Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

পাকিস্তানৰ আহমেদিয়া মছজিদ ভাঙিলে কট্টৰ তেহৰিক-ই-লাব্বাইকৰ কৰ্মীয়ে

publisher by publisher
February 3, 2023
in Crime, International, News
Reading Time: 3 mins read
0
Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Pakistan Tlp Attacks Masjid:

পাকিস্তানত সংখ্যালঘুসকলৰ সৈতে অমানৱীয় আচৰণ কৰাটো সাধাৰণ কথা হৈ পৰিছে চিৰবৈৰী দেশখনত । হিন্দু আৰু শিখ সম্প্ৰদায়ৰ ওপৰত সময়ে সময়ে আক্ৰমণ আৰু ধৰ্মীয় স্থানসমূহ ভাঙি পেলোৱাৰ দৰে ঘটনা নিত্য নৈমিত্তিক ঘটনাত হৈ পৰিছে পাকিস্তানত ৷

ADVERTISEMENT

মৌলবাদীসকলৰ টাৰ্গেট হৈছে এইবাৰ সংখ্যাগুৰু মুছলমানৰ আহমেদী, চিয়া আৰু হাজাৰাৰ দৰে সম্প্ৰদায় সকল ।

শেহতীয়াকৈ শুক্ৰবাৰে আহিছে কৰাচীৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ ৷ পাকিস্তানৰ তেহৰিক-ই-লাব্বাইক চমুকৈ টি এল পিৰ মৌলবাদীৰ এটা দলে শুক্ৰবাৰে এটা আহমেদিয়া মছজিদত আক্ৰমণ কৰিছিল ৷ হেলমেট পিন্ধা কিছুমান অচিনাক্ত লোকক মছজিদৰ মিনাৰ ভাঙি থকা দেখা গৈছিল ।

মছজিদত আক্ৰমণৰ সময়ত আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত আছিল। কিন্ত লোৱা নাছিল সময়োচিত পদক্ষেপ ৷ আক্ৰমণকাৰীসকল পাকিস্তানৰ উগ্ৰপন্থী ইছলামিক দল তেহৰিক-ই-লাব্বাইক পাকিস্তানৰ (টিএলপি) সদস্য বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে এই সংগঠনটোৰ এজন নেতা মৌলানা চাদ ৰিজৱীক শেহতীয়াকৈ এটা ভিডিঅ’ত উচতনিমূলক মন্তব্য দিয়া দেখা গৈছিল।

ৰিজৱীয়ে কৈছিল যে আমি “এখন হাতত কোৰাণ আৰু আনখন হাতত পাৰমাণৱিক বোমা লৈ পৃথিৱীলৈ যোৱা উচিত”। সমগ্ৰ বিশ্বই আমাৰ পদচিহ্নত নমস্কাৰ কৰিব।”

মুছলিম দেশতে সুৰক্ষিত নহয় মছজিদ ৷ এমাহৰ ভিতৰত এইটো এনেধৰণৰ দ্বিতীয় ঘটনা। পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে (এইচআৰচিপি) পাক অধিকৃত পঞ্জাৱৰ ৱাজিৰাবাদৰ আহমেদিয়া মছজিদত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। সংগঠনটোৱে পাকিস্তানত সংখ্যালঘুসকলৰ ধৰ্মীয় স্থানৰ নিৰাপত্তাৰ দাবী জনাইছিল।

স্মতৰ্ৱ্য যে, সোমবাৰে পেছোৱাৰৰ এটা মছজিদত এক ভয়ংকৰ আত্মঘাতি আক্ৰমণ হৈছিল। য’ত নিহত হৈছিল ১০০ তকৈও অধিক লোক আৰু আহত হৈছিল কেবা শতাধিক লোক। প্ৰাপ্ত খবৰ অনুসৰি আক্ৰমণকাৰীজন আৰক্ষীৰ পোছাকত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KarachiMasjid AttackPakistanTlp Orgranaigation
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d