Nagaon Drugs Paddler Arrested:নগাঁৱৰ চিলঙনীত দুই লক্ষাধিক টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰীক আটক

WhatsApp Image 2023 04 07 at 8.52.28 PM

Nagaon Drugs Paddler Arrested:

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰ স্থিতিৰ মাজতে আজি চহৰ খনৰ পাশ্বৱৰ্তী চিলঙতীত দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী এজন আটক হয় ৷

আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আটক কৰিবলৈ সক্ষম হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা দুই লক্ষাধিক টকাৰ হেৰ’ইন জব্দ কৰে ৷

আটকাধীন লোকজনৰ নাম দিলদাৰ হুছেইন। চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি । ড্ৰাগছ সৰবৰাহকাৰীটোৱে তিনিটা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি

Exit mobile version