Rangia : বিকাশৰ বাবে এদিন , ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

FsIXG9PWwAI3zdX

Rangia :

ৰঙিয়া জিলা ক্ৰীড়া খেলপথাৰত বিকাশৰ বাবে এদিন ,কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰঙিয়াত মুখ্যমন্ত্ৰীক চাবলৈ আহিল অগণন লোক।

কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ।

ৰঙিয়াত মুঠ ৫৪৫.১৯ কোটি টকাৰ আন্ত: গাঠনি প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন মুখ্যমন্ত্ৰীৰ ।

ৰঙিয়া আদৰ্শ চিকিৎালয়ৰ ICU উদ্বোধন মুখ্যমন্ত্ৰীৰ ।

Exit mobile version