Bomb Scare In Makum : তিনিচুকীয়াৰ মাকুমত বোমাতংক

বাইপাছৰ উৰণীয়া সেতুৰ তলত উদ্ধাৰ এক কেজি ওজনৰ আই ই ডি

f566350e d52f 4c24 a001 62308862fe38

Bomb Scare In Makum :

তিনিচুকীয়া জিলাৰ মাকুমৰ বোমা আতংক ৷ মাকুম বাইপাছৰ উৰণীয়া সেঁতুৰ তলত প্ৰায় এক কেজি ওজনৰ আই ই ডি উদ্ধাৰ কৰে সেনাই।

ইতিমধ্যে সেনাই সমগ্র অঞ্চলটো ঘেৰি ৰখাৰ লগতে আংশিকভাবে বন্ধ কৰিছে বাইপাছেৰে অহা-যোৱা যান -বাহন আৰু পথচাৰীৰ আহ-যাহ ৷

অৱশ্যে পাছত সেনাৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ পথাৰৰ মাজত বিস্ফোৰণ ঘটাই আই ই ডি খিনি।সদাব্যস্ত মাকুম বাইপাছৰ উৰণীয়া সেঁতুৰ দলত কোনে আই ই ডি খিনি ৰাখিছিল এই সন্দৰ্ভত আৰক্ষী আৰু সেনাই যৌথ তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version