Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assamese Question Paper leak:অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে বাতিল পৰীক্ষা !

টুইট কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ,অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব এক এপ্ৰিলত

publisher by publisher
March 17, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Assamese Question Paper leak:অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে বাতিল পৰীক্ষা !
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

Dead body Recovered in Kerala:বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ

Assamese Question Paper leak:

ছেবাৰ চৰম অকমন্যতা আৰু অৰাজকতাৰ বাবেই ইটোৰ পাছত সিটোকৈ চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সৃষ্টি হৈছে অঘটন ৷ছেবা আৰু শিক্ষা বিভাগৰ নানান বেমেজালিৰ বাবে এক অনিশ্চিত ভৱিষ্যতলৈ গতি কৰিছে মেধাৱী শিক্ষাৰ্থী ৷

ADVERTISEMENT

পৰীক্ষা আৰম্ভণিৰ পাছতেই কাছাৰত ইংৰাজী প্ৰশ্নকাকত ফাদিল ৷ তাৰ পাছত একাদিক্ৰমে গণিত,বিজ্ঞান আৰু শেহতীয়াকৈ অসমীয়া প্ৰশ্নকাকত ফাদিল হয় ৷

অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতেই মুখ্যমন্ত্ৰী?ড:হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি পৰীক্ষা বাতিলৰ ঘোষণা কৰে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ নিৰ্দেশ দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি লৈ ছেবাক পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নতুনকৈ দিন ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে ৷

মনকৰিবলগীয়া যে, প্ৰশ্নকাকত ফাদিল কাণ্ডত ইতিমধ্যে চিবিআইৰ জালত পৰা প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড শিক্ষক প্রণৱ দত্তই আৰক্ষীৰ মাৰাথন জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিছে৷ ৷

ধৃত প্রণৱ দত্তই যোৱা নিশা মাজুলীৰ পৰা খাবলু ঘাটেৰে পলাবলৈ লওতেই আৰক্ষীৰ জালত পৰে।

লখিমপুৰৰ লুইত খাবলুৰ কেন্দ্রৰ তত্বাৱধায়ক প্রণৱ দত্তক আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক। জেৰাত পাছতে প্রশ্নকাকত ফাদিলৰ তথ্য পোহৰলৈ আহে ।

স্মতৰ্ৱ্য যে,প্ৰশ্নকাকত ফাদিলত জড়িত প্ৰণৱ দত্তৰ অন্যতম সহযোগী কুমুদ ৰাজখোৱা পলাতক। দুই কুখ্যাত শিক্ষকক নিলম্বনৰ সিদ্ধান্ত লখিমপুৰ স্কুলসমূহৰ পৰিদৰ্শকৰ ৷

আনহাতে,শেহতীয়া খবৰ অনুসৰি বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব এক এপ্ৰিলত ৷ উল্লেখ্য যে, পুনৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে মাতৃভাষা বিষয়ৰ সকলো পৰীক্ষা বাতিলৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

মাতৃভাষা বিষয়ৰ পৰীক্ষা আছিল ১৮ মাৰ্চত ৷ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে আজি প্ৰকাশ কৰা মতে কৰা এক এপ্ৰিলৰ দিনা পুৱা নবজাত অনুষ্ঠিত হ’ব অসমীয়া সহ আন মাতৃভাষা বিষয়ৰ পৰীক্ষা ৷
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিলে ১ এপ্ৰিলত অসমীয়া পৰীক্ষা অনুষ্ঠিতৰ বিষয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese Question Paper leakLAKHIMPUROne Teacher Arrested
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d