদৰেৰে বজাৰ ভৰি পৰাত অসমৰ ১৬ লাখ শিপিনী গভীৰ সংকটৰ সন্মুখীন হৈছে ।

ড° কলিতাই এই প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক উদ্দেশি আজি অনুৰোধ জনায় যে চুৰাটৰ ব্যৱসায়ীসকলৰ মর্মবেদনা উপলব্ধি কৰি যাতে মুখ্যমন্ত্ৰীয়ে অসমৰ শিপিনীসকলৰ দুখ পাহৰি নাযায়।

সংবাদমেলত উপস্থিত থকা সমিতিৰ আনজন যুটীয়া সম্পাদক বিপুল চন্দ্র বৈশ্যই কয় যে পাৱাৰ্লমত উৎপাদিত বস্ত্ৰ হস্তনির্মিত বুলি বহু সংখ্যক ব্যৱসায়ীয়ে গ্ৰাহকৰ চকুত ধূলি দি কাপোৰ বিক্ৰী কৰি অহাৰ বিষয়টো সন্দৰ্ভত সমিতিয়ে চিন্তা- চৰ্চা কৰি হস্তনির্মিত সকলো পাট-মুগাৰ মেখেলা-চাদৰ তথা বস্তুতে এতিয়াৰে পৰা শুৱালকুছিৰ ট্রেডমার্ক যুক্ত থ্রী ডি হলমার্ক, শিপিনীৰ ঠিকনা সম্বলিত বাৰকোড আৰু পাটৰ বস্ত্ৰৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ সংলগ্ন হ’ব ৷

এতিয়াৰে পৰা এনে হলমার্ক চাইহে শুৱালকুছিৰ পাটৰ কাপোৰ ক্ৰয় কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। ইফালে, বৈশাই এই কথাও কয় যে শুৱালকুছিৰ বস্ত্ৰৰ আৰ্হিত ছুৰাটৰ পৰা অহা নকল বস্ত্ৰৰ বিক্ৰী অব্যাহত থাকিলে অসমত ১৬ লাখ শিপিনীৰ জীৱিকা বন্ধ হোৱাটো নিশ্চিত।

তেওঁ কয় যে অসমৰ পাট-মুগাৰ শিল্পৰ সুৰক্ষাৰ বাবে পাৱাৰলুম উৎপাদিত বস্তুৰ নিষেধাজ্ঞা অব্যাহত ৰখাৰ বাবে উন্নয়ন সমিতিয়ে শীঘ্ৰে প্রধানমন্ত্রী নরেন্দ্র মোদীলৈয়ো পত্ৰ প্ৰেৰণ কৰিব।

শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতির সদস্য বলেন দাস, খনিন দাস, নয়ন কাকতি, গণেশ দেউৰী, অকুল দাস, দিলীপ বৈশ্য, বাবুল কলিতা, অলকেশ মেধিয়ে অংশগ্ৰহণ কৰা সংবাদমেলত সমিতিয়ে লগতে কয় যে ক’ভিডৰ সময়ৰে পৰা গুৱালকুছিৰ তাঁতশিল্প কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। পূর্বে ১৫ হেজাৰ তাঁতশাল থকা শুৱালকুছিত এতিয়া প্ৰায় ১০-১১ হেজাৰ শালহে সক্ৰিয় হৈ আছে ।

সমিতিয়ে আৰু কয় যে ভাৰতত থকা ৩৬ লাখ শিপিনীৰ ভিতৰত অসমতে সর্বাধিক ১৬ লাখ শিপিনী আছে যদিও হস্ততাঁত বস্ত্ৰশিল্পৰ উপযুক্ততাৰ পৰীক্ষাৰ বাবে অসমত কোনো গৱেষণাগাৰ নাই।

অসমৰ পাটৰ কাপোৰ বুলি চুৰাটৰ মেখেলা চাদৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দিলে তেনে বস্ত্ৰ পৰীক্ষা কৰিবলৈ কলকাতালৈ প্ৰেৰণ কৰিবলগীয়া হয়।

গতিকে ইমান দীঘলীয়া পৰিক্ৰমাৰ বাবে আৰক্ষীয়েও অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে। গতিকে অসমত জিলা ভিত্তিত এটাকৈ পৰীক্ষাগাৰ স্থাপন কৰিবলৈ সংগঠনটোৱে আজি মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

সংবাদমেলত তেওঁলোকে কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ ১৬ লক্ষাধিক খিলঞ্জীয়া শিপিনীৰ পক্ষত থিয় হৈ জাতীয় দায়িত্ব অক্ষুণ্ণ ৰাখিব বুলি শুৱালকুছিবাসী আশাবাদী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiSualkushiTatsilpa
publisher

publisher

Related Posts

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Assam

Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

September 10, 2026
Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো
Assam

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d