Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap PressMeet:ব্যৰ্থ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগ দাবী আম আদমি পাৰ্টীৰ

publisher by publisher
April 30, 2023
in Uncategorized
Reading Time: 2 mins read
0
Aap PressMeet:ব্যৰ্থ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগ দাবী আম আদমি পাৰ্টীৰ
1
SHARES
5
VIEWS
ShareShareShareShare

Aap PressMeet:

যিসময়ত অসম চৰকাৰে প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে সেই সময়তে মাহৰ পিছত মাহ নিজৰ প্ৰাপ্য দৰমহা বা মাননিৰ পৰা বঞ্চিত হৈ আছে অসম চৰকাৰৰে একাংশ কৰ্মচাৰী তথা ২০ সহস্রাধিক পঞ্চায়ত প্ৰতিনিধি।

ADVERTISEMENT

এই মন্তব্য আপৰ নেতৃবৰ্গৰ ৷ আজি মহানগৰীৰ আপৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবামেলত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আপৰ মুখপাত্ৰ।

RelatedPosts

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

অথচ ৰাজ্য চৰকাৰে অসমৰ প্ৰায় প্ৰতিটো অঞ্চলত মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বিশাল বিশাল হৰ্ডিং লগাই মাহৰ ১০ তাৰিখে সকলো দেনা-পাওনা আদায় দিয়াৰ ঢাক-ঢোল বজাই আছে। চৰকাৰখনৰ এজন অন্যতম অকর্মণ্য মন্ত্ৰী ৰঞ্জিত দাসে সদম্ভে ঘোষণা কৰিছিল যে প্ৰতিমাহৰ ১০ তাৰিখে ৰাজ্যৰ দুই সহস্রাধিক পঞ্চায়ত নিৰ্বাচিত প্রতিনিধিয়ে নিজৰ বেংক একাউন্টত প্ৰাপ্য পাৰিতোষিক লাভ কৰিব।

এইখিনিতে উল্লেখযোগ্য ৰাজ্যত প্ৰায় ২১ সহস্রাধিক নির্বাচিত পঞ্চায়তৰ প্ৰতিনিধি আছে আৰু ৰাজ্য চৰকাৰে ইয়াৰে জিলা পৰিষদৰ সদস্যসকলৰ বাবে ৫ হাজাৰ টকা, পঞ্চায়তৰ সভাপতিৰ বাবে ৫ হাজাৰ টকা, আঞ্চলিক সদস্যৰ বাবে ৩ হাজাৰ টকা আৰু গাঁও পঞ্চায়ত সদস্যৰ বাবে ২ হাজাৰ টকা পাৰিতোষিক নিৰ্ধাৰণ কৰি দিছিল।

পূৰ্বৰ চৰকাৰসমূহৰ দিনত পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে নিৰ্ধাৰিত পাৰিতোষিক প্রদান নকৰাত জীবিকাৰ তাড়নাত এইসকল প্রতিনিধি ব্যাপক অনিয়মত নিমজ্জিত হৈছিল যাৰ ফলত গোটেই পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত হৈছিল।

২০২১ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই সকলো বিভাগ দুর্নীতিমুক্ত কৰাৰ লগতে সকলো দেনা-পাওনা মাহৰ ১০ তাৰিখে সম্পূৰ্ণ কৰাৰ নিশ্চিতি দিছিল।

২০২১-২২ বৰ্ষতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ২১৯ গৰাকী সহকাৰী অভিষস্তাক নিযুক্তি দিছিল। কিন্তু আজিকোপতি তেওঁলোকে স্থায়ীভাৱে দৰমহা লাভ কৰা নাই। প্রথম ছমাহ কিছু পাৰিতোষিক লাভ কৰিছিল যদিও পাছত সেয়াও বন্ধ কৰি দিয়া হল। ফলত ইয়াৰে ১১৯ গৰাকী নিযুক্তিপ্ৰাপ্তই চাকৰি বাদ দি অইন চাকৰিত যোগদান কৰিলে আৰু এতিয়া বাকী থকা সকলেও চাকৰি এৰিবলৈ সাজু হৈছে।

আনহাতে এম জি এনৰেগাকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ সৈতে জড়িত কেন্দ্ৰীয় আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে ২০২১ চনতেই অসম চৰকাৰক এক সুকীয়া আভিযান্ত্রিক কোষ গঠন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু বিভাগীয় মন্ত্রী ৰঞ্জিত দাসে নিজৰ সান্দহ খোৱা বালি তল যাব বুলিয়েই তেনে কোষ গঠন নকৰিল।

মন্ত্ৰী দাসে নিজৰ বিভাগীয় অভিযন্তাসকলক কাৰিকৰী কামসমূহৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক নিয়োজিত কৰিছে অৰুণোদয়, বৃদ্ধ পেঞ্চন আদিৰ কামত আৰু কেন্দ্ৰীয় গাইডলাইন সম্পূৰ্ণৰূপে উলংঘা কৰি বিডিঅ সকলৰ সৈতে লগ লাগি পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিসমূহৰ ধন উদৰস্থ কৰাৰ ফন্দি ৰচনা কৰিছে।

এই কাম-কাজসমূহে ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাক মূহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ চূড়ান্ত ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে। সেয়েছে আম আদমি পার্টী, অসমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ দেশৰ ভিতৰতে অন্যতম পাৰদৰ্শী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এজন ব্যর্থ মন্ত্ৰীক অতি শীঘ্ৰে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে আম আদমি পার্টীয়ে।

আজিৰ সংবাদমেলত দীপাংকৰ কলিতাৰ লগতে মুখপাত্ৰ ভাস্কৰজ্যোতি লেখাক, আমিৰ হুছেইন, বল্লভ পাত্ৰ আৰু মনিৰত্নম ডেকাও উপস্থিত থাকে৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap PressmeetGuewahatiPerty Office
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d