Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap PressMeet:ব্যৰ্থ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগ দাবী আম আদমি পাৰ্টীৰ

publisher by publisher
April 30, 2023
in Uncategorized
Reading Time: 2 mins read
0
Aap PressMeet:ব্যৰ্থ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগ দাবী আম আদমি পাৰ্টীৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

Aap PressMeet:

যিসময়ত অসম চৰকাৰে প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে সেই সময়তে মাহৰ পিছত মাহ নিজৰ প্ৰাপ্য দৰমহা বা মাননিৰ পৰা বঞ্চিত হৈ আছে অসম চৰকাৰৰে একাংশ কৰ্মচাৰী তথা ২০ সহস্রাধিক পঞ্চায়ত প্ৰতিনিধি।

ADVERTISEMENT

এই মন্তব্য আপৰ নেতৃবৰ্গৰ ৷ আজি মহানগৰীৰ আপৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবামেলত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আপৰ মুখপাত্ৰ।

অথচ ৰাজ্য চৰকাৰে অসমৰ প্ৰায় প্ৰতিটো অঞ্চলত মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বিশাল বিশাল হৰ্ডিং লগাই মাহৰ ১০ তাৰিখে সকলো দেনা-পাওনা আদায় দিয়াৰ ঢাক-ঢোল বজাই আছে। চৰকাৰখনৰ এজন অন্যতম অকর্মণ্য মন্ত্ৰী ৰঞ্জিত দাসে সদম্ভে ঘোষণা কৰিছিল যে প্ৰতিমাহৰ ১০ তাৰিখে ৰাজ্যৰ দুই সহস্রাধিক পঞ্চায়ত নিৰ্বাচিত প্রতিনিধিয়ে নিজৰ বেংক একাউন্টত প্ৰাপ্য পাৰিতোষিক লাভ কৰিব।

এইখিনিতে উল্লেখযোগ্য ৰাজ্যত প্ৰায় ২১ সহস্রাধিক নির্বাচিত পঞ্চায়তৰ প্ৰতিনিধি আছে আৰু ৰাজ্য চৰকাৰে ইয়াৰে জিলা পৰিষদৰ সদস্যসকলৰ বাবে ৫ হাজাৰ টকা, পঞ্চায়তৰ সভাপতিৰ বাবে ৫ হাজাৰ টকা, আঞ্চলিক সদস্যৰ বাবে ৩ হাজাৰ টকা আৰু গাঁও পঞ্চায়ত সদস্যৰ বাবে ২ হাজাৰ টকা পাৰিতোষিক নিৰ্ধাৰণ কৰি দিছিল।

পূৰ্বৰ চৰকাৰসমূহৰ দিনত পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে নিৰ্ধাৰিত পাৰিতোষিক প্রদান নকৰাত জীবিকাৰ তাড়নাত এইসকল প্রতিনিধি ব্যাপক অনিয়মত নিমজ্জিত হৈছিল যাৰ ফলত গোটেই পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত হৈছিল।

২০২১ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই সকলো বিভাগ দুর্নীতিমুক্ত কৰাৰ লগতে সকলো দেনা-পাওনা মাহৰ ১০ তাৰিখে সম্পূৰ্ণ কৰাৰ নিশ্চিতি দিছিল।

২০২১-২২ বৰ্ষতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ২১৯ গৰাকী সহকাৰী অভিষস্তাক নিযুক্তি দিছিল। কিন্তু আজিকোপতি তেওঁলোকে স্থায়ীভাৱে দৰমহা লাভ কৰা নাই। প্রথম ছমাহ কিছু পাৰিতোষিক লাভ কৰিছিল যদিও পাছত সেয়াও বন্ধ কৰি দিয়া হল। ফলত ইয়াৰে ১১৯ গৰাকী নিযুক্তিপ্ৰাপ্তই চাকৰি বাদ দি অইন চাকৰিত যোগদান কৰিলে আৰু এতিয়া বাকী থকা সকলেও চাকৰি এৰিবলৈ সাজু হৈছে।

আনহাতে এম জি এনৰেগাকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ সৈতে জড়িত কেন্দ্ৰীয় আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে ২০২১ চনতেই অসম চৰকাৰক এক সুকীয়া আভিযান্ত্রিক কোষ গঠন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু বিভাগীয় মন্ত্রী ৰঞ্জিত দাসে নিজৰ সান্দহ খোৱা বালি তল যাব বুলিয়েই তেনে কোষ গঠন নকৰিল।

মন্ত্ৰী দাসে নিজৰ বিভাগীয় অভিযন্তাসকলক কাৰিকৰী কামসমূহৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক নিয়োজিত কৰিছে অৰুণোদয়, বৃদ্ধ পেঞ্চন আদিৰ কামত আৰু কেন্দ্ৰীয় গাইডলাইন সম্পূৰ্ণৰূপে উলংঘা কৰি বিডিঅ সকলৰ সৈতে লগ লাগি পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিসমূহৰ ধন উদৰস্থ কৰাৰ ফন্দি ৰচনা কৰিছে।

এই কাম-কাজসমূহে ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ প্ৰাক মূহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ চূড়ান্ত ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে। সেয়েছে আম আদমি পার্টী, অসমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ দেশৰ ভিতৰতে অন্যতম পাৰদৰ্শী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এজন ব্যর্থ মন্ত্ৰীক অতি শীঘ্ৰে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে আম আদমি পার্টীয়ে।

আজিৰ সংবাদমেলত দীপাংকৰ কলিতাৰ লগতে মুখপাত্ৰ ভাস্কৰজ্যোতি লেখাক, আমিৰ হুছেইন, বল্লভ পাত্ৰ আৰু মনিৰত্নম ডেকাও উপস্থিত থাকে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap PressmeetGuewahatiPerty Office
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d