Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari Dangerous Accident : নলবাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা

গৃহাভিমুখী হোৱাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী

publisher by publisher
March 27, 2023
in News, Assam
Reading Time: 2 mins read
0
Nalbari Dangerous Accident : নলবাৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা
2
SHARES
19
VIEWS
ShareShareShareShare

Nalbari Dangerous Accident :

কৰুণ, মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা ৷নিমিষতে হেৰাই গ’ল এটা পৰিয়াল ৷নলবাৰীৰ মুগকুছিত মাজনিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাৰ। নলবাৰী চহৰৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী ৷গুৰুত্বৰভাৱে আহত কণমানি ৷

ADVERTISEMENT

79cab3e7 613e 4c81 9ac3 65cf2cc94ed2প্ৰাপ্ত খবৰ অনুসৰি বগলচৰোড নিবাসী সঞ্জয় শৰ্মাই তেওঁৰ পত্নী আৰু শিশু পুত্ৰক লগত লৈ নিজৰ চাৰিচকীয়া এএছ০১- ৪০৫৫ নম্বৰৰ বাহন খনৰে নলবাৰীৰ পৰা বগলচৰোডস্থ নিজ বাসগৃহলৈ গৈ থকা পথত মুগকুছিত এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে ৷ফলত ঘটনাস্থলীতে নিহত হয় দুই স্বামী- স্ত্ৰী৷আৰু গুৰুত্বৰভাৱে আহত হয় দম্পতীহালৰ কণমানি পুত্ৰ ৷দুৰ্ঘটনাটোত গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হয় ৷

RelatedPosts

কাশ্মীৰত নিয়ন্ত্রণ হেৰুৱাই খাৱৈত পৰিল বাছ

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

5ae6b8de 8c4c 4f96 ad9a fcf470fb69f6মাজনিশা সংঘটিত শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে সেই স্থানত উপস্থিত হোৱা এছ ডি আৰ এফৰ জোৱানে গাড়ী খনৰ ভিতৰৰ পৰা বহু চেষ্টাৰ অন্তত দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত পোৱা তেওঁলোকৰ শিশুপুত্ৰক উদ্ধাৰ কৰি নলবাৰী চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে। প্ৰাপ্ত খবৰ মতে শিশুটি এখন ভৰি অকামিলা হৈ পৰিছে ৷

95555746 5bbd 4ad5 a337 070dfb76762cসজ্ঞাহীন হৈ আছে কণমানিটো ৷ তথ্য অনুসৰি শিশুটি বৰ্তমান সংকটমুক্ত ৷ আনহাতে নিহত সঞ্জয় শৰ্মাৰ পত্নীৰ নাম মানসী শৰ্মা ৷ শিশুটোৰ পৰিচয় লাভ কৰিব পৰা নাই ।

উল্লেখ্য যে, নিজ পুত্ৰ- বোৱাৰীক হেৰুৱাই নিথৰুৱা হৈ পৰিছে ৮০বছৰীয়া বৃদ্ধা ৷ এফালে পুত্ৰ-বোৱাৰীক হেৰুৱাৰ বেদনা, আনফালে ভৰিখন হেৰুৱাই চিকিৎসালয়ত পৰি থকা নাতিৰ প্ৰতি মৰম। এই শোকাৱহ কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে বগলচৰোড অঞ্চলত ৷শোকাভিভূত হৈ পৰিছে সমগ্ৰ গাঁওবাসী ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACCIDENTAssamNALBARI
publisher

publisher

Related Posts

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d