Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dgp Pressmeet In Assam Police HQ : প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ ডি জি পি জি পি সিঙৰ সংবাদমেল

publisher by publisher
March 17, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Dgp Pressmeet In Assam Police HQ : প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ ডি জি পি জি পি সিঙৰ সংবাদমেল
2
SHARES
20
VIEWS
ShareShareShareShare

Dgp Pressmeet In Assam Police HQ :

প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এক সংবাদমেল সম্বোধন কৰে ৷

ADVERTISEMENT

সংবাদমেলত ডিজিপি গৰাকীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ স’তে জড়িত থকা সকলৰ বিতং তথ্য সদৰি কৰি কয়, ১২ মাৰ্চত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে আৰম্ভ কৰে অনুসন্ধান ৷

RelatedPosts

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

Raijor Dal Pressmeet :আমি বিচৰা ১৮ টা সমষ্টিৰ ভিতৰত মাত্র ৪টা আমাক দিছে:ভাস্কো দি শইকীয়া

অনুসন্ধানত পোহৰলৈ আহে যে, উজনি অসমৰ কে’বা খনো জিলাত প্ৰশ্ন কাকত ফাদিলৰ তথ্য লাভ কৰাৰ পাছতে সংশ্লিষ্ট জিলা কেইখনৰ সন্দেহৰ আবৰ্তত থকা পৰীক্ষা কেন্দ্ৰ সমূহৰ দায়িত্বপ্ৰাপ্ত ইনচাৰ্জক মাতি অনা হয় থানালৈ ৷ থানাতে তেওঁলোকৰ উপস্থিতিত জব্দ কৰা হয় প্ৰশ্নকাকত সমূহ ৷

আনহাতে ১৩ মাৰ্চত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোচৰ ৰজু কৰা হয় অপৰাধ অনুসন্ধান শাখাত( চি আই ডি) ৷ ইয়াৰ মাজতে মহানগৰীৰ দিছপুৰ আৰক্ষী নিৱেশত থকা প্ৰশ্নকাকতো হৰলুকি হোৱাৰ তথ্য লাভ কৰে অনুসন্ধানকাৰী আৰক্ষী দলে ৷ লগে লগে কাহিলীপাৰাস্থ এখন শিক্ষানুষ্ঠানৰ কেন্দ্ৰ ইনচাৰ্জ সহ এজন শিক্ষক আৰু ছেবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনক গ্ৰেপ্তাৰ কৰা হয় ৷

আৰক্ষীয়ে যোৱা দেওবাৰে নিশাৰে পৰা আৰম্ভ কৰা অভিযান ২৪ ঘন্টাৰ ভিতৰতে বিশেষ অগ্ৰগতি লাভ কৰে ৷ প্ৰশ্নকাকত কাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ১৪ জনকৈ ছাত্ৰক ৷

ধৃত ছাত্ৰ কেইজনৰ স্বীকাৰোক্তি ভিত্তিত গোটেই শৃংখলাটোত সাঙোৰ খাই পৰা ইজনক পিছত সিজনকৈ অভিযুক্ত আৰক্ষী জালত পৰে ৷ ২২ জনক গ্ৰেপ্তাৰ কৰা হয় বুলি উল্লেখ কৰে ডিজিপি সিঙে ৷

সংবাদ মেলত সঞ্চালক প্ৰধান গৰাকীয়ে কয়, উজনি আৰু উত্তৰ অসমৰ জিলা কেইখনৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লক্ষিমপুৰ, মাজুলীৰ আৰক্ষী অধীক্ষকৰ লগত সঘনাই আলোচনা কৰা হয় ৷ য’ত পোৱা যায় বহু তথ্য ৷

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহে ডফলাকটা জনজাতি হাইস্কুলৰ কুমুদ ৰাজখোৱা নামৰ শিক্ষক জনৰ নাম ৷ তেওঁৱে প্ৰশ্নকাকত ফাদিল কৰিছিল ৷ এই ক্ষেত্ৰত তেওঁৰ অন্যতম সহযোগি আছিল প্ৰনৱ দত্ত আৰু লখিমপুৰ ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰসন্ন দাস নামৰ শিক্ষকজন ৷

প্ৰণৱ দত্তই শিক্ষক কুমুদ ৰাজখোৱাক পাঁচহাজাৰ হাজাৰ বিনিময়ত প্ৰশ্নকাকত দিয়া বুলি জেৰাত সদৰি কৰা বুলি উল্লেখ কৰে জি পি সিঙে।

সিঙে আৰু কয় ,আৰক্ষীৰ মাৰাথন জেৰাৰ সময়ত প্ৰণৱ দত্তই অসমীয়া প্ৰশ্ন কাকত খন ৰাজখোৱাক দিয়া বুলিও স্বীকাৰোক্তি দিয়ে। ইপিনে প্ৰশ্নকাকত ফাদিলৰ তদন্ত তৰিৎ গতিত চলি থকাৰ বিষয়ে গম পাই কুমুদ ৰাজখোৱাই অসমীয়া প্ৰশ্নকাকত জ্বলাই দিছিল বুলিও জেৰাত ধৃত প্ৰনৱে উল্লেখ কৰে ৷

আৰক্ষীয়ে যোৱা কালিয়ে অসমীয়া প্ৰশ্নকাকতৰ ফাদিলৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অৱগত কৰে ৷ বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে কুমুদ ৰাজখোৱাৰ ভাড়াঘৰত অভিযান চলাই আধাপোৰা হৈ থকা অসমীয়া প্ৰশ্নকাকতৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰে ৷
আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আৰু কয়, মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰশ্নকাকতৰ টোপোলা সমূহ ছেবাই কেন্দ্ৰলৈ পঠিয়াই আৰু প্ৰশ্নকাকত সমূহ সংশ্লিষ্ট কেন্দ্ৰ সমূহৰ অন্তৰ্গত থানাত জমা ৰখা হয় ৷

প্ৰশ্নকাকত ফাদিলৰ উদ্দেশ্যৰে ছেবাই পঠিওৱা ২৯ পেকেট ৰেজিষ্টাৰ কৰাৰ সময়ত কেন্দ্ৰ ইনচাৰ্জ প্ৰনৱ দত্তই ২৮ টা পোৱা বুলিহে উল্লেখ কৰিছিল ৷

আনহাতে লখিমপুৰ ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাও প্ৰশ্নকাকত লাভ কৰাৰ পাছতেই নিজ বিদ্যালয়ৰ হোৱাটচআপ গ্ৰুপৰ জৰিয়তে ভাইৰেল কৰে ৷ আনকি ৰাজখোৱাই বহুলোকৰ পৰা জি পে,ফোন পে আদি অনলাইনযোগে ধন লৈ প্ৰশ্নকাকত বিক্ৰী কৰে ৷

ডিজিপি সিঙে কয়,অনলাইন পেমেন্ট সম্পৰ্কত ইতিমধ্যে আৰক্ষীয়ে অনলাইন পেমেণ্ট এপৰ পৰা সকলো তথ্য বিচাৰি আবেদন জনাইছে ৷

প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে নাবালক ছাত্ৰক কেইজনক গ্ৰেপ্তাৰ কৰাৰ বাবেহে চেইনডালৰ সকলো কেইজন অভিযুক্ত এজনৰ পিছত এজনকৈ জালত পৰে বুলি প্ৰকাশ কৰে জি পি সিঙে ৷

প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য তদন্ত খাতিৰত সদৰি কৰাৰ পৰাৰ বিৰত থকা বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় ইতিমধ্যে এই কাণ্ডত জড়িত থকাৰ অভিযোগত ২৭জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কিন্ত আটকাধীন সকলৰ ভিতৰৰে তেৰজন নাবালক ৷

শেহতীয়াকৈ আৰু চাৰিজনক আটক কৰা হয় সোধপোছৰ বাবে ৷ গ্ৰেপ্তাৰ কৰা সকলোকে আৰক্ষীয়ে চিআইডিলৈ হস্তান্তৰিত কৰে ৷
আৰক্ষীয়ে অভিযুক্ত সকলক আদালতত হাজিৰ কৰা হৈছে বুলি উল্লেখ কৰি ডি জি পি সিঙে কয়, সঠিক সময়ত অভিযুক্ত সকলৰ বিৰুদ্ধে আৰোপপত্ৰ দাখিল কৰিব আদালতত ৷

প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে ৷ শীৰ্ঘেই আৰক্ষী থানাত স্বইচ্ছাৰে হাজিৰ হ’বলৈ আহ্বান জনাই ৷ অন্যৰ্থাই কঠোৰ ব্যৱস্থা লোৱাৰ সকিয়নী ডি জি পি গৰাকীৰ ৷

শেহতীয়াকৈ প্ৰাপ্ত খবৰ মতে,প্ৰশ্নকাকত ফাদিল কাণ্ডৰ মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাই আজি বিয়লী ভাগত লখিমপুৰ সদৰ থানাত আত্মসমৰ্পন কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Police HeadquarterDGP AssamPressmeet
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d