Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Double Murder : মাতৃৰ হত্যাত পুত্ৰৰো যোগসূত্ৰ আছিল ?

publisher by publisher
February 22, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Guwahati Double Murder : মাতৃৰ হত্যাত পুত্ৰৰো যোগসূত্ৰ আছিল ?
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Double Murder Case:মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ কাণ্ড

Guwahati Double Murder Case Update : মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা সহ অৰূপ আৰু ধনটিক পুৱাই অনা হ’ল জি এম চি এইছলৈ

Guwahati Double Murder Case :আদালতত হাজিৰ কৰালে ডাৰ্বল মাৰ্ডাৰৰ মুল অভিযুক্তক

Guwahati Double Murder :

দেশ কঁপাই যোৱা গুৱাহাটী মহানগীৰ শংকৰী দে (৬২) আৰু অমৰজ্যোতিৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধৃত বন্দনা কলিতা , ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ মঙলবাৰে আৰক্ষীয়ে মেঘালয়ৰ ডাউকীত অভিযান চলায় ।

ADVERTISEMENT

অভিযানকালত অমৰজ্যোতিৰ হাড়, দেহৰ কিছু অংশ আৰু তেওঁ পৰিধান কৰা টি – ছাৰ্ট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে সেই হাড় আৰু টি – ছাৰ্ট প্রকৃততে অমৰজ্যোতিৰ হয় নে নহয়, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে ।

শংকৰী দেৰ শৰীৰৰ কিছু অংশ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও মূৰ তথা হত্যাত ব্যৱহৃত দা আৰু বেলনা মাৰিডাল এতিয়াও উদ্ধাৰ হোৱা নাই।

সমান্তৰালভাৱে ২০২২ৰ ১৭ আগষ্টত স্বামী অমৰজ্যোতিক দুই সহযোগীৰ স’তে লগ লাগি বন্দনাই হত্যা কৰি মৃতদেহ পাঁচটা খণ্ডত কাটি মেঘালয়ৰ ডাউকী পথৰ পৰা দ’ খাৱৈত পেলাই দিছিল।

ইপিনে, এই হত্যাকাণ্ড স্বামীৰ দীর্ঘদিনীয়া আতিশয্যৰ লগতে বিশাল সম্পত্তিৰ আশাত যে পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছিল সেয়া আৰক্ষীৰ তদন্তত প্ৰায় স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীৰ তদন্ত প্রক্রিয়া আগুৱাই যোৱাৰ সমান্তৰালভাৱে এই হত্যাকাণ্ডৰ বহু ন ন তথ্য পোহৰলৈ আহিছে।

ফলত সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰি আৰক্ষীয়ে তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে। উল্লেখ্য যে এই দুই হত্যাকাণ্ড ২৩ দিনৰ ব্যৱধানত সংঘটিত কৰি বন্দনাই ২০২২ৰ ২৯ আগষ্টত স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হৈ আছে বুলি নুনমাটি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

লগতে পৰিয়াল-ভাড়াতীয়াকো স্বামী-শাহু নিৰুদ্দেশ হৈ থকা বুলি সদৰী কৰি আহিছিল৷ ইফালে, এই ঘটনাত সন্দেহ ওপজাত শংকৰী দেৰ জ্যেষ্ঠ ভ্রাতৃৰ পুত্ৰ তথা ওদালবাক্ৰা গ্ৰীণউড লেনত বাস কৰা ভতিজাক নিমাল্য দেই এয়া অপহৰণ কাণ্ড বুলি অভিযোগ কৰি ২০২২ ৰ ২১ নৱেম্বৰত নুনমাটি আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল।

এই দুয়োটা গোচৰত আৰক্ষীয়ে তদন্ত চলাইছিল যদিও কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। শেষত কে’বামাহ ধৰি বিষয়টো এইদৰে পৰি থকাত যোৱা ১৪ ফেব্ৰুৱাৰীত স্বামী-শাহু

নিৰুদ্দেশৰ ঘটনাক লৈ বন্দনাই আৰক্ষী আয়ুক্ত বৰাক আৰু একেটা দিনতে পেহীয়েকক অপহৰণ কৰা অভিযোগ লৈ নিমাল্যই চিআইডিৰ কাষ চাপিছিল।

ইয়াৰ পাছতে দুয়োটা বিষয়ৰ তদন্ত আৰক্ষী আয়ুক্ত বৰাই মুকলি কৰিবলৈ নির্দেশ দিয়ে আৰু আৰক্ষীয়ে দুই অভিযোগকাৰীক সোধ-পোছ কৰাৰ পাছতে এই দেশ জোঁকাৰি যোৱা হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহে। সম্প্রতি তিনি ধৃতক নিজৰ জিম্মাত লৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অৱশ্যে এনে দিশবোৰৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্ৰে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ

সম্ভাৱনা আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police Visit MeghalayaGuwahati Double Murder Case
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d