Theft :বকো আৰু ছয়গাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অসামাজিক কাৰ্যকলাপ বৃদ্ধি

সোণতলি- ডেকাচাঙৰ পৰা চুৰি হোৱা আঠ খনকৈ মটৰ চাইকেল উদ্ধাৰ আৰক্ষীৰ দ্বাৰা

29423 news

Theft :

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক আৰু অনৈতিক কাৰ্যকলাপ। সমান্তৰাল ভাৱে বৃহত্তৰ বকো আৰু ছয়গাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো অসামাজিক আৰু অনৈতিক কাৰ্যকলাপে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ।

ইয়াৰ মাজতে নিশা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষী দলে বকোৰ সোণতলী আৰু ডেকাচাঙৰ পৰা ৮ খনকৈ চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰে।

নিশাই উদ্ধাৰ হোৱা মটৰ চাইকেল কেইখন পলাশবাৰী আৰক্ষী থানালৈ অনা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Exit mobile version