Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Press Release : গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰক : সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ সংবাদ মেল আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি কাৰ ধন ?

মোদী-আদানীৰ গোপন সম্পৰ্ক কি ৰাজহুৱা কৰিবই লাগিব জে'লৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধী-কংগ্ৰেছৰ কণ্ঠ আমি যুঁজিম, আমি জিকিম-কাৰণ আমি সত্যৰ পক্ষত আছোঁ-দেশবাসীৰ লগত আছোঁ

publisher by publisher
March 31, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Apcc Press Release : গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰক : সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ সংবাদ মেল আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি কাৰ ধন ?
1
SHARES
7
VIEWS
ShareShareShareShare

Apcc Press Release :

আজি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গণতন্ত্র গভীৰ সংকটত পদদলিত হৈছে দেশৰ সংবিধান। চৌদিশে অৰাজকতা, দেশৰ সংবিধানৰ প্ৰতি স্বয়ং চৰকাৰখনৰ চূড়ান্ত অশ্রদ্ধা, আইন-আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ ধৃষ্টতা আৰু ই ডি, চি বি আই, আই টি আদি স্বতন্ত্র সংস্থাসমূহক বি জে পি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কামত ব্যৱহাৰ কৰাৰ অগণন ঘটনা আজি দেশবাসীৰ চকুৰ সন্মুখত ।

ADVERTISEMENT

আজি সংবাদ মেলত এই গুৰুতৰ অভিযোগ তুলি বি জে পি চৰকাৰৰ বিৰুদ্ধে তীব্র সমালোচনাত্মক হৈ উঠে অসম প্ৰদেশ কংগ্ৰেছ । আজি নৰেন্দ্ৰ মোদীৰ বি জে পি চৰকাৰৰ শাসনত সমগ্ৰ দেশ কাল-অমানিশাৰ মাজলৈ গতি কৰিছে। এই অন্ধকাৰ যুগৰ অৱসান ঘটিবই লাগিব।

RelatedPosts

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

Ratul Kalita:ৰাজিৱ ভৱনত সেৱা জনাই কংগ্ৰেছ এৰিলে এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই

আজি সাংবাদিক মেলত অসম প্রদেশ কংগ্ৰেছে প্ৰকাশ কৰা এটা প্ৰেছ টোকাত কোৱা হয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পোনপটীয়া আৰু সহজ প্ৰশ্নৰ পৰা ফালৰি কাটি কেবল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সুৰক্ষা দিবলৈকে এখন নাটক ৰচনা কৰা হ’ল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ স্পষ্ট প্রশ্নটো আছিল- আদানীৰ কোম্পানীলৈ ২০,০০০ কোটি টকা ক’ৰ পৰা আহিল ? কোনে বিনিয়োগ কৰিলে এই বিপুল পৰিমাণৰ ধন? আৰু জানিবলৈ বিচাৰিছিল যে মোদী ডাঙৰীয়াৰ সৈতে ব্যৱসায়ী।

আদানীৰ সম্পৰ্ক কি? সম্পূর্ণ তথ্য সহকাৰে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত এই প্রশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। তাতেই ভয়ত কম্পমান হৈ উঠিল দেশৰ প্ৰধানমন্ত্ৰীজন! থৰকাচুতি হেৰুৱালে বি জে পি চৰকাৰে। দেশৰ সাধাৰণ জনতাৰ হৈ মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে বি জে পি চৰকাৰে আৰম্ভ কৰিলে নিৰ্লজ্জ ৰাজনীতি, নিকৃষ্ট ষড়যন্ত্র।

যুদ্ধগতিত নজীবিহীনভাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হ’ল। দেশজুৰি ইয়াৰ প্ৰতিবাদ হ’ল। সমগ্ৰ বিৰোধী পক্ষ ঐক্যবদ্ধ হৈ সংসদত দাবী তুলিলে যে যুটীয়া সংসদীয় কমিটী গঠন কৰি আদানী-মোদী সম্পৰ্কৰ তদন্ত ঘোষণা কৰিব লাগে।

কিন্তু যোৱা ১৩ মাৰ্চৰ পৰা আজিলৈকে এদিনো শাসক দলে সংসদৰ কাম-কাজ চলিবলৈ নিদিলে, কাৰণ সংসদত কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধীয়ে যুটীয়া সংসদীয় কমিটীৰ দাবীত অটল হৈ আছে। নৰেন্দ্ৰ মোদীয়ে বিচৰা নাই, বি জে পিয়ে বিচৰা নাই মোদী আদানীৰ গোপন সম্পর্ক দেশৰ ৰাইজৰ আগত উন্মোচিত হওক। বা ২০ হেজাৰ কোটি টকা বিনিয়োগৰ ৰহস্য ফাদিল হওক।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে তেওঁৰ সাংসদ পদ খাৰিজ হোৱা বা তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকিলৈ তেওঁ ভয় নকৰে। তেওঁ সত্যৰ পক্ষত যুঁজ দিছে, দেশবাসীৰ বাবে আপোচবিহীনভাৱে সংগ্ৰামৰ পথত ভৰি দিছে আৰু সেয়া চলাই যাব।

অসম প্ৰদেশ কংগ্ৰেছেও নেতা ৰাহুল গান্ধীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব আৰু গণতন্ত্ৰৰ শ্মশানযাত্ৰা উলিওৱা, ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি একনায়কত্ববাদী শাসনৰ পাতনি মেলা বি জে পি চৰকাৰক শাসনৰ পৰা উৎখাত কৰি ৰাইজক সুশাসন দিবলৈ সংকল্পবদ্ধ হৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ টোকটোত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে সংসদত আদানীৰ বিৰুদ্ধে মন্তব্য কৰাৰ ৯ দিনৰ পাছতেই এজন বিজেপি বিধায়কে চুৰাটৰ আদালতত গোচৰ তৰিছিল। ৰাহুল গান্ধীয়ে সংসদত আদানী সম্পৰ্কত প্রশ্ন উত্থাপন কৰিবলৈ বিচাৰিছিল যদিও অধ্যক্ষই অনুমতি দিয়া নাছিল।

আনকি ৰাহুল গান্ধীয়ে অধ্যক্ষক লিখিত অনুৰোধো জনাইছিল। কিন্তু মোদীৰ শাসনত এই সকলো অসাৰ প্ৰতিপন্ন হ’ল। ইয়েই স্পষ্টকৈ প্ৰমাণ কৰিলে যে মোদী আৰু আদানীৰ মাজৰ সম্পৰ্কটো পোহৰলৈ অহাটো নৰেন্দ্ৰ মোদী বিচৰা নাই।

যদি একোৱেই সম্পর্ক নাই তেন্তে ইমান ভয় কিয়? ২২ মাৰ্চত The Financial Times কাকতত বাতৰি প্ৰকাশ পাইছিল যে আদানীৰ কোম্পানীত ২৩ হাজাৰ কোটি টকাৰ ওচৰা ওচৰি ধন বিনিয়োগ হৈছিল। স্বাভাবিকতে প্রশ্ন উঠিছিল সেই বিপুল পৰিমাণৰ ধন কাৰ? সেয়া জনাৰ অধিকাৰ দেশবাসীৰ নাই নে ? কিন্তু এই প্রশ্নৰ উত্তৰ যিয়েই বিচাৰিছিল, সেয়া লাগিলে বিৰোধী ৰাজনৈতিক নেতাই হওক, সমাজকর্মীয়ে হওক বা সংবাদ কর্মীয়েই হওক, তেওঁলোকৰ বিৰুদ্ধে ED আৰু CBI লগাই দিয়া মুখ বন্ধ কৰা হৈছিল। এয়াই গণতন্ত্র নে !

প্ৰেছ টোকাটোত কোৱা হৈছে ৰাহুল গান্ধীয়ে কেৱল কৈছিল যে সকলো চোৰৰে উপাধি কিয় একেই হয়? তেওঁ কেতিয়াও কোৱা নাছিল মোদী চোৰ, বা সামগ্রিকভাবে কোনো এটা জাতিক তেওঁ লক্ষ্য কৰি এই কথা কোৱা নাছিল। নীৰব মোদী, ললিত মোদী এই দুয়োজনৰ এজনো অন্যান্য পিছপৰা জাতিৰ লোক (OBC) নহয়।

তেওঁলোকৰ জাতি বা সম্প্রদায় যিয়েই নহওক, কিন্তু প্ৰৱঞ্চকতো হয়েই। তেওঁলোকে প্রবঞ্চনাৰ আশ্ৰয় লোৱা নাছিল নে? নৰেন্দ্ৰ মোদী বা বি জে পিয়ে প্রবঞ্চক সকলক সুৰক্ষা দিয়াৰ ৰহস্য কি?

অসম প্ৰদেশ কংগ্ৰেছে পুনৰ স্পষ্ট কৰি দিয়ে যে ৰাহুল গান্ধী বা কংগ্ৰেছে ভয় খাবলৈ শিকা নাই। “আমি সাধাৰণ মানুহৰ স্বার্থজড়িত সমস্যাবোৰ উত্থাপন কৰি যাম আৰু বাৰ্তাসমূহ ৰাইজৰ মাজলৈ পোনপটীয়াকৈ লৈ যোৱাত কাৰো বাধা আমি নামানো”- প্ৰেছ টোকাটোত দৃঢ়তাৰে প্ৰকাশ কৰা হয়। টোকাটোত কোৱা হৈছে- এটা ফৌজদাৰী মানহানি গোচৰ (Crimi- nal Defamation Case) ত দুবছৰৰ কাৰাদণ্ড সর্বোচ্চ শাস্তি।

এটা মানহানি গোচৰত এনে বিষম শাস্তিৰ কথা আমি কদাপিও শুনা নাই বুলি ক’লেও ভুল নহ’ব। এটা লঘু গোচৰত এনে গুৰু শাস্তি কিয়! কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ৰমবৰ্দ্ধমান জনপ্রিয়তাত শংকিত হৈয়ে মোদী ডাঙৰীয়াই এই ষড়যন্ত্ৰৰ সূচনা কৰা নাইনে? এগৰাকী জনপ্ৰতিনিধিৰ ক্ষেত্ৰত আৰু বিশেষকৈ গুৰু দোষত ‘অপৰাধী’ বুলি জনাজাত বিজেপিৰ নেতাসকলৰ ক্ষেত্ৰত এনে গুৰু শাক্তিৰ ব্যৱস্থাৰ নজীৰ নোলায় কিয় ?

ব্ৰিটিছে এনে গুৰু শাস্তি বিহিছিল মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল, মৌলানা আজাদ আদি নেতাক। বি জে পিয়ে মনত পেলোৱা দৰকাৰ যে সেই বৃটিছক পৰাভূত কৰি কংগ্ৰেছে জয় লাভ কৰিছিল।

সন্দেহ নাই- এতিয়াও কংগ্ৰেছেই পুনৰ জয়ী হ’ব। টোকাটোত কোৱা হয়- বহু ধন-ক্ষমতা-সৈন্য কৌৰৱৰ লগত আছিল, কিন্তু সত্য তেওঁলোকৰ লগত নাছিল। ঠিক সেইদৰে সত্য এতিয়া বিজেপিৰ লগত নাই। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে।

কেইটামান আইনগতভাবে গুৰুত্বপূৰ্ণ বিষয় উনুকিয়াই প্ৰেছ টোকাটোত কোৱা হয়-ফৌজদাৰী মানহানি গোচৰ (Crimi- nal Defamation Case) মান হানি হোৱা ব্যক্তিজনেহে গোচৰ তৰিব পাৰে। কিন্তু আশ্চর্যজনকভাবে এই গোচৰত যিজন ব্যক্তিয়ে গোচৰটো তৰিছে তেওঁৰ বিৰুদ্ধে কোনো বক্তব্যই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া নাছিল।

আনহাতে, ফৌজদাৰী মানহানি গোচৰ (Criminal Defamation Case) ত সামগ্রিকভাবে এটা জাতি বা সম্প্ৰদায়ৰ মানহানি হৈছে বুলি গোচৰ তৰিব নোৱাৰি, মানহানি হ’বলৈ হ’লে চিনাক্ত হ’ব পৰা ব্যক্তি বা গোট হ’বই লাগিব। তাতোকৈ আচৰিত হ’বলীয়া কথাটো হ’ল-কৰ্ণাটকৰ কলাৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে গোচৰ তৰা হ’ল গুজৰাটৰ চুৰাটত।

ফোজদাৰী দণ্ডবিধি আইনৰ ২০৫ নং ধাৰা মতে (Section 205 of CrPC) মতে এজন দণ্ডাধীশৰ যোগেদি প্রাথমিক তদন্ত কৰি বিষয়টো তেওঁৰ ন্যায়িক এক্তিয়াৰ (Jurisdiction) ৰ অন্তৰ্গত হয় নে নহয় তাক ভালকৈ চাইহে গোচৰটো গ্ৰহণ কৰাৰ নিয়ম।

কিন্তু এই গোচৰটোৰ ক্ষেত্ৰত তেনে কোনো পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তা উলাই কৰা হ’ল। টোকাটোত কোৱা হয়- মানহানি গোচৰ ৰুজু হ’বলৈ হ’লে মানহানি কৰা ব্যক্তিগৰাকীৰ ক্ষতিকাৰক মনোবৃত্তি বা কু-উদ্দেশ্য স্পষ্ট ৰূপত ধৰা পৰাটো আইনগতভাৱে এটা প্রয়োজনীয় কথা।

কিন্তু বাহুল গান্ধীৰ মন্তব্যটো কলাৰৰ এখন ৰাজহুৱা সভাত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ কোৱা কথাহে আছিল। কাৰোবাৰ মানহানি কৰাৰ পূৰ্ব-পৰিকল্পিত উদ্দেশ্য লৈ সেই মন্তব্য কৰা হোৱাই নাছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ টোকাটোত কোৱা হয় যে ভ্ৰষ্টাচাৰী, দুর্নীতিগ্রস্ত ৰাজনীতিকৰ মহামিলনৰ স্থান হৈ পৰিছে বি জে পি। অগণন দুর্নীতি-কেলেংকাৰীত লেটি লোৱা মধ্যপ্ৰদেশৰ ৰাজনীতিক শিৱৰাজ সিংহ চৌহান, কৰ্ণাটকৰ বি এছ য়েদিয়ুৰাপ্পা, পশ্চিমবংগৰ মুকুল ৰায় আৰু শুভেন্দু অধিকাৰী আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতিক আজি বি জে পিৰ সৰ্বেসর্বা।

বি জে পিৰ ‘ৱাশিং পাউদাৰত ধুই এই সকলো নেতাৰ কলংকিত অতীত নিকা কৰি পেলোৱা হ’ল! বি জে পিত সকলো দুর্নীতিগ্রস্ত, কলংকিত নেতা আজি সম্পূৰ্ণ সুৰক্ষিত। এওঁলোক আজি ভাৰতীয় গণতন্ত্র ধ্বংসৰ একো একোজন মূল সেনাপতিৰ ৰূপত অৱতীৰ্ণ হৈছে। কিন্তু আমি নিশ্চিত যে ৰাইজ আজি আমাৰ সৈতে আছে, সত্যৰ পক্ষত আছে। গণতন্ত্ৰ সুৰক্ষিত হোৱাটো ৰাইজে বিচাৰিছে, সংবিধানৰ প্ৰতি অশ্রদ্ধা ৰাইজে বিচৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCPress release
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d