Gold Seized At Borjhar LGBI Airport : বৰঝাৰ বিমানকোঠত বিমান যাত্ৰীৰ পৰা জব্দ ডেৰ কিলোগ্ৰাম সোণ

2e43c7ea f0bb 43f3 b04c e1bbdc58ec87

Gold Seized At Borjhar LGBI Airport :

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানকোঠত জব্দ প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ সোণ ৷ বিমান যাত্ৰী এজনক তালাচী চলাওঁতে চি আই এছ এফে জব্দ কৰে বুজন পৰিমাণৰ সোণ খিনি ৷

এয়াৰ এছিয়া বিমানেৰে দিল্লীলৈ নিয়াৰ উদ্দেশ্যে সৰবৰাহকাৰী জনে সংগোপনে লুকুৱাই আনিছিল সোণ খিনি ৷ আৰক্ষীয়ে সোণ সৰবৰাহ কৰা সুৰচান্দ সিং নামৰ পেডেলাৰজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version